Important GK of Social Science Part 2 | Assam Direct Recruitment Grade III Posts Preparation

By Dhrubajyoti Haloi

Published On:

Important GK of Social Science Part 2 | Assam Direct Recruitment Grade III Posts Preparation
Name of Exam Assam Direct Recruitment Exam 2022
State Assam
Name of Post Grade III And Grade IV Post
Type of Exam Written Exam
Date of Exam 21st And 28th August 2022
Post Type Important GK of Social Science Part 2
Official Website www.assam.gov.in

Important GK of Social Science Part 2

Assam Govt. is going to conduct the Assam Direct Recruitment 2022 for the Grade III Posts on 28th August 2022, Sunday. So Dear friends, for better preparation, we have brought Important GK of Social Science Part 2, ancient India for Assam Direct Recruitment 2022 for the Grade III posts. We hope these GK will benefit the candidates at least a little. Check our website nerjobnews.com regularly for the upcoming GK, Question Answers, Mock Test for Assam Direct Recruitment Examination 2022. All the questions we provide only for practice purposes.

Related Posts:

শেহতীয়া চাকৰি নিযুক্তিৰ আপডেট, এডমিট কাৰ্ড ডাউনলোড,পৰীক্ষাৰ প্ৰস্তুতি, পৰীক্ষাৰ ফলাফল ইত্যাদিৰ বাবে আমাৰ Telegram Channelটো আৰু WhatsApp Groupটো Join কৰক

Important GK of Social Science Part 2

1. আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মীয় শাখাটোৰ নাম কি?

উত্তৰ : দীন-ই-ইলাহি।

2. কোনজন পন্দিতে আইন-ই-আকবৰী নামৰ গ্ৰ্ন্থখন লিখিছিল?

উত্তৰ : আবুল ফজল।

3. জাহাংগীৰে লিখা আত্মজীৱনীখনৰ নাম কি আছিল?

Read Also  APRO Recruitment 2022 – Online Apply for 540 Constable Vacancy

উত্তৰ : তুজক-ই-জাহাংগীৰি।

4. সম্ৰাট ছাহজাহানে কোনখন নগৰ নিৰ্মাণ কৰিছিল?

উত্তৰ : ছাহজাহান।

5. মোগল সাম্ৰাজ্যৰ অন্তিমজন শাসকৰ নাম কি আছিল?

উত্তৰ : বাহাদুৰ শ্বাহ জাফৰ।

6. কোনজন সম্ৰাটে ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল?

উত্তৰ : বাবৰ।

7. ইংৰাজসকলক ভাৰতত বেহা-বেপাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা প্ৰথম মোগল সম্ৰাটজনৰ নাম কি?

উত্তৰ : জাহাংগীৰ।

8. কোনখন যুদ্ধৰ জৰিয়তে মোগল সাম্ৰাজ্যৰ ভেটি তৈয়াৰ কৰিছিল?

উত্তৰ : পানিপথৰ প্ৰথম যুদ্ধ।

9. কোন খ্ৰীষ্টাব্দত ছাহজাহানে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল?

উত্তৰ : ১৬৪৮ খ্ৰীষ্টাব্দত।

10. কেতিয়া আৰু কাৰ কাৰ মাজত তৰাইনৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰ : ১১৯১ খ্ৰীষ্টাব্দত পৃথ্বিৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত।

11. কোনজন চুলতানে অশোকৰ স্তম্ভ দিল্লীলৈ স্থানান্তৰিত কৰিছিল?

উত্তৰ : ফিৰোজ শ্বাহ টোগলক।

12. দাস বংশৰ চুলতানসকলে ভাৰতৰ ক’ত ৰাজধানী স্থাপন কৰিছিল।

উত্তৰ : দিল্লী।

13. বাবৰে তেওঁৰ স্মৃতি আৰু অভিজ্ঞতাসমূহ এখন গ্ৰ্ন্থত লিপিবদ্ধ কৰিছিল। গ্ৰন্থখনৰ নাম কি?

উত্তৰ : বাবৰনামা আৰু এইখন তুৰ্কী ভাষাত লিখিছিল।

14. বাবৰৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰী কোন হৈছিল?

উত্তৰ : বাবৰৰপুত্ৰ হুমায়ুন।

15. পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?

উত্তৰ : ১৫৫৬ খ্ৰীষ্টাব্দত হিমু আৰু বৈৰাম খাঁৰ মাজত।

16. খিলিজী বংশৰ প্ৰথম চুলতানজনৰ নাম কি?

উত্তৰ : জালালুদ্দিন খিলিজী।

17. আলাউদ্দিন খিলিজীৰ ৰাজত্বকালত দিল্লী ভ্ৰ্মণ কৰা আফ্ৰিকীয় ভ্ৰমণকাৰীজনৰ নাম কি আছিল?

উত্তৰ : ইবন বতুতা।

18. শিৱাজীক ঔৰংজেৱে আটক কৰা অৱস্থাৰ পৰা মুক্ত কৰাত কোনে সহায় কৰিছিল?

উত্তৰ : জয় সিং।

19. বিখ্যাত গ্ৰন্থ ৰামচৰিতমানসৰ লেখক কোন?

উত্তৰ : তুলসী দাস।

20. আকবৰে নিৰ্মাণ কৰা আগ্ৰাৰ ওচৰৰ নতুন নগৰখনৰ নাম কি আছিল?

উত্তৰ : ফাতেহপুৰ চিক্ৰী।

21. মধ্যযুগৰ ভাৰতত কোনজন শাসকে ঐতিহাসিক ৰাজ আলি গ্ৰেন্দ ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল?

উত্তৰ : শ্বেৰ শ্বাহ ছুৰী।

22. দিল্লীৰ কোনটো ৰাজবংশই ১০২৬ আৰু ১২৯০ খ্ৰীষ্টাব্দৰ মাজত শাসনকাৰ্য চলাইছিল?

Read Also  DSE Assam Recruitment 2024 for 1526 Post Graduate Teachers

উত্তৰ : দাস বংশই।

23. ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন?

উত্তৰ : ৰেজিয়া চুলতানা।

24. কোনগৰাকী মোগল সম্ৰাটে তাজমহল সাজিছিল।

উত্তৰ : ছাহজাহান।

25. কাৰ শাসনকালত তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল?

উত্তৰ : আকবৰ।

26. ভাস্ক-ডা-গামাই কেতিয়া ভাৰতমুখী সমুদ্ৰ্পথ আৱিস্কাৰ কৰিছিল?

উত্তৰ : ১৪৯৮ খ্ৰীষ্টাব্দ।

27. কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালক মোগল বংশৰ সোণালী যুগ হিচাপে আখ্যা দিয়া হয়?

উত্তৰ : ছাহজাহান।

28. টোগলক বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : গিয়াছুদ্দিন টোগলক।

29. গিয়াছুদ্দিন টোগলকৰ উত্তৰাধিকাৰী কোন আছিল?

উত্তৰ : মহম্মদ বিন টোগলক।

30. দিল্লীৰ প্ৰথমজন আফগান চুলতান বুলি কাক কোৱা হয়?

উত্তৰ : বাহল’ল লোডী।

31. আগ্ৰাৰ ওচৰৰ কোনখন ঠাই ছিকন্দৰ লোডীৰ নামেৰে নামকৰণ কৰা হয়।

উত্তৰ : ছিকন্দৰবাদ।

32. ব্ৰিটিছ ইষ্ট ইন্দিয়া কোম্পানীয়ে তেওঁলোকৰ প্ৰথম বাণিজ্যিক কেন্দ্ৰ ক’ত স্থাপন কৰিছিল?

উত্তৰ : চুৰাট।

33. কোনজন মধ্যযুগীয় ভাৰতীয় লিখকে তেওঁৰ লিখনীত আমেৰিকা আৱিস্কাৰৰ বিষয়ে উল্লেখ কৰিছিল?

উত্তৰ : আবুল ফজল।

34. ভাৰতত কোনে প্ৰথমে মুদ্ৰাৰ প্ৰচলন কৰিছিল?

উত্তৰ : মহম্মদ বিন টোগলক।

35. ময়ুৰ সিংহাসনত বহা অন্তিমজন মোগল সম্ৰাটৰ নাম কি?

উত্তৰ : মহম্মদ ছাহ।

36. বাবৰে প্ৰথমবাৰ ভাৰত আক্ৰমণ কৰাৰ সময়ত দিল্লীৰ চুলতান কোন আছিল?

উত্তৰ : ইব্ৰাহীম লোডী।

37. ভাৰতবৰ্ষত দাস বংশ কোনে প্ৰ্তিষ্ঠা কৰিছিল?

উত্তৰ : কুতুবুদ্দিন আইবাক।

Leave a Comment