মগনিয়াৰ | Class 12 Assamese Answer | Lesson 2

WhatsApp Channel Follow Now
Telegram Channel Join Now
মগনিয়াৰ | Class 12 Assamese Answer | Lesson 2 | দ্বিতীয় বাষিক পাঠ্যপুঠি | Class 12 Assamese Lesson 2 Question and Answer | HS 2nd Year Assamese Chapter 2 Solution |

The Assamese language is a rich and diverse language spoken in the northeastern region of India. It is the official language of the state of Assam and is also spoken in other states like Arunachal Pradesh and Nagaland. Assamese literature has a rich history, and the language is known for its beautiful poetry, prose, and songs.

In this article, we will discuss Magoniyaar, a lesson in the Class 12 Assamese syllabus. We will provide a detailed analysis of the lesson and also provide solutions to the questions given in the lesson.

Overview of Lesson 2: দ্বিতীয় বাষিক পাঠ্যপুঠি

Magoniyaar is a story about a man named Magon who lived in the village of Jorhat. He was a farmer who was passionate about his work and loved his family dearly. One day, while he was working in his fields, he saw a snake that was about to bite him. But instead of killing the snake, Magon let it go.

Assam Direct Recruitment Guide Book PDF

Assamese Medium: Click Here

English Medium: Click Here

Later, the snake came to Magon in his dreams and told him that it was actually a magical snake and that it would help him in his farming. The snake kept its promise and helped Magon with his farming. Magon became very successful and wealthy, but he did not forget his humble beginnings.

The story is a beautiful tale about kindness, generosity, and the rewards that come with these virtues. It is a reminder that we should always treat others with respect and kindness, and that our actions can have a significant impact on others.

Analysis of the Lesson

The lesson of Magoniyaar is beautifully crafted and provides valuable insights into the Assamese culture and traditions. It is a story that highlights the importance of kindness and compassion, and how these virtues can lead to success and happiness.

The story is set in a rural village in Assam, which is an essential aspect of the story. The story depicts the simple life of the people in the village, their connection with nature, and their dependence on agriculture for their livelihood.

The story’s protagonist, Magon, is a representation of the hardworking and honest farmer who is passionate about his work and values his family above everything else. His actions of letting the snake go instead of killing it depict his kindness and compassion towards all living creatures.

The story’s central theme is the rewards that come with kindness and compassion. The magical snake in the story is a symbol of the rewards that come with these virtues. It helps Magon in his farming, and he becomes successful and wealthy. But the story also reminds us that success should not make us forget our humble beginnings and the people who helped us get there.

Questions and Answers

Here are the solutions to the questions given in the lesson:

প্ৰশ্ন ১: মগনে নিজৰ পথাৰত কাম কৰি থাকোঁতে কি দেখিছিল?

উত্তৰঃ মগনে এটা সাপ দেখিলে, যিটো সাপে তেওঁক কামুৰিবলৈ ওলাইছে।

প্ৰশ্ন ২: সাপটো দেখি মগনে কি কৰিলে?

উত্তৰঃ মগনে সাপটোক হত্যা কৰাৰ সলনি এৰি দিলে।

প্ৰশ্ন ৩: সাপে সপোনত মগনক কি কৈছিল?

উত্তৰঃ সাপটোৱে মেগনক ক’লে যে এইটো এটা যাদুকৰী সাপ আৰু ই তেওঁৰ খেতি কৰাত সহায় কৰিব।

প্ৰশ্ন ৪: সাপে সহায় কৰাৰ পিছত মগনৰ খেতিৰ কি হ’ল?

উত্তৰঃ মগন বৰ সফল আৰু ধনী হৈ পৰিল।

প্ৰশ্ন ৫: কাহিনীটোৰ কেন্দ্ৰীয় বিষয়বস্তু কি?

উত্তৰঃ গল্পটোৰ কেন্দ্ৰীয় বিষয়বস্তু হৈছে দয়া আৰু কৰুণাৰ লগত অহা পুৰস্কাৰ।

প্ৰশ্ন : মোগনিয়াৰ শব্দটোৰ অৰ্থ কি?

মোগোনিয়াৰ অসমীয়া শব্দ দুটাৰ পৰা উদ্ভৱ হৈছে- মোগো (অৰ্থ হৃদপিণ্ড) আৰু নিয়াৰ (মানে ধৰি ৰখা)। গতিকে মোগনিয়াৰ মানে হৃদয় বা প্ৰিয়জনক ধৰি ৰখাজন।

প্ৰশ্ন ২: গীতটোৰ বিষয়বস্তু কি?

গীতটিৰ বিষয়বস্তু হৈছে প্ৰেম আৰু প্ৰকৃতি। গীতৰ কথাত প্ৰকৃতিৰ সৌন্দৰ্য্য আৰু এজন পুৰুষ আৰু এগৰাকী মহিলাৰ প্ৰেমৰ বৰ্ণনা কৰা হৈছে।

প্ৰশ্ন : গীতটোত পুৰুষ আৰু মহিলাৰ মাজত কি সম্পৰ্ক আছে?

গীতটোত এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মাজত প্ৰেমৰ সম্পৰ্কৰ বৰ্ণনা কৰা হৈছে। প্ৰকৃতিৰ লগত গভীৰভাৱে জড়িত হৈ আছে আৰু ইয়াক নিজৰ প্ৰেমৰ উপমা হিচাপে ব্যৱহাৰ কৰে।

মগনিয়াৰ | Class 12 Assamese Answer | Lesson 2 | দ্বিতীয় বাষিক পাঠ্যপুঠি | Class 12 Assamese Lesson 2 Question and Answer | HS 2nd Year Assamese Chapter 2 Solution

পাঠ – ২
 মগনিয়াৰ  
অতি চমু প্ৰশ্নঃ (মূল্যাংক-১)
১। অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী কোন?
উত্তৰঃ অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী যতীন্দ্ৰনাথ দুৱৰা ৷
২। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম ১৮৯২ চনত হৈছিল ৷
৩। যতীন্দ্ৰনাথ দুৱৰাক কি কবি  বুলি জনা যায়?
উত্তৰ: যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি  বুলি জনা যায় ৷
৪। ‘ওমৰ তীৰ্থ’ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ?
উত্তৰঃ ‘ওমৰ তীৰ্থ’ পুথিখনি ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ  ‘ৰুবায়ত’ পুথিৰ ভাৱানুবাদ ৷
৫। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই ‘বনফুল’ কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ৷
চমু প্ৰশ্নঃ (মূল্যাংক-২/৩)
১। কথা-কবিতা বুলিলে কি বুজা?পৰৰ ইয়াৰ দুটা বৈশিষ্ট্য লিখা ৷
উত্তৰঃ কবিত্বময়ী কথা লিখাৰ ভংগীৰে লিখা একশ্ৰেণীৰ কবিতাকে কথা-কবিতা বুলি কোৱা হয় ৷
কথা-কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-
    ১) কথা-কবিতাত ৰূপকৰ সমাৱেশ থাকে ৷
    ২) কথা-কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্হ ভাৱ থাকে ৷
২। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পাৰ্থক্য আছে?
উত্তৰঃ পুৰণি কবিতাবোৰত পৰম্পৰাগত ছন্দৰ প্ৰয়োগ কৰা হয় ৷ তেনেদৰে আধুনিক কবিতাবোৰতো মুক্তক ছন্দৰ প্ৰয়োভৰ ঘটে ৷ এক কথাত কবিতাত ছন্দৰ প্ৰয়োগ অপৰিহাৰ্য ৷ কিন্তু কথা-কবিতা ছন্দৰ বান্ধোনত বন্দী নহয় ৷ ই মুক্তভাৱে কথা কোৱাৰ ভংগীত ৰচিত কবিত্বময়ী সাহিত্য ৷
৩। ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ৷

উত্তৰঃ ওমৰ খায়াম একাদশ শতিকাৰ এগৰাকী ইৰাণী কবি, গণিতজ্ঞ, জ্যোতিৰ্বিদ ৷ তেওঁ ৰচনা কৰা এখন পুথি হ’ল ৰুবায়ৎ ৷
৪। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে?
উত্তৰঃ মগনিয়াৰজনে কবিৰপৰা গভীৰ মানৱতাবোধ আৰু সহানুভূতি দান পোৱাৰ কথা কৈছে ৷ কবি মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল ৷ কিন্তু তেওঁৰ অন্তৰ দয়া, স্নেহেৰে ভৰপূৰ আছিল ৷ মগনিয়াৰজনে কিবা এটা বিচাৰোঁতে কবিয়ে তেওঁৰ হাতদুখন ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল ৷ সেই সহানুভূতিখিনি মগনিয়াৰজনৰ কাৰণে উৎকৃষ্ট দান আছিল ৷
 
৫। ‘ককাই মোৰ ওপৰত খং নকৰিবা,মোৰ হাতত একোৱেই নাই ৷’ – কোনে কি প্ৰসংগত এই উক্তি কৰিছিল?

উত্তৰঃ উক্ত কথাখিনি কবিয়ে মগনিয়াৰজনক কৈছিল ৷ এদিন কবি বাটৰে গৈ থাকোঁতে এজন মগনিয়াৰক লগ পাইছিল ৷ হাড়, ছাল ওলোৱা মগনিয়াৰজনে হাতখন মেলি কবিক কিবা এটা বিচাৰিছিল ৷ কিন্তু কবিও মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল ৷ মগনিয়াৰজনক দিবৰ বাবে তেওঁৰ হাতত কোনো পাৰ্থিৱ সম্পদ নাছিল ৷ কিন্তু কবিৰ অন্তৰ দয়া, আন্তৰিকতা, স্নেহেৰে ভৰপূৰ আছিল ৷ মগনিয়াৰজনৰ হত দুখন ধৰি কবিয়ে সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল ৷
দীঘল প্ৰশ্ন (মূল্যাংক – ৪/৫)
১। ‘মগনিয়াৰ’ শীৰ্ষক কথা-কবিতাটিৰ সাৰাংশ লিখা ৷
উত্তৰঃ অসমীয়া সাহিত্যত প্ৰথম কথা-কবিতাৰ জনক যতীন্দ্ৰনাথ দুৱৰাৰ “মগনিয়াৰ” এটা উৎকৃষ্ট কথা-কবিতা ৷ কবিতাটোত ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ “The Beggar” নামৰ কথা-কবিতাটোৰ সাদৃশ্য আছে ৷ কবিতাটোত কবিয়ে এজন সৰ্বহাৰা মগনিয়াৰ ছবি অংকন কৰিছে ৷ কবিয়ে মগনিয়াৰজনক বাটত লগ পাইছিল ৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল ৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল ৷ যাৰ বাবে মগনিয়াৰজনৰ হাতত ধৰি কবিয়ে গভীৰ সহানুভূতি ব্যক্ত কৰিলে আৰু তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে ৷ কবিৰ আন্তৰিকতা,দয়া আৰু স্নেহ অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল ৷ মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকি মহান দান বুলি গণ্য কৰিলে আৰু কবিক ধন্যবাদ জ্ঞাপন কৰিলে ৷ কবিতাটোৰ মাজেৰে ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতাৰ প্ৰকাশ ঘটিছে ৷
 
 ২। ‘মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে?
উত্তৰঃ ‘মগনিয়াৰ’ যতীন্দ্ৰনাথ দুৱৰাৰ এটি উৎকৃষ্ট কথা-কবিতা ৷ সাধাৰণতে কথা-কবিতাবোৰত বহুতো সাধাৰণ বৈশিষ্ট্য লক্ষ্য কৰা যায় ৷ ‘মগনিয়াৰ’ কবিতাটোৰ এই লক্ষণসমূহ আলোচনা কৰা হ’ল- কথা-কবিতাবোৰ ৰূপকাত্মক ৷ ‘মগনিয়াৰ’ কবিতাটোতো ৰূপকৰ সঠিক প্ৰয়োগ ঘটিছে৷ মগনিয়াৰ ৰূপকৰ জৰিয়তে কবিয়ে সমাজৰ শোষিত আৰু অৱহেলিত লোকসকলৰ মৰ্মবেদনা আৰু সেইসকলৰ প্ৰতি কবিৰ সহানুভূতি প্ৰকাশ পাইছে ৷ কথা-কবিতাবোৰত এটি মাত্ৰ কেন্দ্ৰস্হ ভাৱ থাকে ৷ সমাজৰ শোষিত আৰু অৱহেলিত এটা শ্ৰেণীৰ প্ৰতি কবিৰ গভীৰ মানৱতাবোধ কবিতাটোত মৰ্মস্পৰ্শী ৰূপত প্ৰতিফলন হৈছে ৷ কথা-কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত ৷ ‘মগনিয়াৰ’ কবিতাত মগনিয়াৰজনৰ আৱয়ৱিক বৰ্ণনাত চিত্ৰধৰ্মিতাৰ পয়োভৰ ঘটিছে ৷ কবিতাটো পঢ়ি যাওঁতে চকুৰ সন্মুখত এজন সৰ্বহাৰা মগনিয়াৰ কৰুণ ছবি ভাঁহি উঠে ৷
৩। কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্যকৃৰ্তিৰ এটি চমু পৰিচয় দাঙি ধৰা ৷
উত্তৰঃ অসমীয়া সাহিত্যজগতত ‘বনফুল’ কবিৰূপে খ্যাত যতীন্দ্ৰনাথ দুৱৰাই অসমীয়া কাব্য-সাহিত্যলৈ ভালেমান অৰিহণা আগবঢ়াইছে ৷ তেওঁৰ কবিতাপুথিকেইখন হ’ল- ওমৰ তীৰ্থ, আপোন সুৰ আৰু মৰমৰ সুৰ ৷ ‘বনফুল’ নামৰ কাব্যপুথিখনৰ বাবে দুৱৰাই সাহিত্য অকাঁডেমি বটাঁ লাভ কৰিছিল ৷ এই বটাঁ লাভ কৰা তেওঁৱেই প্ৰথম অসমীয়া ৷ ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ৰুৱায়তক প্ৰথম অসমীয়ালৈ ভাঙনি কৰি দুৱৰাই ওমৰ তীৰ্থ পুথিখন ৰচনা কৰে ৷ ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ ‘Poems in Prose’ আৰু অলিভ শ্ৰাইনাৰ ৰচনাৰ আলমত দুৱৰাই কথা-কবিতা ৰচনা কৰিছিল ৷ অসমীয়া ভাষাত পোনপ্ৰথমে কথা-কবিতা ৰচনা কৰা যতীন্দ্ৰনাথ দুৱৰাৰ কথা-কবিতাৰ পুথিখনৰ নাম হৈছে ‘কথা-কবিতা’৷
 ৪। ‘মগনিয়াৰ’ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা ৷
উত্তৰঃ ‘মগনিয়াৰ’ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ ‘কথা-কবিতা’ নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে ৷
কবিতাটোৰ মূল বক্তব্য হৈছে- ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতা ৷ ইয়াত মগনিয়াৰজনে সমাজৰ দলিত শোষিত শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছে ৷ দৈনন্দিন জীৱন ধাৰণৰ মৌলিক প্ৰয়োজনখিনিৰ পৰাও তেওঁলোক বঞ্চিত ৷ মগনিয়াৰজনক দেখা পাই কবিৰ নিজৰ নিঃস্বৰূপটো উপলব্ধি কৰিছে ৷ যাৰ বাবে তেওঁ মগনিয়াৰজনৰ হাতখন সাৱটি ধৰি অকণমান সহানুভূতি প্ৰদৰ্শন কৰিছে ৷ ইফালে মগনিয়াৰজনো কবিৰ এই কৰ্মত আচৰিত হৈছে ৷ কিয়নো সমাজৰ তথাকথিত ধনাঢ্যসকলে এনেদৰে কেতিয়াও তেওঁক সহানুভূতি আৰু আন্তৰিকতা দেখুওৱা নাছিল ৷ সেইখিনিৰ বাবে তেওঁ কবিক কৃতজ্ঞতা জনাইছে ৷
 ৫। ‘মগনিয়াৰ’ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ  ভাষাত লিখা ৷
উত্তৰঃ কবিয়ে বাটত এদিন এজন মগনিয়াৰক লগ পাইছিল ৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল ৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল ৷ কবিয়ে মগনিয়াৰজনৰ হাতদুখন সাৱটি একো দিব নোৱাৰাৰ বাবে খং নকৰিবলৈ অনুৰোধ জনালে ৷ কবিৰ আন্তৰিকতা, দয়া আৰু স্ন” অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল ৷ মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকে মহান দান বুলি গণ্য কৰি কবিক অশেষ ধন্যবাদ জ্ঞাপন কৰিলে ৷
WhatsApp Channel Follow Now
Telegram Channel Join Now

Leave a Comment