Surprise For You






Happy Happy Holi

















ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলো, ফাগুনী আবিৰৰ ৰঙেৰে ৰাঙলী হৈ পৰক সকলোৰে জীৱন । ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জনালোঁ ।











“বসন্তৰ দুৱাৰ খুলি,
ফাগুনে উৰালে ধূলি,
মন হ’ল উদুলি-মুদুলি,
গছে-বনে নতুনৰ দোলনি”
সকলোলৈকে ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত বহুত শুভেচ্ছা থাকিল ।













জীৱন বোৰ যাতে আবিৰৰ ৰঙৰ দৰে ৰঙীন হৈ পৰে তাৰেই কামনাৰে সকলোকে ফাকুৱাৰ শুভেচ্ছা যাচিলো ।














সকলোলৈ ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ৷

































Click






Share with your Friends