DHS Assam Exam Preparation Mock Test 2023

Spread the love

DHS Assam Grade III MCQ Mock Test 2022- Grade 3 and Grade 4 Exam Practice

“Those who wait get only as much as those who try” Abdul Kalam has rightly said. If you are preparing for DHS Assam, SSC , NTPC , SSC CGL , UPSC or any competitive exam then this is a very important blog for you. Mental Ability Questions in English and Assamese are asked in almost all competitive exams. We often get nervous before seeing Mental Ability Questions in English and Assamese whether we will be able to do it or not? Important 50+ Mental Ability Questions in English and Assamese have been given in this blog which can prove to be helpful in your exam preparation.

Mock Test 1 (100)

254
Created on

100 Mock Test 1

1 / 102

10+20

2 / 102

5*40

3 / 102

4 / 102

তলৰ কোনটো সংখ্যাক এটা ত্ৰিভুজ হিচাপে দেখুৱাব পাৰি –

5 / 102

আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণ বৰ্গ সংখ্যাটো হ’ল –

6 / 102

তলৰ কোনটো উক্তি শুদ্ধ –

7 / 102

150/3

8 / 102

X সংখ্যাটো মৌলিক সংখ্যা বুলি কোৱা হয়, যদি

9 / 102

10 / 102

৩৫ আৰু ৩৬ৰ গঃসাঃউঃ হ’ব –

11 / 102

তলৰ কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ নাই –

12 / 102

752252 ?

13 / 102

তলত উল্লেখ কৰা উক্তিকেইটাৰ ভিতৰত কোনটো শুদ্ধ ?

14 / 102

ধৰা হ’ল দুটা সংখ্যাৰ ল: সা: গু: আৰু গ: সা: গু: ক্ৰমে 276 আৰু 3 ৷ যদি তাৰে এটা সংখ্যাৰ এক-তৃতীয়াংশৰ মান 23 হয়, তেন্তে আনটো সংখ্যা হ’ব:

15 / 102

দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব পাৰি ?

16 / 102

60 cm x 54 cm x 30 cm আয়তনৰ এটা ডাঙৰ বাকছ কিছুমান 6 cm বাহুযুক্ত ঘনকৰ সহায়ত ভৰ্ত্তি কৰা হ’ল ৷ যদি প্ৰতিটো ঘনকৰ বাকছত 25 টাকৈ চক্‌লেট থাকে, তেন্তে ডাঙৰ বাকছটোত কিমান চক্‌লেট থাকিব ?

17 / 102

আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ’ল :

18 / 102

GH, JL, NQ, SW, YD, ?

19 / 102

20 / 102

তলত উল্লেখ কৰা সংখ্যাবোৰৰ ভিতৰত অমিলটো বাছি উলিওৱা ৷

21 / 102

NME-ICT কোন বছৰত আৰম্ভ কৰা হৈছিল ?

22 / 102

যদি এটা ট্ৰেপিজিয়ামৰ উচ্চতা 8 cm আৰু সমান্তৰাল বাহু দুডালৰ যোগফল 16 cm হয়, তেন্তে ট্ৰেপিজিয়ামটোৰ কালি হ’ব :

23 / 102

যদি A, B, C য়ে ক্ৰমে +, −, × সূচায়, তেন্তে (10C4)A(4C4)B6 ৰ মান কি হ’ব ?

24 / 102

কোনো এক পৰীক্ষাৰ ফলাফল ওপৰৰ স্তম্ভলেখৰ দ্বাৰা সূচোৱা হ’ল। কিমান শতাংশ পৰীক্ষাৰ্থীৰ নধৰ 60% তকৈ বেছি?

25 / 102

যদি এটা চুঙাৰ ব্যাস 5cm আৰু আয়তন 650 cm³ হয়, তেন্তে চুঙাটোৰ উচ্চতা হ’ব :

26 / 102

4:20 বজাত, মিনিট আৰু ঘণ্টা কীটা দুডালৰ মাজৰ কোণৰ পৰিমাণ হ’ব :

27 / 102

যদি এটা সংখ্যাৰ 100% ৰ মান 16 হয়, তেন্তে সংখ্যাটোৰ 50% ৰ মান কিমান হ’ব ?

28 / 102

যদি এটা চতুৰ্ভূজৰ কৰ্ণ দুডালে পৰস্পৰক লম্বভাৱে সমদ্বিখণ্ডিত কৰে, তেন্তে সেই চতুৰ্ভূজটো এটা :

29 / 102

তলৰ চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা হ’ল:

30 / 102

যদি এটা বৰ্গক্ষেত্ৰৰ কালি 9 cm আৰু 3 cm যুক্ত এটা আয়তৰ কালিৰ সমান হয়, তেন্তে বৰ্গক্ষেত্ৰটোৰ প্ৰতিটো বাহুৰ মাপ হ’ব:

31 / 102

যদি এটা আয়তৰ পৰিসীমা, এটা 4m বাহু বিশিষ্ট বৰ্গৰ পৰিসীমাৰ সৈতে সমান হয় আৰু আয়তৰ দীঘ তাৰ প্ৰস্থৰ তিনিগুণ হয়, তেন্তে আয়তটোৰ কালি হ’ব :

32 / 102

এটা টেংকীত 50 লিটাৰ পানী ভৰাব পাৰি৷ বৰ্ত্তমান, টেংকীটোৰ কেৱল 30% ভৰ্ত্তি হৈ আছে। টেংকীটো 50% ভৰ্ত্তি কৰিবলৈ আৰু কিমান লিটাৰ পানীৰ প্ৰয়োজন ?

33 / 102

ৰাজে দুটা ঘোঁৰা প্ৰতিটোতে 18,000 টকাকৈ বিক্ৰী কৰে। সি এটা ঘোঁৰাত 20% লাভ আৰু আনটোত 20% লোকচান ভৰিব লগা হয়। ৰাজৰ মুঠ লাভ বা লোকচানৰ পৰিমাণ হ’ল :

34 / 102

যদি এটা আয়তৰ প্ৰস্থ, দৈৰ্ঘ্যতকৈ 10 m কম আৰু আয়তটোৰ পৰিসীমা 40 m হয়, তেন্তে আয়তটোৰ প্ৰস্থ হ’ব :

35 / 102

যদি এটা সংখ্যাৰ দুগুণ, 200 ৰ 60% ৰ সমান হয়, তেন্তে সংখ্যাটোৰ আধা হ’ব :

36 / 102

37 / 102

তলত দিয়া চিত্ৰানুসাৰত কোনটো সংখ্যা সকলো জ্যামিতিয় আকাৰত অন্তৰ্ভুক্ত ?

38 / 102

এটা শ্ৰেণীকোঠাৰ সকলো ল’ৰাক এক ৰেখাত থিয় কৰোৱা হ’ল। সেই শৃংখলত, কোনো এক ল’ৰাৰ স্থান দুই মূৰৰ পৰা উনবিংশ পোৱা গ’ল৷ শ্ৰেণীকোঠাত থকা ল’ৰাৰ সংখ্যা কিমান?

39 / 102

যদি কোনো এক বাছনী পৰীক্ষাৰ বাবে 200 জন শিক্ষাৰ্থীয়ে আবেদন কৰে আৰু 180 জন পৰীক্ষাত অৱতীৰ্ণ হয়, তাৰ মাজৰে মাত্ৰ 70% পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হয়, তেন্তে পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাত্ৰীৰ সংখ্যা কিমান ?

40 / 102

যদি এটা ত্ৰিভূজৰ প্রতিটো বাহুৰ মাপ ত্ৰিভূজটোৰ পৰিসীমাৰ এক-তৃতীয়াংশৰ সমান হয়, ত্ৰিভূজটোৰ প্রকাৰ কি?

41 / 102

তলত দিয়া কোনটো/কোনকেইটা উক্তি শিশুৰ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত শুদ্ধ ?

(a) বৃদ্ধিয়ে কেৱল জৈৱিক আৰু দৈহিক পৰিবৰ্তনক সূচায় ; কিন্তু বিকাশে মানসিক, সামাজিক আৰু আৱেগিক পৰিৱৰ্তনক বুজায়।

(b) বৃদ্ধি স্থৱিৰ ; কিন্তু বিকাশ এটা ধাৰাবাহিক প্রক্ৰিয়া ।

(c) বিকাশৰ অবিহনে বৃদ্ধি হব নোৱাৰে৷

(d) বৃদ্ধি আৰু বিকাশ গোটেই জীৱন জুৰি হৈ থাকে।

শুদ্ধ উত্তৰটো বাচি উলিওৱা :

42 / 102

বুদ্ধিৰ তত্বসমূহ আৰু এই তত্ব আগবঢ়োৱা ব্যক্তিৰ নাম তলত দিয়া হৈছে:

বুদ্ধিৰ তত্ত্বসমূহ তত্ত্বআগবঢ়োৱা ব্যক্তি
(a) দ্বি-উপাদান তত্ত্ব (i)ধথৰ্নডাইক
(b) বহু উপাদান তত্ত্ব (ii) স্পিয়েৰমেন
(c) সমূহীয়া উপাদান তত্ত্ব (iii) থমচন
(d) প্রতিদৰ্শ সংগ্ৰহকৰণ তত্ত্ব (iv) থাৰ্ষ্টোন

শুদ্ধ মিলটো বাচি উলিওৱা ৷

43 / 102

তলৰ কোনটো জিলা শিক্ষা আৰু প্রশিক্ষণ প্ৰতিষ্ঠানৰ লক্ষ্য উদেশ্য নহয় ?

44 / 102

গুৰুকুল প্রথাৰ প্রচলন আছিল-

45 / 102

অসমৰ ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদৰ প্রধান কার্যালয় আছে 

46 / 102

বুদ্ধ যুগত তলৰ কোনটো আনুষ্ঠানিক শিক্ষাৰ কেন্দ্র নাছিল ?

47 / 102

এখন বিদ্যালয়ৰ মানব সম্পদ নহয়- *

48 / 102

TEACHER শব্দটোত R আখৰেৰে বুজায়-

49 / 102

তলৰ কোনটো শিক্ষকৰ গুণ ?

50 / 102

তলৰ কোনটো শিক্ষকৰ গুণ নহয় ?

51 / 102

তলৰ কোনটো শিক্ষকৰ গুণ নহয় ?

52 / 102

অতি বুদ্ধি সম্পন্ন ছাত্রৰ বুদ্ধ্যাংক হৈছে-

53 / 102

শ্রেণীত পাঠদান কৰি থাকোতে শিক্ষকজন থাকিব লাগে-

54 / 102

যদি চোকা বুদ্ধিৰ ছাত্র এজনে শ্রেণীত বিশৃংখলতাৰ সৃষ্টি কৰে তেতিয়া আপুনি-

55 / 102

এজন ছাত্রই একেৰাহে দুবছৰ ফেল কৰিছে । শ্রেণী শিক্ষক হিচাপে তেনে অবস্থাত আপোনাৰ দায়িত্ব হব –

56 / 102

ভাল ছাত্রক উৎসাহিত কৰিবলৈ আপুনি -

57 / 102

বিদ্যালয়ৰ শিক্ষক-অভিভাবকৰ সৈতে এজন শিক্ষক হিচাপে আপুনি

58 / 102

জ্ঞান, অভিজ্ঞতা, গৱেষণাৰ উপৰিও শিক্ষাদানত কিহৰ প্রয়োজন ? 

59 / 102

এজন শিক্ষকে তেওঁৰ জ্ঞান সাম্প্রতিক কৰি ৰাখিবলৈ হ'লে তেওঁ -

60 / 102

এজন ছাত্রক শাস্তি দিয়াৰ পাছত আপুনি গম পালে যে ছাত্রজন নির্দোষী আছিল । তেনে অৱস্থাত আপুনি কি কৰিব

61 / 102

শ্রেণীকোঠাৰ পৰিৱেশ তেতিয়াহে শান্ত হৈ থাকে, যেতিয়া -

62 / 102

এজন ভাল শিক্ষক সেইজনহে , যিজনে পাঠদানৰ সময়ত

63 / 102

সম্পদ আহৰণৰ ক্ষেত্রত আপুনি কি বিচাৰিব ?

64 / 102

এজন সফল শিক্ষক নিশ্চয়কৈ হোৱা উচিত -

65 / 102

এজন শিক্ষক হিচাপে ধর্মঘট সম্পর্কে আপোনাৰ ধাৰণা -

66 / 102

যদি এজন বিজ্ঞানৰ শিক্ষকে শ্রেণীত কোনো বৈজ্ঞানিক পৰীক্ষাত আশা কৰা মতে ফল লাভ নকৰে, তেতিয়া তেওঁ

67 / 102

যদি আপোনাক বিদ্যালয়ৰ আটাইতকৈ দুর্বল শাখাটোৰ ক্লাছ লবলৈ দিয়া হয়, তেতিয়া আপুনি কেনে অনুভব কৰিব ?

68 / 102

ভাল ছাত্রক উৎসাহিত কৰিবলৈ আপুনি -

69 / 102

বিদ্যালয়ৰ শিক্ষক-অভিভাবকৰ সৈতে এজন শিক্ষক হিচাপে আপুনি

70 / 102

জ্ঞান, অভিজ্ঞতা, গৱেষণাৰ উপৰিও শিক্ষাদানত কিহৰ প্রয়োজন ?

71 / 102

এজন শিক্ষকে তেওঁৰ জ্ঞান সাম্প্রতিক কৰি ৰাখিবলৈ হ'লে তেওঁ -

72 / 102

এজন ছাত্রক শাস্তি দিয়াৰ পাছত আপুনি গম পালে যে ছাত্রজন নির্দোষী আছিল । তেনে অৱস্থাত আপুনি কি কৰিব 

73 / 102

শ্রেণীকোঠাৰ পৰিৱেশ তেতিয়াহে শান্ত হৈ থাকে, যেতিয়া -

74 / 102

এজন ভাল শিক্ষক সেইজনহে , যিজনে পাঠদানৰ সময়ত

75 / 102

সম্পদ আহৰণৰ ক্ষেত্রত আপুনি কি বিচাৰিব ?

76 / 102

এজন সফল শিক্ষক নিশ্চয়কৈ হোৱা উচিত -

77 / 102

এজন শিক্ষক হিচাপে ধর্মঘট সম্পর্কে আপোনাৰ ধাৰণা - 

78 / 102

যদি এজন বিজ্ঞানৰ শিক্ষকে শ্রেণীত কোনো বৈজ্ঞানিক পৰীক্ষাত আশা কৰা মতে ফল লাভ নকৰে, তেতিয়া তেওঁ 

79 / 102

যদি আপোনাক বিদ্যালয়ৰ আটাইতকৈ দুর্বল শাখাটোৰ ক্লাছ লবলৈ দিয়া হয়, তেতিয়া আপুনি কেনে অনুভব কৰিব ? 

80 / 102

যদি কোনোবাই আপোনাৰ দৃষ্টিভংগী সমর্থন নকৰে, তেতিয়া 

81 / 102

মনোবিজ্ঞানী গার্ডেনাৰে বুদ্ধিমত্তাৰ সাতটা তালিকা প্রস্তুত কৰিছে । তলৰ কোনটো ইয়াৰ অন্তভুক্ত নহয় ? 

82 / 102

যদি কোনো অভিভাবকে আপোনাক আহি কোনো ছাত্রক তেওঁ পাবলগীয়া নম্বৰতকৈ সৰহ নম্বৰ দিবিলৈ আপোনা অনুৰোধ কৰেহি, তেতিয়া-

83 / 102

বাছ পলম হোৱা বাবে আপোনাৰ বিদ্যালয় আহি পোৱা দেৰি হয় । তেনে অবস্থাত আপুনি কি কৰিব ?

84 / 102

ছাত্রসকল সদায় শিক্ষকৰ বিৰোধী - এই সম্পর্কত আপোনাৰ মন্তব্য কি ?

85 / 102

Read Also:  AYUSH Assam Interview Notice 2023 (Released): Staff Nurse, Grade III, Grade IV

প্ৰত্যক ব্যক্তিৰ ক্ষেত্ৰত প্ৰকৃত পৰিৱেশৰ (Nature-Nurture) পাৰস্পৰিক প্ৰভাৱ এক প্ৰকাৰ অসাধৰণ আৰু অনন্য - উক্তিটো আগবঢ়াইছিল -

86 / 102

শিশুৰ ক্ষেত্ৰত অস্বাভাৱিকতা আহিব পাৰে -

87 / 102

শিশুৰ যৌন অনুভূতিৰ উপায় হৈছে মুখ সম্বন্ধীয় (Oral), মলদ্বাৰ সম্বন্ধীয় (Anus) আৰু অনুভূতি সম্বন্ধীয় (Skin Sensation) - উক্তিটো আগবঢ়াইছিল

88 / 102

বুদ্ধি হৈছে জীৱনৰ নতুন নতুন সমস্যা আৰু অৱস্থাবোৰ অনুকুলন কৰি তুলিব পৰা সাধাৰণ মানসিক ক্ষমতা" - মতামতটো আছিল -

89 / 102

বুদ্ধিৰ প্ৰথম পৰিক্ষা নিৰ্ণয় কৰা হৈছিল -

90 / 102

"আগ্ৰহ হ'ল গতিশীল মনোভাৱ" - কথাষাৰ -

91 / 102

নাৰ্ছাৰী স্কুলৰ পেতিষ্ঠাপক আছিল -

92 / 102

ফ্ৰয়েডৰ মতে - শৈশৱ কালত শিশুৰ যৌন চেতনা

93 / 102

এটা শিশুক নৱজাতক পৰ্যায়ত ধৰা হয় -

94 / 102

তলৰ কোনটো আচৰণ শিশুৰ সমস্যাজৰ্জৰ আচৰণত নপৰে -

95 / 102

শিশুৰ মনোযোগহীনতা হ'ল এক প্ৰকাৰ -

96 / 102

তলৰ কোনটো কৈশোৰ কালৰ বৈশিষ্ট্য নহয় ?

97 / 102

ছোৱালী ঋতুমতী আৰু ল'ৰা বীৰ্যধাৰী হৈ উঠে -

98 / 102

____ edition of Pravasi Bharatiya Divas 2023 to be held at Indore in January next year.

99 / 102

 Which state govt to take Rs 4000 cr loan from Asian Development Bank to set up medical colleges in 12 districts? কোনখন ৰাজ্য চৰকাৰে ১২ খন জিলাত মেডিকেল কলেজ স্থাপন কৰিবলৈ এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা ৪০০০ cr টকাৰ ঋণ লব?

100 / 102

Vijay Shekhar Sharma to continue as Paytm MD & CEO for another ____ years.

101 / 102

US announces 775 million dollars additional military assistance for which country? কোনখন দেশৰ বাবে আমেৰিকাই ঘোষণা কৰিলে ৭৭৫ মিলিয়ন ডলাৰৰ অতিৰিক্ত সামৰিক সাহায্য?

102 / 102

World Senior Citizen’s Day celebrated on which day?

Your score is

The average score is 37%

0%

Disclaimer: This Mock is not organized by the respective departments. And also AllJobAssam.com is not responsible for any errors in any circumstances.
 

Mock Test 2 (100)

62

100 Mock test 2

1 / 105

ভাৰতৰ উপকুল অঞ্চলত থকা বৃহত্তম নদীখনৰ নাম কি ?

2 / 105

তলৰ কোনখন পৰিকলিপ চহৰ নহয় ?

3 / 105

ভাৰতৰ উচ্চতম জলপ্রপাত হৈছে –

4 / 105

তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে ?

5 / 105

তলৰ কোনখন ঠাইত সূর্যৰ ৰশ্মি কেতিয়াও উলম্বভাবে নপৰে ?

6 / 105

ভাৰত মহাসাগৰৰ গভীৰতম খাদটো কি ?

7 / 105

১৯০৪ চনত ভাৰতৰ কত চিমেণ্ট কাৰখানা স্থাপন কৰা হৈছিল ?

8 / 105

লাইন অব কণ্ট্রল ক’ত অবস্থিত ?

9 / 105

ভাৰতৰ কোনখন ৰাজ্যত উপকুলৰেখ বেছি ?

10 / 105

লাইন অব এক্সুৱেল কণ্ট্রল কত অবস্থিত ?

11 / 105

ভাৰতৰ দক্ষিণ প্রান্তৰ সমুদ্র উপকুল কি ?

12 / 105

অৰণ্য ধ্বংসৰ পৰিণতি হৈছে-

13 / 105

আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কেইটা দ্বীপ আছে ?

14 / 105

মিজোৰামৰ উচ্চতম পর্বত কি ?

15 / 105

ভাৰতৰ ক্ষুদ্রতম কেন্দ্রিয়শাসিত অঞ্চল কি ?

16 / 105

ভাৰতৰ কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন ?

17 / 105

পূবঘাট আৰু পশ্চিমঘাট পর্বতমালা কত লগ লাগিছে ?

18 / 105

A learner exhibiting difficulty in sorting, recognizing patterns, orienting numbers and shapes, telling time and measurement may have dyscalculia with difficulty in

19 / 105

The product of integers between –7 and –3 is

20 / 105

The term, ‘Mathematical tools’ refers to

21 / 105

The sum of all interior angles of a regular convex polygon is 1080°. The measure of each of its interior angles is

22 / 105

In the product (x2 – 2) (1 – 3x + 2x2) the sum of coefficients of x2 and x is

23 / 105

he radii of the bases of two cylinders are in the ratio of 2 : 3 and their heights are in the ratio of 5 : 3. The ratio of their volumes is

24 / 105

The sum of place values of 5 in 6251, 6521 and 5621 is

25 / 105

A one-litre carton of juice is in the shape of a cuboid and has a square base of size 8 cm by 8 cm. The depth of juice in the carton, in centimeters, is closest to

26 / 105

What should be subtracted from the product 102 × 201 to get 19999?

27 / 105

On dividing 110111 by 11, the sum of the quotient and the remainder is

28 / 105

In a quadrilateral ABCD, ∠ D = 60° and ∠ C = 100°. The bisectors of ∠ A and ∠ B meet at the point P. The measure of ∠ APB is

29 / 105

As per NCF 2005, the goal of mathematics teaching in school curriculum is that children learn “Important Mathematics”. Important Mathematics implies

30 / 105

Which one of the following does not match curricular expectations of teaching mathematics at the primary level?

31 / 105

In class VI, in the unit of ‘Understanding Quadrilaterals’, important results related to angle-sum property of quadrilaterals, are introduced using paper folding activity followed by the exercise based on these properties. At this level proof of the angle property is not given, as the students of class VI are at Van Hiele level of 

32 / 105

Which of the following is not correct?

33 / 105

The value of a machine which was purchased two years ago, depreciates at 12% per annum. If its present value is Rs. 9,680, for how much was it purchased?

34 / 105

Four stages of language development in mathematics classroom in order are

35 / 105

Read the following question from class VI textbook : “Write a pair of integers whose sum gives a negative integer.”The above question refers to

36 / 105

Learning mathematics at upper primary level is about 

37 / 105

Place of mathematics education in the curricular framework is positioned on twin concerns :

38 / 105

In geometry class of VI grade students, the teacher explained the construction of angles measuring 30°, 60° and 90°, w'ith the help of demonstration of construction and bisector of an angle. Then she asked the students to construct an angle of 15° and an angle of 45°.This task at this point reflects the teacher’s intention to

39 / 105

Which one of the following statements is true?

40 / 105

Number of degrees in two and two-third of a right-angle is

41 / 105

At primary level use of tangram, dot games, patterns, etc. helps the students to

42 / 105

The mean of range, mode and median of the data 4, 3, 2, 2, 7, 2, 2, 0, 3, 4, 4 is 

43 / 105

CBSE announced the celebration of ‘GANIT Week’ in schools to commemorate the birth anniversary of the legendary mathematician, Srinivasa Ramanujan. GANIT stands for

44 / 105

The main goal of Mathematics education is

45 / 105

LCM of 22, 54, 135 and 198 is

46 / 105

Which one of the following statements is correct?

47 / 105

The scale of a map is 1 : 3 × 106. Two cities are 9 cm apart on the map. The actual distance (in km) between the cities is

48 / 105

মাধৱদেৱৰ জন্ম হৈছিল?

49 / 105

মধ্য-ভাৰতীয় আৰ্যভাষাৰ প্ৰধান স্তৰ কেইটা?

50 / 105

পাঠ্যপুথি হ’ল –

51 / 105

খীষষ্টান মেছনেৰীসকলে উলিওৱা অসমীয়া আলোচনী খনৰ নাম কি ?

52 / 105

তলৰ কোনটো উক্তি শুদ্ধ?

53 / 105

“A study of Kamrupi: A Dialect of Assamese” গ্ৰন্থখনৰ প্ৰণেতা হ’ল –

54 / 105

Read Also:  How to do Udyog Aadhaar Registration? Know the new rules, eligibility and application process of Udyog Aadhaar:

চৰ্যাপদবোৰৰ অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে?

55 / 105

তলৰ কোনটো উক্তি অশুদ্ধ?

56 / 105

মাধৱ কণ্ডলিৰ ৰামায়ণৰ কেইটা খণ্ড মাধৱ কণ্ডলিৰ ৰচিত হিচপে পোৱা যায় ?

57 / 105

সংস্কৃত নাটকত সংস্কৃতৰ উপৰিও কি ভাষা ব্যৱহাৰ হৈছিল?

58 / 105

স্বাধীনতা সংগ্ৰামৰ সময়ত, "মৃত্যু বাহিনী" গঠন কৰা হৈছিল

59 / 105

পৃথিৱীৰ হাওঁফাওঁ ......বুলি কাক কয় !

60 / 105

১৮২৮ চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব দিয়া হৈছিল

61 / 105

সংস্কৃতি আৰু পৰম্পৰাই তলৰ কোনটো বিষয়ত অৰিহণা যােগায়?

62 / 105

আমি সততে ভূমিকম্পৰ কথা শুনিবলৈ পাওঁ। ভূমিকম্পৰ জোখৰ এককক কোৱা হয়

63 / 105

পৰিৱেশ উন্নয়নৰ বাবে ১৯৭১ চনত গঠিত ‘গ্রীনপিছ ইণ্টাৰনেশ্যনেল’ হ’ল

64 / 105

ভাৰতত সাম্প্রতিক কালত কোনবিধ প্রাণী বিলুপ্ত হৈছে

65 / 105

কোনখন মহাদেশক বিষুৱৰেখাই প্রায় সমানে দুভাগত ভাগ কৰিছে

66 / 105

দূষিত পানীৰ দ্বাৰা বিয়পা ৰােগবিধ হ’ল

67 / 105

অসমত ব্রহ্মপুত্র উপত্যকাৰ দৈঘ্য কিমান ?

68 / 105

বায়ুত আটাইতকৈ কি গেছ বেছি পৰিমাণে থাকে?

69 / 105

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য স্থান হিচাপ্র ঘোষণা কৰা হয় ?

70 / 105

নিম্ন লিখিত কোনবিধ মাটিৰ সংমিশ্রণ গছৰ বাবে উত্তম?

71 / 105

প্ৰদূষণৰ প্ৰভাৱ প্রথম লক্ষ্য কৰা হৈছিল

72 / 105

পশ্চিম কাৰ্বি আংলং জিলাৰ এটা মহকুমা হল

73 / 105

তলৰ কোন প্রকাৰৰ জীৱই পােহৰক খাদ্যলৈ ৰূপান্তৰ কৰে?

74 / 105

অসমৰ কোনটো লোকসভা সমষ্টি অনুসূচীত জাতিৰ বাবে সংৰক্ষিত

75 / 105

 কোন বছৰত অসমত দূৰদৰ্শন কেন্দ্ৰ স্থাপন কৰা হয়

76 / 105

অসমৰ কিমানটা লোকসভা সমষ্টি অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত

77 / 105

1951 চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰথম সংসদ সদস্য কোন আছিল

78 / 105

কাকোইজানা সংৰক্ষিত বনাঞ্চল কোন খন জিলাত অৱস্থিত

79 / 105

সোণাৰি কোন জিলাৰ হেডকুৱেটাৰ

80 / 105

মাধৱদেৱৰ জন্ম হৈছিল চনত

81 / 105

শংকৰদেৱে তেওঁৰ আধ্যাত্মিক উত্তৰাধিকাৰী মাধৱদেৱক প্ৰথমবাৰৰ বাবে  কত লগ পাইছিল

82 / 105

প্ৰাচীন চহৰ 'বেংমাৰা' বৰ্তমান নামেৰে জনাজাত

83 / 105

ভাৰতৰ স্বাধীনতাৰ সময়ত, অসমত কিমানখন জিলা আছিল

84 / 105

কোন ৰজাক ভগাৰাজ নামেৰে জনা যায়

85 / 105

অসমৰ প্ৰথম ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল

86 / 105

ক্ষমতা প্ৰয়োগ কৰাৰ বাবে অসম লোক সেৱা আয়োগ (এপিএছচি) নিয়মাৱলী জাৰী কৰা হৈছিল
১৯৪৭
১৯৫০
১৯৫১
১৯৬০

87 / 105

শিৱ দল কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল

88 / 105

‘হাত-লৰ’ শব্দৰ অৰ্থ হ’ল

89 / 105

মাতৃভাষাৰ মাধ্যমত শিক্ষাগ্ৰহণ কৰাৰ প্ৰধান সুবিধা হ’ল

90 / 105

ড° ভৱেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা শিশু উপন্যাসখনৰ নাম কি ?

91 / 105

উৎ + চাৰণ = উচ্চাৰণ- এই সন্ধিটো কোন প্ৰকাৰৰ?

92 / 105

মাতৃভাষা শিক্ষণৰ উদ্দেশ্য হৈছে

93 / 105

উচ্চ প্ৰাথমিক পৰ্যায়ত ব্যাকৰণৰ শিক্ষাদান কি পদ্ধতিৰে দিয়া উচিত?

94 / 105

এটা ভাষাত কেইটা উপভাষা থাকিব পাৰে?

95 / 105

তলৰ ণত্ববিধি অনুসৰি সিদ্ধ হোৱা শব্দটো বাছি উলিওৱা

96 / 105

তলৰ কোনটো বিপৰীত লিংগৰ শুদ্ধ নহয়?

97 / 105

সক্ৰিয় আৰু প্ৰকাশাত্মক(Active and Productive)কৌশল হিচাপে কোন দুটা কৌশলক জনা যায়

98 / 105

অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটা ?

99 / 105

গদ্য শিক্ষণৰ মূল উদ্দেশ্য হৈছে

100 / 105

কোনটো আঞ্চলিক ৰুপৰ ভিত্তিত মান্য অসমীয়া ভাষাই গঢ় লৈ উঠিছে ?

101 / 105

মাতৃভাষাৰ মাধ্যমত শিক্ষাগ্ৰহণ কৰাৰ প্ৰধান সুবিধা হ’ল

102 / 105

উচ্চ প্ৰাথমিক পৰ্যায়ত ব্যাকৰণৰ শিক্ষাদান কি পদ্ধতিৰে দিয়া উচিত?

103 / 105

তেজৰে কমলাপতি’ বৰগীতটিৰ ৰচক হ’ল-

104 / 105

অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কি ?

105 / 105

লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা আত্মজীৱনীখনৰ নাম কি?

Disclaimer: This Mock is not organized by the respective departments. And also AllJobAssam.com is not responsible for any errors in any circumstances.

Mock Test 3 (100)

49

100 Mock test 3

1 / 100

হেম বৰুৱা কোন যুগৰ কবি?

2 / 100

তলৰ কোনখন গ্ৰন্থ শংকৰদেৱে ৰচনা কৰিছিল?

3 / 100

ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে ৰচনা কৰা কবিতা সংকলনখনৰ নাম হৈছে

4 / 100

তলৰ ষত্ববিধি অনুসৰি গঠন হোৱা শুদ্ধ শব্দটো বাছি উলিওৱা

5 / 100

শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাট কোনখন?

6 / 100

According to the Bloomberg Billionaires Index, who has become Asia’s richest person in 2021?

ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি, 2021 চনত এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি কোন হৈছে?

7 / 100

In January 2021, the much-awaited train services from which city to Kempegowda International Airport has started?

জানুৱাৰী 2021-ত, কোন খন চহৰৰ পৰা কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ বহু প্ৰতীক্ষিত ৰেল সেৱা আৰম্ভ হৈছে?

8 / 100

In January 2021, the Indian Army has signed a contract with Goa Shipyard Limited for how many fast patrol boats for surveillance and patrolling of large water bodies?

জানুৱাৰী 2021-ত, ভাৰতীয় সেনাই গোৱা শিপইয়ৰ্ড লিমিটেডৰ সৈতে বৃহৎ জলাশয়ৰ নিৰীক্ষণ আৰু টহলৰ বাবে কিমানখন দ্ৰুত টহলনাওৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে?

9 / 100

এটা ভাষাত কেইটা উপভাষা থাকিব পাৰে?

10 / 100

তলৰ শুদ্ধ বাক্যটো বাছি উলিওৱা

11 / 100

Buta Singh passed away in January 2021. He was related to which of the following fields?

বুটা সিঙৰ ২০২১ চনৰ জানুৱাৰীত মৃত্যু হৈছিল। তেওঁ নিম্নলিখিত কোনটো ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত আছিল?

12 / 100

Thoubal Multipurpose Project has been inaugurated in which Indian state?

কোনখন ভাৰতীয় ৰাজ্যত থৌবাল বহুমুখী প্ৰকল্প উদ্বোধন কৰা হৈছে?

13 / 100

As per the notification of MoRTH in December 2020, the validity of expiring Motor Vehicle Documents is extended till which date?

ডিচেম্বৰ 2020-ত এম.ও.আৰ.টি.এইচ.-ৰ অধিসূচনা অনুসৰি, মটৰ বাহনৰ নথিপত্ৰৰ ম্যাদ উকলি যোৱাৰ বৈধতা কোন তাৰিখলৈ বৃদ্ধি কৰা হয়?

14 / 100

What is the name of the online event launched by Agriculture Ministry, to promote innovation in agriculture?

কৃষি মন্ত্ৰালয়ে কৃষিক্ষেত্ৰত উদ্ভাৱনৰ প্ৰচাৰৰ বাবে আৰম্ভ কৰা অনলাইন অনুষ্ঠানটোৰ নাম কি?

15 / 100

What was the desired inflation rate of India need to be maintained as per RBI paper authored by one of the Deputy Governor of RBI as of December, 2020?

ডিচেম্বৰ, 2020 লৈকে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ এজন ডেপুটি গভৰ্ণৰে ৰচনা কৰা আৰবিআই কাকত অনুসৰি ভাৰতৰ আকাংক্ষিত মুদ্ৰাস্ফীতিৰ হাৰ কিমান বজাই ৰখা প্ৰয়োজন?

16 / 100

Connecting which cities, India’s 1st bullet train project was designed and with a completion target of 2023?

কোনখন চহৰক সংযোগ কৰি, ভাৰতৰ প্ৰথম বুলেট ট্ৰেইন প্ৰকল্পটো ডিজাইন কৰা হৈছিল আৰু 2023 চনৰ সম্পূৰ্ণ লক্ষ্যৰ সৈতে?

17 / 100

Anil Panachooran passes away in January 2021. He was related to which of the following fields?

অনিল পানাচোৰানৰ ২০২১ চনৰ জানুৱাৰীত মৃত্যু হয়। তেওঁ নিম্নলিখিত কোনটো ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত আছিল?

18 / 100

India’s first pollinator park has been established in which state?

ভাৰতৰ প্ৰথম পৰ্ণাগাৰ উদ্যান কোন খন ৰাজ্যত স্থাপন কৰা হৈছে?

19 / 100

Who has taken charge as the first additional director general (human rights) at the Army headquarters in New Delhi?

নতুন দিল্লীৰ সেনা মুখ্য কাৰ্যালয়ত প্ৰথম অতিৰিক্ত সঞ্চালক প্ৰধান (মানৱ অধিকাৰ) হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিছে?

20 / 100

Which state government recently announced its Solar Power Policy 2021, with No cap on solar power production capacity for Individuals or Industries, on December, 2020?

কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ ইয়াৰ সৌৰ শক্তি নীতি 2021 ঘোষণা কৰিছে, ডিচেম্বৰ, 2020 তাৰিখে ব্যক্তি বা উদ্যোগৰ বাবে সৌৰ শক্তি উৎপাদন ক্ষমতাৰ ওপৰত কোনো সীমা নাই?

21 / 100

Over 1.15 lakh cr gross GST revenue was collected in December 2020 which is how much per cent higher than the GST revenues in December 2019?

২০২০ চনৰ ডিচেম্বৰত ১.১৫ লাখ কোটিতকৈও অধিক মুঠ জিএছটি ৰাজহ সংগ্ৰহ কৰা হৈছিল যি টো ২০১৯ চনৰ ডিচেম্বৰত জিএছটি ৰাজহতকৈ কিমান শতাংশ বেছি?

22 / 100

Which application has been launched by the External Affairs Ministry to connect with Indian diaspora?

প্ৰবাসী ভাৰতীয়সকলৰ সৈতে সংযোগ স্থাপনৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কোনটো আবেদন আৰম্ভ কৰিছে?

23 / 100

As a part of Mission SAGAR-III, Indian Naval Ship INS Kiltan as reached which country to deliver relief materials?

মিছন সাগৰ-তৃতীয়ৰ অংশ হিচাপে, ভাৰতীয় নৌ-জাহাজ আইএনএছ কিলটান কোন খন দেশত সাহায্য সামগ্ৰী প্ৰদান কৰিব?

24 / 100

Which country is set to join as the sixth member of the ‘Five Eyes’ intelligence network?

কোনখন দেশে 'ফাইভ আইজ' ইন্টেলিজেন্স নেটৱৰ্কৰ ষষ্ঠ সদস্য হিচাপে যোগদান কৰিবলৈ সাজু হৈছে?

25 / 100

An archaeological site named Pompeii, which was making news recently, is located in which country?

শেহতীয়াকৈ বাতৰি প্ৰস্তুত কৰি থকা পম্পেই নামৰ এটা পুৰাতাত্ত্বিক স্থান কোন খন দেশত অৱস্থিত?

26 / 100

Which of the following has become the first two-wheeler company across the globe to cross a market capitalization of   Rs 1-lakh crore (around $ 13.6 billion)?

নিম্নলিখিত কোনটো বিশ্বৰ প্ৰথম দুচকীয়া কোম্পানী হৈ পৰিছে যিয়ে 1-লাখ কোটি টকাৰ (প্ৰায় 13.6 বিলিয়ন ডলাৰ) বজাৰ মূলধন অতিক্ৰম কৰিছে?

27 / 100

Which Indian armed force has created a first-of-its kind ‘Human rights cell’?

কোন ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ইয়াৰ ধৰণৰ প্ৰথম 'মানৱ অধিকাৰ কোষ' সৃষ্টি কৰিছে?

28 / 100

Who has been appointed as the new Railway Board Chairman and CEO?

নতুন ৰেল ৱে ব'ৰ্ডৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাক নিযুক্তি দিয়া হৈছে?

29 / 100

Who recently became the youngest Mayor of India, on December, 2020?

শেহতীয়াকৈ ডিচেম্বৰ, 2020 তাৰিখে ভাৰতৰ আটাইতকৈ কনিষ্ঠ মেয়ৰ কোন হৈছিল?

30 / 100

K-9 Journal, which was recently released, is associated with which field?

শেহতীয়াকৈ মুকলি কৰা কে-9 জাৰ্নেল কোনক্ষেত্ৰৰ সৈতে সম্পৰ্কিত?

31 / 100

কোচ ৰাজ্যৰ প্ৰথম ৰজা কোন?

32 / 100

কাক বধ কৰি নৰকাসুৰ ৰজা হৈছিল

33 / 100

Which country’s space agency has recently approved two Sun-exploration heliophysics missions?

কোন খন দেশৰ মহাকাশ সংস্থাই শেহতীয়াকৈ দুটা সূৰ্য-অন্বেষণ হেলিঅফিজিক্স অভিযানত অনুমোদন জনাইছে?

34 / 100

The RBI has constructed a composite DPI to capture the extent of digitization of Payments across the country, what does ‘D’ stand for in DPI?

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে সমগ্ৰ দেশত পৰিশোধৰ ডিজিটাইজেচনৰ পৰিমাণ ধৰিবলৈ এক যৌগিক ডিপিআই নিৰ্মাণ কৰিছে, ডিপিআইত 'ডি'ৰ অৰ্থ কি?

35 / 100

Which institution is to provide USD 304 million loan to Assam to enhance inter-state Power Transmission Project?

Read Also:  SSC MTS Syllabus 2023 PDF for Paper-I, Revised Exam Pattern

আন্তঃৰাজ্যিক বিদ্যুৎ পৰিবহন প্ৰকল্প বৃদ্ধি কৰিবলৈ কোন প্ৰতিষ্ঠানে অসমক 304 নিযুত আমেৰিকান ডলাৰ ঋণ প্ৰদান কৰিব?

36 / 100

কোচৰাজ্যত প্ৰচলিত মুদ্ৰাক কি বুলি কোৱা হৈছিল?

37 / 100

"নামদফা ৰাষ্ট্ৰীয় উদ্যান" ক'ত অৱস্থিত?

38 / 100

NEFT ৰ সম্পূৰ্ণ ৰূপ হ'ল-

39 / 100

"RTGS" ৰ সম্পূৰ্ণ ৰূপ হ'ল-

40 / 100

"অসম সৰ্বশিক্ষা অভিযান মিচন" প্ৰতিষ্ঠা হৈছিল-

41 / 100

____ the picture , there are 2 boys and one girl.

42 / 100

When was first independence day celebrated in india before 1947 ?

43 / 100

মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান পোৱা প্ৰথমজন ব্যক্তি কোন আছিল ?

44 / 100

ৰণভূমিত প্রাণ হেৰুৱা দিল্লীৰ একমাত্ৰ চুলতানজন হল ?

45 / 100

ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰাইছিল?

46 / 100

Sam … the marathon for the first time in 2009

47 / 100

_______ union leader will address the workers.

48 / 100

She has __________ things to do

49 / 100

I can not give you ___________ money

50 / 100

I am angry with him ------ his carelessness.

51 / 100

The Indian magpie indulges -------- a long flight.

52 / 100

I ________ work hard, however hard it may be.

53 / 100

They will inform the police

54 / 100

What are doing ____ coming Sunday ?

55 / 100

A steady mind triumphs ------ difficulties.

56 / 100

The teacher has given us __________________ useful advice.

57 / 100

Under this heavy load the bridge will give ------

58 / 100

I cannot accept your offer.

59 / 100

He had to repent -------- what he had done.

60 / 100

They greet me cheerfully every morning

61 / 100

Madhavdev preached at the inspiration of which king of Koch state?

62 / 100

Chandrakumar Agarwal's second poetry book is

63 / 100

She ___________ for effective follow up of agenda.

64 / 100

I will finish this work _____ today evening.

65 / 100

We are going to watch movie ____ this coming Friday.

66 / 100

Haidang are the traditioanl folk songs of which tribe?

67 / 100

The Abhiruchi Sports Day is celebrated on

68 / 100

The name of the novel written by Dr° Bhavedra Nath Saikia

69 / 100

Bhogeswar Baruah wins a medal in the ________ Asian Games

70 / 100

Mahatma Gandhi first visited Assam in the year

71 / 100

"Bushu" is an important festival celebrated by _____

72 / 100

The rank of Assam in literacy among the States of India is–

73 / 100

In which year, the capital of Assam shifted from Shillong to Dispur

74 / 100

মৰমৰ দেউতা' হ’ল

75 / 100

The film "Halodhia Choraye Baodhan Khai" was directed by

76 / 100

Who is the author of Kirtan?

77 / 100

The main deity of the Rabhas is called ________

78 / 100

It was the newspaper in which the novel Bhanumati by Padmanath Gohani Baroua was published

79 / 100

The first stadium of Assam was built in

80 / 100

 শংকৰদেৱৰ কোনখন গ্ৰন্থক ‘অসমৰ মৌচাক’ বুলি কোৱা হয়?

81 / 100

Which is the Oldest Masjid in Assam?

82 / 100

The Ahoms are the descendants of the ethnic___________ people

83 / 100

The Assam region was separated from the Bengal Presidency as "North-East Frontier" in the year

84 / 100

The literacy rate of Assam according to 2011 census is

85 / 100

Who wrote Mekong Noi Dekhilu' ?

86 / 100

Whose composition is the novel Atangar Sekhot Detactive?

87 / 100

Assamese Ganaks (who are also known as Daivajna) are the descendants of _____________

88 / 100

Which of the following theoretical texts is translated by Madhavade?

89 / 100

Who encouraged Madhava to write the 'Rajsuya Kavya'?

90 / 100

Which of the following books written by Mahapurusha Sankaradeva is not primarily a devotional work?

91 / 100

সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা ব্যক্তিক জনোৱা সন্মান স্বৰূপে অসম চৰকাৰে প্ৰথমবাৰলৈ (২০২২ বৰ্ষ) প্ৰদান কৰা অসমৰ সৰ্বোচ্চ অসামাৰিক সন্মানকেইটা কি কি?

What are the highest civilian honors of Assam awarded by the Government of Assam for the first time (2022) in recognition of individuals who have contributed to various fields of society?

92 / 100

ভাৰতৰ ক্ৰিড়া ক্ষেত্ৰৰ সৰ্ব্বোচ্চ সন্মন 'মেজৰ ধন্যানচান্দ খেল ৰত্ন বঁটা', ২০০২১ অসমৰ কোনগৰাকী খেলুৱৈয়ে লাভ কৰে?

Which Assamese athlete has been awarded the Major Dhanyanchand Khel Ratna Award, 2021, the highest sports honor in India?

93 / 100

ভাৰতৰ সাহিত্য ক্ষেত্ৰৰ সৰ্ব্বোচ্চ সন্মান '৫৬ তম Jnanpith Award, 2020' অসমৰ কোনগৰাকী ব্যক্তিয়ে (এই Award লাভ কৰা তেওঁ তৃতীয়গৰাকী অসমীয়া) লাভ কৰে?

Who is the third Assamese to receive the 56th Jnanpith Award, 2020, the highest literary honor in India?

94 / 100

The Shiv dol was constructed during the reign of

95 / 100

Which town is also known as the Manchester of Assam

96 / 100

২০২২ বৰ্ষৰ 'পদ্মশ্ৰী' সন্মান অসমৰ কোন দুগৰাকী ব্যক্তিয়ে লাভ কৰে?

Which two people from Assam will be awarded the Padma Shri in 2022?