HS 2nd Year Assamese MIL Questions Paper AHSEC 2023 [Sample Paper]

by Dhrubajyoti Haloi
WhatsApp Channel Follow Now
Telegram Channel Join Now
YouTube Channel Subscribe

HS 2nd Year Assamese MIL Questions Paper AHSEC 2023 [Sample Paper]

Assam Higher Secondary Education Council (AHSEC) is the primary state-level Higher Secondary Education Council of Assam. It plays a pivotal role in shaping the academic future of students in the state. In this article, we will provide you with valuable insights into the Model Question Paper for HS 2nd Year Assamese MIL, specifically for the academic year 2023.

The Importance of AHSEC in Assam

AHSEC conducts the Higher Secondary Final Examination for students enrolled in the 12th standard every year. This examination caters to four distinct streams, namely Arts, Commerce, Science, and Vocational. Each of these streams has various subjects. To achieve outstanding results, we strongly recommend that all students review previous years’ question papers.

Understanding the Pattern

One of the significant advantages of reviewing past question papers is that it helps students understand the exam’s pattern. This insight can be invaluable in their preparation for the final examination.

HS 2nd Year MIL Assamese Model Question Answer

Assam Direct Recruitment Guide Book PDF

Assamese Medium: Click Here

English Medium: Click Here

The Assam Higher Secondary Education Council (AHSEC) is responsible for conducting the Higher Secondary Exam (HS) Public Examination in 2023, catering to both regular and private students. The AHSEC has released the HS Final Exam Date Sheet for 2023, which is available on the official website. The HS Question Paper for 2023 is one of the most crucial resources for students preparing for the public examination.

Board Exam Analysis

For the students aspiring to excel in subjects like Maths and Science, including Physics, Chemistry, Biology, and Mathematics, solving Assam 12th Sample Paper for 2023 is highly recommended. These sample papers provide students with an early idea of what to expect in the HS Exam. Previous year question papers play a vital role in boosting students’ confidence when they write the final board paper.

AHSEC Model Question Paper Assamese MIL

The AHSEC HS Question Paper for 2023 holds significant importance for the final examination. Regular practice of these previous question papers is essential for students who are gearing up for the upcoming AHSEC examinations. It is important to note that Assam conducts 10th class examinations across 35 administrative geographical units known as districts.

March Annually Examination

The AHSEC 12th examinations are held annually in the month of March. Both private and regular students actively participate in these examinations. Annually, these exams witness the participation of more than lakhs of students. It’s worth mentioning that the AHSEC Examinations are conducted solely by the Secondary Education Board of Assam.

2023
 
ASSAMESE 
 
(MODERN  INDIAN  LANGUAGE)
 
(NEW COURSE)
 Full Marks :   100
 
Pass Marks :   30
 
 
Time : Three hours
The figures in the margin indicate full marks for the questions.

Q No. 1 carries 1 mark each       1×7=7
Q. No. 2 carries 2 marks each    2×7=14
Q. No. 3 carries 4 marks each     4×1=4
Q. No. 4 carries 5 marks each     5×2=10
Q. No. 5 carries 1 mark each       1×5=5
Q. No. 6 carries 2 marks each      2×5=10
Q. No. 7 carries 4 marks out         4×1=4
Q. No. 8 carries 3 marks each      3×2=6
Q. No. 9 carries 2 mark each        2×2=4
Q. No. 10 carries 2 marks each    2×2=4
Q. No. 11 carries 4 marks each     4×1=4
Q. No. 12 carries 6 marks each     6×1=6
Q. No. 13 carries 1 mark cach       1×5=5
Q. No. 14 carries 2 marks cach      2×4=8
Q. No. 15 carries 10 marks each   10×1=10

Total -100

১। তলৰ যিকোনো সাতোটা প্ৰশ্নৰ উত্তৰ কৰিবাঃ ১×৭=৭
(ক) ‘ওমৰ তীৰ্থ’ পুথিখনিৰ মূল কি ?
(খ) মানুহৰ সাৰবস্তু কি ?
(গ) ‘এনক গাৰ্ডেন’ৰ অনুবাদকাৰী নাম লিখা ।
(ঘ) কাৰ্বি ভাষাৰ প্ৰথম কথাছবিখনৰ নাম কি ?
(ঙ) বসন্ত ৰাগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি ?
(চ) তীৰ্থনাথ শৰ্মাৰ একমাত্ৰ কাব্যগ্ৰন্থ খনৰ নাম কি ?
(ছ) ‘শব্দ, নিৰন্তৰ শব্দ’ – গ্ৰন্থখনিৰ ৰচক কোন ?
(জ) লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক এখনৰ নাম লিখা ।
(ঝ) ‘Comedy of Error’s’ ৰ অসমীয়া ভাঙনি ‘ভামৰংগ’ কোন চনত প্ৰকাশ পাইছিল ?
(ঞ) আনন্দৰাম বৰুৱাই ল’ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি ?
(ট) কোন দেশৰ প্ৰাচীন নৃপতিসকলক ‘গজজ’ খিতাপেৰে বিভূষিত কৰা হৈছিল ?
(ঠ) টিংখণ্ডৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম কি?
২। তলৰ যিকোনো সাতোটা প্ৰশ্নৰ উত্তৰ লিখাঃ ২×৭=১৪
(ক) ‘মাথাপোট’ আৰু ‘দ্বিৰা গমন’ শব্দৰ অৰ্থ লিখা।
(খ) কথা-কবিতা কাক বোলে ? ইয়াৰ দুটা বৈশিষ্ট্য লিখা ।
(গ) ‘শ্ৰদ্ধয়া দেয়ম’, ‘অশ্ৰদ্ধয়া অদেয়ম’ মানে কি ?
(ঘ) ঈশোপনিষদৰ প্ৰথম মন্ত্রটিত কি বিধিবাক্য আছে্ ?
(ঙ) বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যবান অৱদান কি কি ?
(চ) আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ অনুকৰণ কৰিবলগীয়া ?
(ছ) ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আৰু ‘জ্ঞান’ কোন আছিল ?
(জ) বর্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা আৰু মধুৰতা কিয় কমি গ’ল ?
(ঝ) আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহস কৰা নাছিল ?
(ঞ) হস্তিবিদ্যাৰ্ণৰ পুথিখনি কোনে কাৰ নিৰ্দেশত কিমান খৃষ্টাব্দত ৰচনা কৰিছিল ?
(ট) তোমাৰে আনন্দ বৰুৱাই — বুলি কোনটো কবিতাত কোনে আনন্দৰাম বৰুৱাৰ প্ৰশস্তি গাইছে ?
(ঠ) উৎপল দত্তই পৰিচালনা কৰা তিনিখন তথ্যচিত্ৰৰ নাম লিখা ।
৩।‌ প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা (যিকোনো এছোৱা) ৪×১=৪
(ক) “ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ ।”
(খ) কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্রকৃত মৃত্যু স্বৰূপ ।
(গ) চিঠি গল্পটিৰ নাম কৰণৰ সাৰ্থকতা বিচাৰ কৰা ।
(ঘ) বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি।
(ঙ) ময়ো বুজিলোঁ যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ।
৪। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ কৰা- ৫×২=১০
(ক) গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল ?
(খ) ‘ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ’ – কথাষাৰ বুজাই লিখা ।
(গ) বৈজ্ঞানিক মানসিকতা কি ? বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে লিখা ।
(ঘ) অসমীয়া চলচ্চিত্ৰ জগতলৈ ড° ভূপেন হাজৰিকাৰ অৱদান সম্পর্কে লিখা ।
(ঙ) ডিব্ৰুগড়ত গোটা চেৰেক কথাই মোক বৰ সন্তোষ দিছিল’ – কোনবোৰ কথাই লক্ষ্মীনাথ বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা ।
৫ । তলৰ যিকোনো পাঁচোটা প্ৰশ্নৰ উত্তৰ লিখা- ১×৫=৫
(ক) ‘অলকানন্দ’ কাব্যগ্ৰন্থ কাৰ ৰচনা ?
(খ) মাধৱদেৱৰ অংকীয়া নাটখনৰ নাম কি ?
(গ) বৰগীতৰ অংশ দুটা কি ?
(ঘ) ড° নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি ?
(ঙ) ‘ৰাগী’ শব্দৰ অৰ্থ কি ?
(চ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?
(ছ) ‘কাঠমিস্ত্ৰীৰ ঘৰ’ সম্পর্কে নৱকান্ত বৰুৱাই কি মন্তব্য আগবঢ়াইছে ?
(জ) জয়ন্তী আলোচনী কোনে সম্পাদনা কৰিছিল?
(ঝ) মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশ পোৱা কবিতা পুথিখনৰ নাম কি?
(ঞ) নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?
(ট) ‘আঘোণৰ কুঁৱলী’ শীৰ্ষক কবিতাটিত উল্লেখিত ‘সেউজী’ কোন ?
৬।  তলৰ যিকোনো পাঁচোটা প্ৰশ্নৰ উত্তৰ লিখা- ২×৫=১০
(ক) মাধ্যমিক স্তৰৰ শিক্ষাৰ প্ৰধান বিশেষত্ব দুটা কি কি ?
(খ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা ।
(গ) ড° বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় Noble Numbers বুলি কৈছে ?
(ঘ) নলিনীবালা দেৱীয়ে ঊষাৰ আগমণৰ বৰ্ণনা কেনেদৰে দিছে ?
(ঙ) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা ।
(চ) নলিনীবালা দেৱীৰ স্বদেশপ্ৰেমমূলক দুখন কাব্যগ্ৰন্থৰ নাম লিখা ।
(ছ) মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি ।
(জ) ‘জয়ন্তী’ ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা ।
(ঝ) নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা ।
(ঞ) ‘ষোড়শোপচাৰ’ কি বুজাই লিখাঁ ।
৭। প্ৰসংগতি সংগতি দৰ্শাই ব্যাখ্যা কৰা (যিকোনো এছোৱা) ৪×১=৪
(ক) “উঠৰে উঠ বাপু গোপাল হে নিশি পৰভাত ভৈল ।
       কমল নয়ন, বুলি ঘনে ঘন, যশোৱা ডাকিতে লৈল ।।”
(খ) বিশ্বৰ যত কৰ্মীৰ দল
       তেজ ঢালি গঢ়ে প্ৰসাদ উজ্জ্বল ।
(গ) আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে,
      ৰাগি  আছে,
     আঘোণৰ আকাশত ৰাগি আৰু ৰাগি ।
৮ । তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা ৩×২=৬ 
(ক) কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে ?
(খ) সত্ত্বঃ ৰজঃ তমো গুণ কি বুজাই লিখা ।
(গ) নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা ।
(ঘ) কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে কি পৰিবৰ্তন হ’ব ?
৯। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা ২×২=৪
(ক) ‘প্ৰতীতি’ শব্দৰ অৰ্থ কি ?
(খ) ‘জীৱনৰ শান্তি পৰ্ব’ শীৰ্ষক প্ৰবন্ধটিৰ ৰচক কোন ?
(গ) ‘সত্যম শিবম সুন্দৰম’ মানে কি ?
(ঘ) কৈশোৰকালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বোলা হয় ?
১০। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা ২×২=৪
(ক) বীৰপূজা কি ?
(খ) মানসিক শক্তি মানে কি ?
(গ) আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি ?
(ঘ) মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক আৰু প্ৰাথমিক বিষয় কি  কি ?
১১। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ কৰা- ৪×১=৪
(ক) চিৰন্তন মূল্যবোধ সম্পর্কে লিখা ।
(খ) ভাৰতীয় দৰ্শনত মূল্যবোধ সম্পৰ্কে চমুকৈ লিখা ।
(খ) কৈশোৰকালৰ শাৰীৰিক বিকাশৰ বিষেয়ে লিখা ।
১২। প্রত্যয় কি ? ই কেইপ্ৰকাৰৰ আৰু কি কি ? পৰ প্ৰত্যয়ৰ উদাহৰণসহ আলোচনা কৰা । ১+২+৩=৬
অথবা
কাৰক কাক বোলে ? ই কেইপ্ৰকাৰৰ আৰু কি কি ? উদাহৰণসহ আলোচনা কৰা । ১+২+৩=৬
১৩। তলৰ যিকোনো পাঁচটা শব্দৰ প্ৰত্যয় ভাঙি কি প্রত্যয় যোগ হৈছে লিখা- ১×৫=৫
শোৱন, নাচনী, সাধুতা, মগনিয়াৰ, ৰণুৱা, অসমীয়া, ৰূপহ, নদীয়াল, শোকন, খেতি, বিহুৱা,  জপনা ।
১৪। তলত দিয়া জটুৱা খণ্ডবাক্যবোৰৰ অৰ্থ প্ৰকাশ কৰি বাক্য ৰচনা কৰা (যিকোনো চাৰিটা ) ২×৪=৮
চকু চৰহা, অজীন পাতকী, কঁকালত টঙালি বান্ধ, এন্দুৰক সেন্দুৰ পিন্ধোৱা, শঠামিতিৰ, গৰখীয়া ধেমালি, গোৰ মাৰি গংগাত পেলোৱা, বাটে পোৱালি মেলা, চৌঠেঙীয়া কৰা, ঢাপত গজা ।
১৫। তলৰ যিকোনো এখন ৰচনা লিখা- ১০
(ক) সাহিত্য অকাদেমি বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক।
(আৰম্ভণি পৰিচয়-সাহ্যিকৃতি সাহিত্য ৰাজি – সামৰণি)
(খ) অসমৰ বানপানী
(আৰম্ভনি – বানপানীৰ ভয়াবহতা – বানপানী প্ৰতিৰোধৰ উপায় – সামৰণি)
(গ) অসমৰ লোক সংস্কৃতি।
(আৰম্ভণি-লোক সংস্কৃতি কি-লোক সংস্কৃতিৰ স্বৰূপ-সামৰণি)
(ঘ) ছ’চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ ।
(আৰম্ভণি-ছ’চিয়েল মিডিয়া কি ? জনপ্ৰিয়তাৰ মূল কাৰসমূহ-নেতিবাচক দিশ সামৰণি)
(ঙ) পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ ।
(আৰম্ভণি-প্ৰদূষণৰ কাৰণ ৰোধ কৰাৰ উপায়-পৰিবেশ ৰক্ষাত ব্যক্তি আৰু সমাজৰ দায়িত্ব- সামৰণি)
(চ) বিজ্ঞান আৰু মানৱ সমাজ
(আৰম্ভনি – বিজ্ঞানৰ অৱদান – সুফল – কুফল – সামৰণি)

Frequently Asked Questions (FAQs)

1. How can I access the HS 2nd Year Assamese MIL Questions Paper for AHSEC 2023?

You can access the HS 2nd Year Assamese MIL Questions Paper for AHSEC 2023 by visiting the official AHSEC website or educational portals that provide study materials for Assam board exams.

2. Why is it essential to review previous years’ question papers?

Reviewing previous years’ question papers helps students understand the exam’s pattern, type of questions asked, and the level of difficulty. It is a valuable practice for exam preparation.

3. When does AHSEC conduct the 12th examinations in Assam?

AHSEC conducts the 12th examinations in Assam annually in the month of March. Students from both private and regular categories participate in these exams.

4. How can I boost my confidence for the HS final board examination?

Solving sample papers, practicing with previous years’ question papers, and seeking guidance from teachers can boost your confidence and help you perform well in the HS final board examination.

5. What is the role of the Assam Higher Secondary Education Council (AHSEC)?

AHSEC plays a vital role in organizing and conducting Higher Secondary Examinations in Assam. It sets academic standards and provides valuable resources for students to excel in their exams.

WhatsApp Channel Follow Now
Telegram Channel Join Now
YouTube Channel Subscribe

You may also like

Leave a Comment

Adblock Detected

Please support us by disabling your AdBlocker extension from your browsers for our website.