Surprise For You

















































































Happy Happy Holi








ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলো, ফাগুনী আবিৰৰ ৰঙেৰে ৰাঙলী হৈ পৰক সকলোৰে জীৱন । ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জনালোঁ ।





“বসন্তৰ দুৱাৰ খুলি, ফাগুনে উৰালে ধূলি, মন হ’ল উদুলি-মুদুলি, গছে-বনে নতুনৰ দোলনি” সকলোলৈকে ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত বহুত শুভেচ্ছা থাকিল ।





 জীৱন বোৰ যাতে আবিৰৰ ৰঙৰ দৰে ৰঙীন হৈ পৰে তাৰেই কামনাৰে সকলোকে ফাকুৱাৰ শুভেচ্ছা যাচিলো । 




 সকলোলৈ ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ৷ 






         
 
 
Click 

  Share with your Friends