Home » Cricket Quiz: Sports MCQ and Answers in Assamese (ক্ৰিকেট কুইজ)

Cricket Quiz: Sports MCQ and Answers in Assamese (ক্ৰিকেট কুইজ)

by Dhrubajyoti Haloi
WhatsApp Channel Follow Now
Telegram Channel Join Now
YouTube Channel Subscribe

Cricket is more than just a sport in many parts of the world; it is a passion, a tradition, and a way of life. In India, cricket holds a special place in the hearts of millions, transcending cultural and linguistic boundaries. For Assamese-speaking cricket enthusiasts, we have crafted an engaging and informative cricket quiz that will test your knowledge of the game. This quiz comprises multiple-choice questions (MCQs) with answers provided in Assamese. So, let’s dive into the fascinating world of cricket and see how well you know your favorite sport!

Introduction to Cricket Quiz (ক্ৰিকেট কুইজৰ পৰিচয়)

Cricket is a game of skill, strategy, and endurance. Whether you are a casual follower or a die-hard fan, this quiz is designed to challenge your understanding of the game. From the basics of cricket to the intricacies of its rules, this quiz covers it all. Let’s begin with some easy questions and gradually move on to more challenging ones.

Cricket Quiz

Understanding the Basics of Cricket (ক্ৰিকেটৰ প্ৰাথমিক জ্ঞান)

Assam Direct Recruitment Guide Book PDF

Assamese Medium: Click Here

English Medium: Click Here

Before we jump into the quiz, let’s brush up on some basic concepts of cricket. Cricket is played between two teams of eleven players each. The game is divided into formats like Test, One Day International (ODI), and Twenty20 (T20). The objective is to score runs and dismiss the opposition players.

প্ৰঃ কোন দেশত ক্ৰিকেট খেলৰ জন্ম হয়?

উঃ ইংলণ্ড।

প্ৰঃ কি গছৰ কাঠৰ পৰা ক্ৰিকেট বল তৈয়াৰ কৰা হয়?

উঃ উইল’।

প্ৰঃ এজন বেট্‌চমেনে কেই প্ৰকাৰে আউট হ’ব পাৰে?

উঃ 10 প্ৰকাৰে।

প্ৰঃ ক্ৰিকেট পিটছৰ প্ৰস্থ কিমান?

উঃ 3.05 মিটাৰ।

প্ৰঃ কোনজন বিখ্যাত ক্ৰিকেটাৰ ‘ব্ল্যাক ব্রেডমেন’ বুলি জনাজাত?

উঃ জৰ্জ হেড্‌লি।

প্ৰঃ টেষ্ট ইনিংচৰ প্ৰথম অভাৰতে হেট্ৰিক অৰ্জন কৰা বিশ্বৰ সৰ্বপ্ৰথম বলাৰজন কোন?

উঃ ইফৰান পাঠান।

প্ৰঃ অভিষেক টেষ্টখনতে শতৰাণ কৰা প্ৰাক্তন ইংলেণ্ড আৰু আৰ্চেনেল ফুটবলাৰজন কোন?

উঃ আৰ্থাৰ মিল্টন।

প্ৰঃ বেটিং পক্ষক আম্পায়াৰে ‘অফাৰচ দি লাইট’ কৰা মানে কি?

উঃ কম পোহৰৰ বাবে খেল খেলাত অসুবিধা হৈছে নেকি সোধে।

প্ৰঃ ওচৰৰ ফিল্ডাৰজনে বলটো ‘কট’ কৰাৰ আগতেই বলটো তেওঁৰ হেলমেটত আঘাত কৰিলে বেটচমেনজন আউট হ’ব নে?

উঃ নহয়।

প্ৰঃ যদি খেলুৱৈ এজনে বলটো টুপীৰে ফিল্ডিং কৰে তাৰ ফলাফল কি হ’ব?

উঃ বেটচমেনজনে পাঁচ ৰাণ পাব।

প্ৰঃ কিমান চনত প্ৰথম মহিলা টেষ্ট মেচ খেলোৱা হৈছিল?

উঃ 1934 চনত।

প্ৰঃ খেলপথাৰত নমাৰ আগতে এজন বেটচমেনে কি কাৰণে আউট হ’ব পাৰে?

উঃ চেনজিং ৰূমৰ পৰা পিটচলৈ আহোঁতে পাঁচ মিনিটতকৈ অধিক সময় লাগিলে।

প্ৰঃ বেটচমেনৰ কোবত বল গৈ আম্পায়াৰৰ জেপত সোমালে ফলাফল কি হ’ব?

উঃ বলটো ‘ডেড বল’ হ’ব।

প্ৰঃ কপিলদেৱৰ অন্তিম নামটো কি?

উঃ নিখঞ্জ।

প্ৰঃ অষ্ট্ৰেলিয়া আৰু ইংলণ্ডে অংশ গ্ৰহণ কৰা জনপ্ৰিয় টেষ্ট শৃঙ্খলাটোৰ নাম কি?

উঃ এচেছ শৃঙ্খলা।

প্ৰঃ ইংলণ্ডৰ হৈ টেষ্ট খেলা প্ৰথম ভাৰতীয় খেলুৱৈ গৰাকী কোন?

Read Also:
List of Ministers in the Modi 3.0 Government with Portfolio

উঃ ৰঞ্জিত সিং।

প্ৰঃ বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ মাজৰ নামটো কি?

উঃ ৰমেশ।

প্ৰঃ ‘কেনিংটন অ’ভেল’ ইংলণ্ডৰ এখন প্ৰসিদ্ধ ক্ৰিকেট ষ্টেডিয়াম। ইয়াৰ জনপ্ৰিয় নামটো কি?

উঃ অ’ভেল।

প্ৰঃ কোনজন ভাৰতীয় ক্ৰিকেটাৰ ‘আইডল’ নামৰ গ্ৰন্থখনৰ ৰচিয়তা?

উঃ সুনীল গাভাস্কাৰ।

প্ৰঃ টেষ্ট ক্ৰিকেটত শতক অৰ্জনকাৰী সৰ্বকনিষ্ট ভাৰতীয় ক্ৰিকেটাৰ গৰাকীৰ নাম কি?

উঃ শচীন তেণ্ডুলকাৰ।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত দ্ৰুততম অৰ্ধশতৰাণকাৰী ভাৰতীয় ক্ৰিকেটাৰজন কোন?

উঃ অজিত আগাৰকাৰ।

প্ৰঃ টেষ্ট ক্ৰিকেটত প্ৰথম শতৰাণকাৰী খেলুৱৈ গৰাকী কোন?

উঃ চাৰ্লচ বেনাৰমেন (অষ্ট্ৰেলিয়া)।

প্ৰঃ ‘গোল্ডেন ডাক’ মানে কি?

উঃ প্ৰথম বলতে আউট হোৱা বেট্‌চমেন।

প্ৰঃ কেনে পৰিস্থিতিত ক্ৰিকেটত এটা বল ‘ৱাইড বল’ হিচাপে বিবেচিত হ’ব পাৰে?

উঃ বলটো ষ্টাম্পৰ পৰা বহু দূৰেৰে পাৰ হৈ গ’লে।

প্ৰঃ ভাৰতৰ ক’ত ফিৰোজ ছাহ কোটলা ষ্টেডিয়াম অৱস্থিত?

উঃ দিল্লী।

প্ৰঃ খেল চলি থকা সময়ত আম্পায়াৰে তেওঁৰ পেটৰ সন্মুখত দুয়োখন হাত জোকাৰি কি বুজায়?

উঃ ডেড বলৰ সংকেত দিয়ে।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত প্ৰথম হেট্ৰিক অৰ্জন কৰা ক্ৰিকেটাৰজনৰ নাম কি?

উঃ জালালুদ্দিন।

প্ৰঃ টেষ্ট ক্ৰিকেটত অনিল কুম্বলেৰ চিকাৰ হোৱা প্ৰথমজন খেলুৱৈৰ নাম কি?

উঃ এলান লেম্ব।

প্ৰঃ থাৰ্ড আম্পায়াৰৰ দ্বাৰা আউট হোৱা প্ৰথমজন বেটচমেনৰ নাম কি?

উঃ শচীন তেণ্ডুলকাৰ।

প্ৰঃ টেষ্ট ক্ৰিকেটত 600 টা উইকেট দখলকাৰী প্ৰথমজন অষ্ট্ৰেলিয়ান বলাৰৰ নাম কি?

উঃ শ্বেন ৱাৰ্ণ।

প্ৰঃ টেষ্ট ক্ৰিকেটত 400 টা উইকেট দখলকাৰী প্ৰথমজন ভাৰতীয় বলাৰজন কোন?

উঃ কপিল দেৱ।

প্ৰঃ ক্ৰিকেটত ‘চাইনামেন’ মানে কি?

উঃ বাওঁহতীয়া গুগ্‌লি।

প্ৰঃ শ্ৰীলংকাৰ প্ৰথম টেষ্ট অধিনায়কজনৰ নাম কি?

উঃ বান্দুলা ৱাৰ্ণাপুৰ।

প্ৰঃ ভাৰতে কোনখন দেশক পৰাস্ত কৰি পোন প্ৰথমবাৰৰ বাবে বিশ্বকাপ অৰ্জন কৰিছিল।

উঃ ৱেষ্ট ইণ্ডিজ।

প্ৰঃ প্ৰথম হেলমেট পিন্ধা ক্ৰিকেটাৰজনৰ নাম কি?

উঃ ডি এমিছ।

প্ৰঃ টেষ্ট মেচত দ্ৰুততম 100 টা উইকেট দখলকাৰী বলাৰজনৰ নাম কি?

উঃ জি ল’হমান।

প্ৰঃ টেষ্ট মেচত আত্ম প্ৰকাশ কৰা আটাইতকৈ বয়সস্থ খেলুৱৈ গৰাকী কোন?

উঃ জেমচ চাউদাৰটন (ইংলণ্ড)।

প্ৰঃ কোনজন ক্ৰিকেটাৰৰ উপনাম ‘মাষ্টাৰ ব্লাষ্টাৰ’।

উঃ শচীন টেণ্ডুলকাৰ।

প্ৰঃ টেষ্ট ক্ৰিকেটত11,000 তকৈ অধিক ৰাণ কৰা প্ৰথম বেট্‌চমেন গৰাকীৰ নাম কি?

উঃ এলান ব’ৰ্ডাৰ।

প্ৰঃ মাইকেল বিভানৰ মাজৰ নামটো কি?

উঃ গয়েল।

প্ৰঃ ভাৰত আৰু ইংলণ্ড উভয় দেশৰ হৈ ক্ৰিকেট খেলা একমাত্ৰ খেলুৱৈ গৰাকী কোন?

উঃ ইফতিখাৰ আলি খান পাটাউদী।

প্ৰঃ কোনখন দেশে 2000 চনত টেষ্ট খেলাৰ যোগ্যতা অৰ্জন কৰিছিল?

উঃ বাংলাদেশ।

প্ৰঃ কোনজন খেলুৱৈক ‘এচিয়ান ব্রেডমেন’ বুলি জনা যায়?

উঃ জাহিৰ আববাছ।

প্ৰঃ ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলেৰ উপনাম কি?

উঃ জাম্ব’।

প্ৰঃ প্ৰথমখন সংলগ্ন এদিনীয়া আন্তৰ্জাতিক খেল কোন দুখন দেশৰ মাজত অনুষ্ঠিত হৈছিল?

Read Also:
Assam Direct Recruitment Exam (ADRE) Social Science Quastion & Answer in Assamese (সমাজ বিজ্ঞানৰ প্ৰশ্ন)

উঃ ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়া।

প্ৰঃ শ্বাৰজাহত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল কোন চনত অনুষ্ঠিত হৈছিল?

উঃ 1984 চনত।

প্ৰঃ অষ্ট্ৰেলিয়াৰ খেলুৱৈ ৰিকী পণ্টিঙৰ উপনাম কি?

উঃ পাণ্টাৰ।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলত হেট-ট্ৰিক অৰ্জন কৰা প্ৰথমজন ইংৰাজ বলাৰৰ নাম কি?

উঃ জেমচ এণ্ডাৰছন।

প্ৰঃ ষ্টেট মেচত কপিল দেৱৰ 400 তম চিকাৰ কোন আছিল?

উঃ মাৰ্ক টেইলৰ।

প্ৰঃ কোন চনত পাকিস্থানে সৰ্বপ্ৰথম বিশ্বকাপ খিতাপ অৰ্জন কৰিছিল?

উঃ 1992 চনত।

প্ৰঃ 2007 চনৰ বিশ্বকাপ ক্ৰিকেটত কোনজন ক্ৰিকেটাৰ ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেন্ট’ হিচাপে বিবেচিত হৈছিল?

উঃ গ্লেন মেকগ্ৰাথ।

প্ৰঃ অধিকবাৰ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলা দেশখনৰ নাম কি?

উঃ অষ্ট্ৰেলিয়া।

প্ৰঃ প্ৰথমখন ক্ৰিকেট ৱৰ্ল্ড কাপ টুৰ্ণামেন্টৰ নাম কি আছিল?

উঃ প্রোডেনছিয়েল কাপ।

প্ৰঃ নাথান এষ্টল নামৰ বিখ্যাত ক্ৰিকেটাৰজন কোন দেশৰ খেলুৱৈ?

উঃ নিউজিলেণ্ড।

প্ৰঃ 1996 চনত লৰ্ডত অনুষ্ঠিত খেলখনত কোনজন বাওঁহতীয় বেটচমেনে শতক অৰ্জন কৰিছিল?

উঃ সৌৰভ গাংগুলী।

প্ৰঃ কোনজন ক্ৰিকেটাৰে কৈছিল, ‘I had a rubber guard against the chest and a thick pad, that was all”?

উঃ ডন ব্রেডমেন।

প্ৰঃ কপিল দেৱৰ আত্মজীৱনীখনৰ নাম কি?

উঃ বাই গড্‌ছ ডিক্ৰী।

প্ৰঃ পাঁচ দিনীয়া মেচৰ টেষ্ট ক্ৰিকেটত পাঁচখন খেলত এটাও ‘বাই ৰাণ’ নিদিয়া একমাত্ৰ উইকেট ৰক্ষকজনৰ নাম কি?

উঃ মাৰ্ক বাউচাৰ।

প্ৰঃ ‘ৰাৱালপিণ্ডি এক্সপ্ৰেছ’ কোনজন ক্ৰিকেটাৰৰ উপনাম?

উঃ ছোৱাইব আখ্‌টাৰ (পাকিস্থান)।

প্ৰঃ কোনখন ষ্টেডিয়ামত অনুষ্ঠিত টেষ্ট মেচত সুনীল গাভাস্কাৰে 10,000 তম ৰাণ কৰিছিল?

উঃ চৰ্দাৰ পেটেল ষ্টেডিয়ামত (আহমেদাবাদ)।

প্ৰঃ বিভিন্ন বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্টত দুখন দেশক প্ৰতিনিধিত্ব কৰা একমাত্ৰ দক্ষিণ আফ্রিকীয় খেলুৱৈজনৰ নাম কি?

উঃ কেপলাৰ ৱেচেলছ।

প্ৰঃ ক্ৰিকেট খেলত ব্যৱহৃত ষ্টাম্পৰ উচ্চতা কিমান?

উঃ 28 ইঞ্চি।

প্ৰঃ কোনজন ভাৰতীয় ক্ৰিকেটাৰে টেষ্টমেচত সৰ্বাধিক সংখ্যক কেচ ধৰিছে?

উঃ ৰাহুল দ্ৰাবিড়।

প্ৰঃ টেষ্ট মেচত শতৰাণ কৰা প্ৰথম বাংলাদেশী বেটছমেনজনৰ নাম কি?

উঃ মহম্মদ আশ্ৰাফুল।

প্ৰঃ 1983 চনত ভাৰতে ‘প্রোডেনছিয়েল বিশ্বকাপ’ জয় কৰাৰ সময়ত ভাৰতীয় দলৰ সহ-অধিনায়ক কোন আছিল?

উঃ মহিন্দৰ অমৰনাথ।

প্ৰঃ 1983 চনত বিশ্বকাপত আত্মপ্ৰকাশ কৰি অষ্ট্ৰেলিয়াক পৰাজিত কৰা দেশখনৰ নাম কি?

উঃ জিম্বাবুৱে।

প্ৰঃ 1983 চনত ভাৰতে পোন প্ৰথমবাৰৰ বাবে বিশ্বকাপ ক্ৰিকেটত বিজয় সাব্যস্ত কৰিছিল। সেই দলটোৰ অধিনায়ক কোন আছিল?

উঃ কপিল দেৱ।

প্ৰঃ টেষ্ট মেচত শ্বেণ ৱাৰ্ণৰ 600 তম চিকাৰ হোৱা খেলুৱৈজন কোন আছিল?

উঃ মাৰ্কাছ ট্রেছক’থিক।

প্ৰঃ বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ হৈ প্ৰথমটো বল দলিওৱা ভাৰতীয় বলাৰজন কোন?

উঃ মদনলাল।

প্ৰঃ ৰাষ্ট্ৰীয় ক্ৰিকেট চেম্পিয়নশ্বিপ ‘ৰঞ্জী ট্ৰফী’ কোন চনৰ পৰা আৰম্ভ হয়?

উঃ 1934 চনৰ পৰা।

প্ৰঃ 1853 চনত পোন প্ৰথমতে কোনটো বিখ্যাত ক্লাৱে ক্ৰিকেটৰ নিয়মবোৰ সূত্ৰবদ্ধ কৰে?

Read Also:
Assam Direct Recruitment Exam (ADRE) Social Science Quastion & Answer in Assamese (সমাজ বিজ্ঞানৰ প্ৰশ্ন)

উঃ মেৰিলিবোন ক্ৰিকেট ক্লাৱ।

প্ৰঃ ভাৰতৰ বিখ্যাত খেলুৱৈ অনিল কুম্বলেই কোনখন ষ্টেডিয়ামত এটা ইনিংছত 10 টা উইকেট দখল কৰিছিল?

উঃ ফিৰোজছাহ কোটলা ষ্টেডিয়াম (দিল্লী)।

প্ৰঃ প্ৰথম তিনিওটা টেষ্টমেচত শতক অৰ্জনকাৰী ভাৰতীয় খেলুৱৈজনৰ নামকি?

উঃ মহম্মদ আজাহাৰুদ্দিন।

প্ৰঃ বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰ কপিল দেৱে টেষ্ট ক্ৰিকেটত কিমানটা উইকেট দখল কৰিছে?

উঃ 434 টা।

প্ৰঃ ডন ব্রেডমেনৰ ‘সপোনপুৰীৰ দল’ত অন্তৰ্ভূক্ত একমাত্ৰ ভাৰতীয় খেলুৱৈ গৰাকীৰ নাম কি?

উঃ শচীন তেণ্ডুেলকাৰ।

প্ৰঃ অন্তিম টেষ্ট ইনিংছৰ আগলৈকে ডন ব্রেডমেনৰ গড় ৰাণ কিমান আছিল?

উঃ 101.39

প্ৰঃ বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰ চেতন শৰ্মাই বিশ্বকাপ ক্ৰিকেটত কাৰ বিপক্ষে হেট-ট্ৰিক অৰ্জনক ৰিছিল?

উঃ নিউজিলেণ্ডৰ।

প্ৰঃ টেষ্ট ক্ৰিকেটৰ বিখ্যাত স্থান ‘ইডেন গাৰ্ডেন’ ক’ত অৱস্থিত?

উঃ ক’লকাতা (ভাৰত)।

প্ৰঃ ডন ব্রেডমেনৰসর্বোচ্চ ৰাণ ত্ৰিশত ৰাণৰ অনুৰ্দ্ধ কিমান?

উঃ 299 (নট আউট)।

প্ৰঃ ইংলণ্ডৰ বিৰুদ্ধে 1928 চনত অনুস্থিত টেষ্ট মেচত ডন ব্রেডমেনে কিমান ৰাণ সংগ্ৰহ কৰিছিল?

উঃ 19 ৰাণ।

প্ৰঃ মুম্বাইৰ টেষ্ট ক্ৰিকেটৰ ক্ৰীড়াংগনখনৰ নাম কি?

উঃ ৱাংখেড়ে ষ্টেডিয়াম।

প্ৰঃ মানচেষ্টাৰত অৱস্থিত টেষ্ট ক্ৰিকেটৰ প্ৰধান ক্ৰীড়াংগনখনৰ নাম কি?

উঃ অ’ল্ড ট্রেফৰ্ড।

প্ৰঃ বিশ্বৰ প্ৰচীনতম ক্ৰিকেট ক্লাৱ মেৰিলিবোন ক্ৰিকেট ক্লাৱ কোন দেশত অৱস্থিত?

উঃ ইংলণ্ড।

প্ৰঃ 1975 চনত বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত কোনটো দলে অষ্ট্ৰেলিয়াক হৰুৱাই প্ৰথম বিশ্বকাপ চেম্পিয়নশ্বিপত বিজয় সাব্যস্ত কৰে?

উঃ ৱেষ্ট ইণ্ডিজ।

প্ৰঃ কোন গৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰক 1996 চনত শিশুৰ কাৰণে UNICEF ৰ জাতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত দিয়া হৈছিল?

উঃ ৰবি শাস্ত্ৰী।

প্ৰঃ এজন প্ৰখ্যাত আম্পায়াৰত পৰিণত হোৱা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ গৰাকীৰ নাম কি?

উঃ এছ ভেঙকটৰাঘৱন।

প্ৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলটোৱে কিমান চনত প্ৰথমখন টেষ্ট মেচ খেলিছিল?

উঃ 1976 চনত।

প্ৰঃ কোনখন ষ্টেডিয়ামক ক্ৰিকেটৰ মক্কা বোলে?

উঃ অ’ল্ড ট্রেফৰ্ড (মানচেষ্টাৰ, ইংলণ্ড)।

প্ৰঃ কোন চনত প্ৰথম ‘বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্ট’ অনুষ্ঠিত হৈছিল?

উঃ 1975 চনত।

প্ৰঃ ক’ত আৰু কেতিয়া প্ৰথম টেষ্ট মেচ অনুষ্ঠিত হৈছিল?

উঃ 1877 চন, মেলবৰ্ণ।

প্ৰঃ 2005 চনৰ 10 ডিচেম্বৰত টেষ্ট মেচত 35 তম শতক অৰ্জন কৰি শচীন তেণ্ডুলকাৰে সুনীল গাভাস্কাৰৰ অভিলেখ ভঙ্গ কৰিছিল। তেওঁ কোন দেশৰ বিৰুদ্ধে খেলি এই অভিলেখ গঢ়ে ?

উঃ শ্ৰীলংকা।

প্ৰঃ বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্টত প্ৰথম শতক অৰ্জনকাৰী বেটছমেনজনৰ নাম কি?

উঃ ডেনিছ এমিছ (ইংলণ্ড)।

প্ৰঃ আৰম্ভণিতে এদিনীয়া আন্তৰ্জাতিক খেলত 60 অভাৰ খেলোৱা হৈছিল, কিন্তু এখন বিশ্বকাপ টুৰ্ণামেন্টৰ পৰা ইয়াক 50 অভাৰলৈ হ্রাস কৰা হয়। কোনখন বিশ্বকাপৰ পৰা এনে কৰা হয়?

উঃ 1987 বিশ্বকাপ।

প্ৰঃ কোন চনত ভাৰতে টেষ্ট ক্ৰিকেট খেলা দেশৰ মৰ্যদা লাভ কৰে?

উঃ 1932 চনত।

প্ৰঃ ক্ৰিকেটত ‘এল. বি. ডব্লিউ’ মানে কি?

উঃ লেগ বিফ’ৰ উইকেট।

প্ৰঃ কিমান চনত ভাৰতীয় ক্ৰিকেট ব’ৰ্ড স্থাপন কৰা হৈছিল?

উঃ 1927 চনত।

প্ৰঃ মাত্ৰ 37 টা বলতে দ্ৰুততম শতক অৰ্জন কৰা পাকিস্থানী খেলুৱৈ গৰাকীৰ নাম কি?

উঃ শ্বাহিদ আফ্রিদী।

প্ৰঃ টেষ্ট মেচত প্ৰথম আত্মপ্ৰকাশতে শতৰাণ কৰিবলৈ সক্ষম হোৱা পিতা-পুত্ৰদ্বয়ৰ নাম কি?

উঃ লালা অমৰনাথ আৰু সুৰিন্দৰ অমৰনাথ।

প্ৰঃ গ্ৰেগৰি ষ্টিফেন চেপেলৰ জনপ্ৰিয় নাম কি?

Read Also:
List of Ministers in the Modi 3.0 Government with Portfolio

উঃ গ্ৰেগ চেপেল।

প্ৰঃ অষ্ট্ৰেলিয়াৰ এজন বাওঁহতীয় বেটচমেনৰ নাম কোৱা?

উঃ আডাম গিলখ্ৰীষ্ট।

প্ৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট চেম্পিয়নশ্বিপ‘ ৰঞ্জী ট্ৰফী’ কাৰ কাৰ মাজত খেলোৱা হয়?

উঃ ৰাজ্যিক দলবোৰৰ মাজত।

প্ৰঃ কোন চনত ভাৰতত পোন প্ৰথমবাৰৰ বাবে এদিনীয়া আন্তৰ্জাতিক খেল অনুষ্ঠিত হৈছিল?

উঃ ৰজ্ঝজ্জ্বচ্ চনত।

প্ৰঃ ‘Straight from the Heart’ গ্ৰন্থখন কোনজন ক্ৰিকেটাৰে ৰচনা কৰিছিল?

উঃ কপিল দেৱ।

প্ৰঃ বিখ্যাত ‘ৰঞ্জী ট্ৰফী’ এজন বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰৰ সোঁৱৰণত নামাকৰণ কৰা হৈছে। তেওঁৰ নাম কি?

উঃ কে. এছ. ৰঞ্জিত সিং।

প্ৰঃ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক আসনৰ ব্যৱস্থা থকা ভাৰতৰ ক্ৰিকেট ষ্টেডিয়ামখনৰ নাম কি?

উঃ ইডেন গাৰ্ডেন।

প্ৰঃ পৃথিৱীৰ উচ্চতম ক্ৰিকেট খেল পথাৰখন ক’ত অৱস্থিত?

উঃ চাইল (ভাৰত)।

প্ৰঃ পোন প্ৰথমে কিমান চনত দূৰদৰ্শনত ক্ৰিকেট টেষ্ট মেচ সম্প্ৰচাৰ কৰা হৈছিল?

উঃ 1938 চনত।

প্ৰঃ সুনীল গাভাস্কৰৰ পূৰ্বৰ চাৰিটা দ্বি-শতকৰ অভিলেখ, পাঁচটা দ্বিশতক অৰ্জন কৰি ভংগ কৰা প্ৰথমজন ভাৰতীয় বেটছমেনৰ নাম কি?

উঃ ৰাহুল দ্ৰাবিড়।

Cricket MCQ and Answers in Assamese

Question 1: How many players are there in a cricket team? (এখন ক্ৰিকেট দলত কিমানজন খেলুৱৈ থাকে?)

Answer Choices:

A) 10
B) 11
C) 12
D) 13

Correct Answer: B) 11

The Cricket Field and Equipment (ক্ৰিকেটৰ ময়দান আৰু সামগ্ৰী)

Understanding the field and the equipment used is crucial for any cricket enthusiast. The cricket field is typically oval-shaped with a rectangular 22-yard-long pitch at the center.

Question 2: What is the length of a cricket pitch? (এখন ক্ৰিকেট পিচৰ দৈৰ্ঘ্য কিমান?)

Answer Choices: A) 20 yards
B) 21 yards
C) 22 yards
D) 23 yards

Correct Answer: C) 22 yards

Question 3: Which of the following is not a type of cricket ball? (তলত দিয়া ক’নটো ক্ৰিকেট বলৰ এটা প্ৰকাৰ নহয়?)

Answer Choices: A) Red ball
B) White ball
C) Green ball
D) Pink ball

Correct Answer: C) Green ball

Historical Milestones in Cricket (ক্ৰিকেটৰ ঐতিহাসিক মাইলষ্ট’ন)

Cricket has a rich history filled with memorable matches and legendary players. Knowing about these milestones is part of being a true cricket aficionado.

Question 4: Who was the first cricketer to score 10,000 runs in Test cricket? (প্ৰথম গৰাকী ক্ৰিকেটাৰ কোন আছিল যিয়ে টেষ্ট ক্ৰিকেটত ১০,০০০ ৰাণ কৰিছিল?)

Answer Choices: A) Sunil Gavaskar
B) Sachin Tendulkar
C) Brian Lara
D) Allan Border

Correct Answer: A) Sunil Gavaskar

Question 5: Which country won the first Cricket World Cup in 1975? (১৯৭৫ চনত প্ৰথম ক্ৰিকেট বিশ্বকাপ কোন দেশ জিকিছিল?)

Answer Choices: A) Australia
B) India
C) West Indies
D) England

Correct Answer: C) West Indies

Famous Cricket Players and Their Achievements (বিখ্যাত ক্ৰিকেট খেলুৱৈ আৰু তেওঁলোকৰ কৃতিত্ব)

Over the years, many players have left an indelible mark on the game with their exceptional skills and performances.

Read Also:
List of Ministers in the Modi 3.0 Government with Portfolio

Question 6: Who is known as the “God of Cricket”? (কোন জনক “ক্ৰিকেটৰ দেৱতা” বুলি জনা যায়?)

Answer Choices: A) Ricky Ponting
B) Brian Lara
C) Sachin Tendulkar
D) Virat Kohli

Correct Answer: C) Sachin Tendulkar

Question 7: Which cricketer has taken the most wickets in Test cricket? (কোন জন ক্ৰিকেটাৰে টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট লৈছে?)

Answer Choices: A) Muttiah Muralitharan
B) Shane Warne
C) Anil Kumble
D) James Anderson

Correct Answer: A) Muttiah Muralitharan

Understanding Cricket Formats (ক্ৰিকেটৰ বিভিন্ন ফৰ্মেটৰ বুজাবুজি)

Cricket is played in various formats, each with its own set of rules and duration. Test cricket, ODI, and T20 are the most popular formats.

Question 8: How many overs are there in a One Day International (ODI) match? (এখন একদিনীয়া আন্তৰ্জাতিক (ODI) মেচত কিমানটা অভাৰ থাকে?)

Answer Choices: A) 20
B) 50
C) 60
D) 40

Correct Answer: B) 50

Question 9: What is the maximum number of overs a bowler can bowl in a T20 match? (এখন T20 মেচত এজন বলাৰৰ বাবে সৰ্বাধিক কিমান অভাৰ থকাৰ অনুমতি থাকে?)

Answer Choices: A) 2
B) 3
C) 4
D) 5

Correct Answer: C) 4

Iconic Cricket Matches (আইকনিক ক্ৰিকেট মেচসমূহ)

Certain matches are etched in the history of cricket due to their thrilling finishes, record-breaking performances, or significant outcomes.

Question 10: Which match is famously known as the “Desert Storm” match? (“ডেজাৰ্ট ষ্টৰ্ম” মেচ বুলি কোনখন মেচক জনা যায়?)

Answer Choices: A) India vs Australia, 2001
B) India vs Pakistan, 1998
C) India vs England, 1985
D) India vs Australia, 1998

Correct Answer: D) India vs Australia, 1998

Rules and Regulations of Cricket (ক্ৰিকেটৰ নিয়ম-কানুন)

Knowing the rules and regulations is fundamental to understanding and appreciating the game fully.

Question 11: How many umpires are on the field during a cricket match? (এখন ক্ৰিকেট মেচৰ সময়ত ময়দানত কিমানজন আম্পায়াৰ থাকে?)

Answer Choices: A) 1
B) 2
C) 3
D) 4

Correct Answer: B) 2

Question 12: What does the term “LBW” stand for in cricket? (ক্ৰিকেটত “LBW” বুলিয়াকৈ কি বুজা হয়?)

Answer Choices: A) Leg Before Wicket
B) Left Before Wicket
C) Long Ball Wicket
D) Leg Ball Wicket

Correct Answer: A) Leg Before Wicket

Popular Cricket Tournaments (জনপ্ৰিয় ক্ৰিকেট টুৰ্নামেণ্টসমূহ)

Several tournaments around the world capture the attention of cricket fans with their exciting formats and fierce competitions.

Question 13: Which is the oldest cricket tournament in the world? (বিশ্বৰ সৰ্বপ্ৰথম ক্ৰিকেট টুৰ্নামেণ্ট কোনটো?)

Answer Choices: A) ICC World Cup
B) Ashes Series
C) Champions Trophy
D) Asia Cup

Correct Answer: B) Ashes Series

Question 14: Which T20 league is known for being the most lucrative and popular? (কোনটো T20 লীগক আটাইতকৈ বেছি লাভজনক আৰু জনপ্ৰিয় বুলি জনা যায়?)

Read Also:
Assam Direct Recruitment Exam (ADRE) Social Science Quastion & Answer in Assamese (সমাজ বিজ্ঞানৰ প্ৰশ্ন)

Answer Choices: A) Big Bash League
B) Caribbean Premier League
C) Indian Premier League
D) Pakistan Super League

Correct Answer: C) Indian Premier League

Cricket Terminology (ক্ৰিকেটৰ টাৰ্মিনোলজী)

Familiarity with cricket terminology is essential for understanding the commentary and discussions about the game.

Question 15: What is a “hat-trick” in cricket? (ক্ৰিকেটত “হেট্-ট্ৰিক” ককাইকৈ বুজা হয়?)

Answer Choices: A) Scoring three runs in three balls
B) Taking three wickets in three consecutive balls
C) Hitting three sixes in a row
D) Winning three matches in a series

Correct Answer: B) Taking three wickets in three consecutive balls

Question 16: What does “Duck” mean in cricket? (ক্ৰিকেটত “ডাক” মানে কি?)

Answer Choices: A) Scoring zero runs
B) Scoring a century
C) Scoring fifty runs
D) Hitting a boundary

Correct Answer: A) Scoring zero runs

Women’s Cricket (মহিলা ক্ৰিকেট)

Women’s cricket has been growing in popularity and competitiveness, with many female cricketers achieving remarkable success.

Question 17: Who was the first woman cricketer to score a double century in ODI cricket? (ODI ক্ৰিকেটত প্ৰথম গৰাকী মহিলা ক্ৰিকেটাৰ কোন আছিল যিয়ে ডবল চেঞ্চুৰি কৰিছিল?)

Answer Choices: A) Mithali Raj
B) Ellyse Perry
C) Belinda Clark
D) Smriti Mandhana

Correct Answer: C) Belinda Clark

Question 18: Which team won the Women’s T20 World Cup in 2020? (২০২০ চনৰ মহিলা T20 বিশ্বকাপ কোন দলে জিকিছিল?)

Answer Choices: A) India
B) Australia
C) England
D) New Zealand

Correct Answer: B) Australia

Records and Statistics (ৰেকৰ্ড আৰু পৰিসংখ্যা)

Cricket is a game of records and statistics, with players and teams striving to break new ground and set new benchmarks.

Question 19: Who holds the record for the highest individual score in Test cricket? (টেষ্ট ক্ৰিকেটত সৰ্বাধিক ব্যক্তিগত স্ক’ৰৰ ৰেকৰ্ড কোনে ধৰি ৰাখিছে?)

Answer Choices: A) Don Bradman
B) Brian Lara
C) Virender Sehwag
D) Sachin Tendulkar

Correct Answer: B) Brian Lara

Question 20: Which bowler has the record for the best bowling figures in an ODI match? (এখন ODI মেচত সৰ্বাধিক ভাল বলিং ফিগাৰ ৰেকৰ্ড কোন বলাৰে ধৰি ৰাখিছে?)

Answer Choices: A) Glenn McGrath
B) Muttiah Muralitharan
C) Chaminda Vaas
D) Stuart Binny

Correct Answer: D) Stuart Binny

Conclusion (উপসংহাৰ)

Cricket is a sport that unites millions of fans across the globe. Whether you’re a seasoned follower or a newcomer to the game, there is always something new to learn about this fascinating sport. We hope this quiz has not only tested your knowledge but also provided you with interesting insights into the world of cricket. Keep exploring, keep learning, and most importantly, keep enjoying the game of cricket!

WhatsApp Channel Follow Now
Telegram Channel Join Now
YouTube Channel Subscribe

You may also like

Leave a Comment

Adblock Detected

Please support us by disabling your AdBlocker extension from your browsers for our website.