All Job Assam- Job News Assam in Guwahati and Noth East India

Assam Recruitment GK (English and Assamese) 1

Jai Hind, Jai Aai Axom friends, in this chapter today we have brought you total Top  Questions and Answers GK Quiz for Assam Direct Recruitment Grade III and Grade IV written exam of Assam Direct Recruitment. I hope you will be benefited from the exam from our chapter today. Don’t forget to participate in our telegram to get more Job Related update every day.

জয় হিন্দ, জয় আই অসম বন্ধুসকল, আজি এই অধ্যায়ত আমি আপোনালোকৰ বাবে লৈ আহিছো মুঠ Top Questions and Answers GK Quiz for Assam Direct Recruitment Grade III and Grade IV written exam of Assam Direct Recruitment. আজি আমাৰ অধ্যায়ৰ পৰা পৰীক্ষাৰ পৰা আপোনালোক উপকৃত হ’ব বুলি আশা ৰাখিলোঁ। প্ৰতিদিনে অধিক Job Related update পাবলৈ আমাৰ টেলিগ্ৰামত অংশগ্ৰহণ কৰিবলৈ নাপাহৰিব।

Follow Us Links
Telegram Click Here
Facebook Click Here
132

Assam Recruitment GK (English and Assamese (1)

1 / 10

'বেংছাটা' গ্ৰন্থখনৰ বাবে ২০২২ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰা অসমীয়া ব্যক্তিগৰাকী কোন?

Who is the winner of the 2022 Sahitya Akademi Award for his book 'Bensata'?

2 / 10

বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশগৰাকীৰ নাম কি?

What is the name of the present Chief Justice of the Guwahati High Court?

3 / 10

২০২২ বৰ্ষৰ 'পদ্মশ্ৰী' সন্মান অসমৰ কোন দুগৰাকী ব্যক্তিয়ে লাভ কৰে?

Which two people from Assam will be awarded the Padma Shri in 2022?

4 / 10

২০২২ বৰ্ষৰ প্ৰধানমন্ত্ৰীৰ 'ৰাষ্ট্ৰীয় বালক পুৰস্কাৰ' অসমৰ কোনে লাভ কৰে?

Who is the recipient of the 2022 Prime Minister's 'National Boys Award' from Assam?

5 / 10

অসম চৰকাৰে প্ৰথমবাৰলৈৱ(২০২২ বৰ্ষ) প্ৰদান কৰা অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান 'অসম গৌৰৱ' সন্মান কেইগৰাকী ব্যক্তিয়ে লাভ কৰে?

How many persons received the 'Assam Gaurav', the highest civilian honor of Assam, awarded by the Government of Assam for the first time (2022)?

6 / 10

অসম চৰকাৰে প্ৰথমবাৰলৈৱ(২০২২ বৰ্ষ) প্ৰদান কৰা অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান 'অসম সৌৰভ' সন্মান কেইগৰাকী ব্যক্তিয়ে লাভ কৰে?

How many persons received the 'Assam Sourav' award, the highest civilian honor of Assam, awarded by the Government of Assam for the first time (2022)?

7 / 10

অসম চৰকাৰে প্ৰথমবাৰলৈৱ(২০২২ বৰ্ষ) প্ৰদান কৰা অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান 'অসম বৈভৱ' সন্মান কোনে লাভ কৰে?

Who is the recipient of the 'Assam Baibhav', the highest civilian honor of Assam, awarded by the Government of Assam for the first time (2022)?

8 / 10

সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা ব্যক্তিক জনোৱা সন্মান স্বৰূপে অসম চৰকাৰে প্ৰথমবাৰলৈ (২০২২ বৰ্ষ) প্ৰদান কৰা অসমৰ সৰ্বোচ্চ অসামাৰিক সন্মানকেইটা কি কি?

What are the highest civilian honors of Assam awarded by the Government of Assam for the first time (2022) in recognition of individuals who have contributed to various fields of society?

9 / 10

ভাৰতৰ ক্ৰিড়া ক্ষেত্ৰৰ সৰ্ব্বোচ্চ সন্মন 'মেজৰ ধন্যানচান্দ খেল ৰত্ন বঁটা', ২০০২১ অসমৰ কোনগৰাকী খেলুৱৈয়ে লাভ কৰে?

Which Assamese athlete has been awarded the Major Dhanyanchand Khel Ratna Award, 2021, the highest sports honor in India?

10 / 10

ভাৰতৰ সাহিত্য ক্ষেত্ৰৰ সৰ্ব্বোচ্চ সন্মান '৫৬ তম Jnanpith Award, 2020' অসমৰ কোনগৰাকী ব্যক্তিয়ে (এই Award লাভ কৰা তেওঁ তৃতীয়গৰাকী অসমীয়া) লাভ কৰে?

Who is the third Assamese to receive the 56th Jnanpith Award, 2020, the highest literary honor in India?