All Job Assam- Job News Assam in Guwahati and Noth East India

Assam Direct Recruitment Mock Test Assamese 16.07 (1)

Jai Hind, Jai Aai Axom friends, in this chapter today we have brought you total Top  Questions and Answers GK Quiz for Assam Direct Recruitment Grade III and Grade IV written exam of Assam Direct Recruitment. I hope you will be benefited from the exam from our chapter today. Don’t forget to participate in our telegram to get more Job Related update every day.

Follow Us Links
Telegram Click Here
Facebook Click Here
154

Assam Direct Recruitment Mock Test Assamese 16.07 (1)

বন্ধু সকলক জনাও যে বিভিন্ন চাকৰিৰ প্ৰস্তুতিৰ কাৰনে আপোনালোকৰ কাৰনে অতি কম মূল্যত Mock Test ৰ সুবিধা কৰা হৈছে। মাত্ৰ 70 টকাত দৈনিক 50+ ৰ ওপৰত mock test আপোনালোকে পাব। সোনকাল কৰক কাৰন এই সুবিধা মাত্ৰ 15 August লৈকে হে আছে...

Join Now

1 / 102

মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান পোৱা প্ৰথমজন ব্যক্তি কোন আছিল ?

2 / 102

ৰণভূমিত প্রাণ হেৰুৱা দিল্লীৰ একমাত্ৰ চুলতানজন হল ?

3 / 102

ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰাইছিল?

4 / 102

কোচৰাজ্যত প্ৰচলিত মুদ্ৰাক কি বুলি কোৱা হৈছিল?

5 / 102

"নামদফা ৰাষ্ট্ৰীয় উদ্যান" ক'ত অৱস্থিত?

6 / 102

NEFT ৰ সম্পূৰ্ণ ৰূপ হ'ল-

7 / 102

"RTGS" ৰ সম্পূৰ্ণ ৰূপ হ'ল-

8 / 102

"অসম সৰ্বশিক্ষা অভিযান মিচন" প্ৰতিষ্ঠা হৈছিল-

9 / 102

কোচ ৰাজ্যৰ প্ৰথম ৰজা কোন?

10 / 102

কাক বধ কৰি নৰকাসুৰ ৰজা হৈছিল

11 / 102

এটা ভাষাত কেইটা উপভাষা থাকিব পাৰে?

12 / 102

তলৰ শুদ্ধ বাক্যটো বাছি উলিওৱা

13 / 102

হেম বৰুৱা কোন যুগৰ কবি?

14 / 102

তলৰ কোনখন গ্ৰন্থ শংকৰদেৱে ৰচনা কৰিছিল?

15 / 102

ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে ৰচনা কৰা কবিতা সংকলনখনৰ নাম হৈছে

16 / 102

তলৰ ষত্ববিধি অনুসৰি গঠন হোৱা শুদ্ধ শব্দটো বাছি উলিওৱা

17 / 102

শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাট কোনখন?

18 / 102

লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা আত্মজীৱনীখনৰ নাম কি?

19 / 102

অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কি ?

20 / 102

তেজৰে কমলাপতি’ বৰগীতটিৰ ৰচক হ’ল-

21 / 102

উচ্চ প্ৰাথমিক পৰ্যায়ত ব্যাকৰণৰ শিক্ষাদান কি পদ্ধতিৰে দিয়া উচিত?

22 / 102

মাতৃভাষাৰ মাধ্যমত শিক্ষাগ্ৰহণ কৰাৰ প্ৰধান সুবিধা হ’ল

23 / 102

কোনটো আঞ্চলিক ৰুপৰ ভিত্তিত মান্য অসমীয়া ভাষাই গঢ় লৈ উঠিছে ?

24 / 102

গদ্য শিক্ষণৰ মূল উদ্দেশ্য হৈছে

25 / 102

অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটা ?

26 / 102

সক্ৰিয় আৰু প্ৰকাশাত্মক(Active and Productive)কৌশল হিচাপে কোন দুটা কৌশলক জনা যায়

27 / 102

তলৰ কোনটো বিপৰীত লিংগৰ শুদ্ধ নহয়?

28 / 102

তলৰ ণত্ববিধি অনুসৰি সিদ্ধ হোৱা শব্দটো বাছি উলিওৱা

29 / 102

এটা ভাষাত কেইটা উপভাষা থাকিব পাৰে?

30 / 102

উচ্চ প্ৰাথমিক পৰ্যায়ত ব্যাকৰণৰ শিক্ষাদান কি পদ্ধতিৰে দিয়া উচিত?

31 / 102

মাতৃভাষা শিক্ষণৰ উদ্দেশ্য হৈছে

32 / 102

উৎ + চাৰণ = উচ্চাৰণ- এই সন্ধিটো কোন প্ৰকাৰৰ?

33 / 102

ড° ভৱেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা শিশু উপন্যাসখনৰ নাম কি ?

34 / 102

মাতৃভাষাৰ মাধ্যমত শিক্ষাগ্ৰহণ কৰাৰ প্ৰধান সুবিধা হ’ল

35 / 102

‘হাত-লৰ’ শব্দৰ অৰ্থ হ’ল

36 / 102

শিৱ দল কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল

37 / 102

ক্ষমতা প্ৰয়োগ কৰাৰ বাবে অসম লোক সেৱা আয়োগ (এপিএছচি) নিয়মাৱলী জাৰী কৰা হৈছিল
১৯৪৭
১৯৫০
১৯৫১
১৯৬০

38 / 102

অসমৰ প্ৰথম ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল

39 / 102

কোন ৰজাক ভগাৰাজ নামেৰে জনা যায়

40 / 102

ভাৰতৰ স্বাধীনতাৰ সময়ত, অসমত কিমানখন জিলা আছিল

41 / 102

প্ৰাচীন চহৰ 'বেংমাৰা' বৰ্তমান নামেৰে জনাজাত

42 / 102

শংকৰদেৱে তেওঁৰ আধ্যাত্মিক উত্তৰাধিকাৰী মাধৱদেৱক প্ৰথমবাৰৰ বাবে  কত লগ পাইছিল

43 / 102

মাধৱদেৱৰ জন্ম হৈছিল চনত

44 / 102

সোণাৰি কোন জিলাৰ হেডকুৱেটাৰ

45 / 102

কাকোইজানা সংৰক্ষিত বনাঞ্চল কোন খন জিলাত অৱস্থিত

46 / 102

1951 চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰথম সংসদ সদস্য কোন আছিল

47 / 102

অসমৰ কিমানটা লোকসভা সমষ্টি অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত

48 / 102

 কোন বছৰত অসমত দূৰদৰ্শন কেন্দ্ৰ স্থাপন কৰা হয়

49 / 102

অসমৰ কোনটো লোকসভা সমষ্টি অনুসূচীত জাতিৰ বাবে সংৰক্ষিত

50 / 102

তলৰ কোন প্রকাৰৰ জীৱই পােহৰক খাদ্যলৈ ৰূপান্তৰ কৰে?

51 / 102

পশ্চিম কাৰ্বি আংলং জিলাৰ এটা মহকুমা হল

52 / 102

প্ৰদূষণৰ প্ৰভাৱ প্রথম লক্ষ্য কৰা হৈছিল

53 / 102

নিম্ন লিখিত কোনবিধ মাটিৰ সংমিশ্রণ গছৰ বাবে উত্তম?

54 / 102

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য স্থান হিচাপ্র ঘোষণা কৰা হয় ?

55 / 102

বায়ুত আটাইতকৈ কি গেছ বেছি পৰিমাণে থাকে?

56 / 102

অসমত ব্রহ্মপুত্র উপত্যকাৰ দৈঘ্য কিমান ?

57 / 102

দূষিত পানীৰ দ্বাৰা বিয়পা ৰােগবিধ হ’ল

58 / 102

কোনখন মহাদেশক বিষুৱৰেখাই প্রায় সমানে দুভাগত ভাগ কৰিছে

59 / 102

ভাৰতত সাম্প্রতিক কালত কোনবিধ প্রাণী বিলুপ্ত হৈছে

60 / 102

পৰিৱেশ উন্নয়নৰ বাবে ১৯৭১ চনত গঠিত ‘গ্রীনপিছ ইণ্টাৰনেশ্যনেল’ হ’ল

61 / 102

আমি সততে ভূমিকম্পৰ কথা শুনিবলৈ পাওঁ। ভূমিকম্পৰ জোখৰ এককক কোৱা হয়

62 / 102

সংস্কৃতি আৰু পৰম্পৰাই তলৰ কোনটো বিষয়ত অৰিহণা যােগায়?

63 / 102

১৮২৮ চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব দিয়া হৈছিল

64 / 102

পৃথিৱীৰ হাওঁফাওঁ ......বুলি কাক কয় !

65 / 102

স্বাধীনতা সংগ্ৰামৰ সময়ত, "মৃত্যু বাহিনী" গঠন কৰা হৈছিল

66 / 102

সংস্কৃত নাটকত সংস্কৃতৰ উপৰিও কি ভাষা ব্যৱহাৰ হৈছিল?

67 / 102

মাধৱ কণ্ডলিৰ ৰামায়ণৰ কেইটা খণ্ড মাধৱ কণ্ডলিৰ ৰচিত হিচপে পোৱা যায় ?

68 / 102

তলৰ কোনটো উক্তি অশুদ্ধ?

69 / 102

চৰ্যাপদবোৰৰ অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে?

70 / 102

“A study of Kamrupi: A Dialect of Assamese” গ্ৰন্থখনৰ প্ৰণেতা হ’ল –

71 / 102

তলৰ কোনটো উক্তি শুদ্ধ?

72 / 102

খীষষ্টান মেছনেৰীসকলে উলিওৱা অসমীয়া আলোচনী খনৰ নাম কি ?

73 / 102

পাঠ্যপুথি হ’ল –

74 / 102

মধ্য-ভাৰতীয় আৰ্যভাষাৰ প্ৰধান স্তৰ কেইটা?

75 / 102

মাধৱদেৱৰ জন্ম হৈছিল?

76 / 102

পূবঘাট আৰু পশ্চিমঘাট পর্বতমালা কত লগ লাগিছে ?

77 / 102

ভাৰতৰ কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন ?

78 / 102

ভাৰতৰ ক্ষুদ্রতম কেন্দ্রিয়শাসিত অঞ্চল কি ?

79 / 102

মিজোৰামৰ উচ্চতম পর্বত কি ?

80 / 102

আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কেইটা দ্বীপ আছে ?

81 / 102

অৰণ্য ধ্বংসৰ পৰিণতি হৈছে-

82 / 102

ভাৰতৰ দক্ষিণ প্রান্তৰ সমুদ্র উপকুল কি ?

83 / 102

লাইন অব এক্সুৱেল কণ্ট্রল কত অবস্থিত ?

84 / 102

ভাৰতৰ কোনখন ৰাজ্যত উপকুলৰেখ বেছি ?

85 / 102

লাইন অব কণ্ট্রল ক’ত অবস্থিত ?

86 / 102

১৯০৪ চনত ভাৰতৰ কত চিমেণ্ট কাৰখানা স্থাপন কৰা হৈছিল ?

87 / 102

ভাৰত মহাসাগৰৰ গভীৰতম খাদটো কি ?

88 / 102

ভাৰতৰ উপকুল অঞ্চলত থকা বৃহত্তম নদীখনৰ নাম কি ?

89 / 102

তলৰ কোনখন পৰিকলিপ চহৰ নহয় ?

90 / 102

ভাৰতৰ উচ্চতম জলপ্রপাত হৈছে –

91 / 102

তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে ?

92 / 102

তলৰ কোনখন ঠাইত সূর্যৰ ৰশ্মি কেতিয়াও উলম্বভাবে নপৰে ?

93 / 102

ভাৰতৰ কোন ৰাজ্যত সাক্ষৰতাৰ হাৰ নিম্ন ?

94 / 102

তলৰ কোনখন চহৰত উৰাজাহাজ নির্মাণ কৰা হয় ?

95 / 102

ভাৰতৰ সর্বাধিক নগৰীকৃত ৰাজ্যখন কি ?

96 / 102

তলৰ কোনটো শৈশৱ কালৰ বিকাশৰ বৈশিষ্ট্য নহয় ?

97 / 102

"প্ৰশ্ন সোধাৰ বয়স" বুলি বিকাশৰ কোনটো স্তৰক কোৱা হয় ?

98 / 102

নাৰ্ছাৰী স্কুলৰ পেতিষ্ঠাপক আছিল -

99 / 102

বুদ্ধিৰ প্ৰথম পৰিক্ষা নিৰ্ণয় কৰা হৈছিল -

100 / 102

বুদ্ধি হৈছে জীৱনৰ নতুন নতুন সমস্যা আৰু অৱস্থাবোৰ অনুকুলন কৰি তুলিব পৰা সাধাৰণ মানসিক ক্ষমতা" - মতামতটো আছিল -

101 / 102

শিশুৰ যৌন অনুভূতিৰ উপায় হৈছে মুখ সম্বন্ধীয় (Oral), মলদ্বাৰ সম্বন্ধীয় (Anus) আৰু অনুভূতি সম্বন্ধীয় (Skin Sensation) - উক্তিটো আগবঢ়াইছিল

102 / 102

মনোবিজ্ঞানী গার্ডেনাৰে বুদ্ধিমত্তাৰ সাতটা তালিকা প্রস্তুত কৰিছে । তলৰ কোনটো ইয়াৰ অন্তভুক্ত নহয় ?