Important Question Answers of Social Science 2022 – Assam Direct Recruitment Grade III Posts Preparation

By Dhrubajyoti Haloi

Published On:

Important Question Answers of Social Science 2022 – Assam Direct Recruitment Grade III Posts Preparation
Name of Exam Assam Direct Recruitment Exam 2022
State Assam
Name of Post Grade III And Grade IV Post
Type of Exam Written Exam
Date of Exam 21st And 28th August 2022
Post Type Important Question Answer of Social Science
Official Website www.assam.gov.in

Important Question Answers of Social Science 2022

Assam Govt. is going to conduct the Assam Direct Recruitment 2022 for the Grade III Posts on 28th August 2022, Sunday. So Dear friends, for better preparation, we have brought Important Question Answers of Social Science, ancient India for Assam Direct Recruitment 2022 for the Grade III posts. We hope these Question Answers will benefit the candidates at least a little. Check our website nerjobnews.com regularly for the upcoming Question Answers, Mock Test for Assam Direct Recruitment Examination 2022. All the questions we provide only for practice purposes.

Related Posts:

শেহতীয়া চাকৰি নিযুক্তিৰ আপডেট, এডমিট কাৰ্ড ডাউনলোড,পৰীক্ষাৰ প্ৰস্তুতি, পৰীক্ষাৰ ফলাফল ইত্যাদিৰ বাবে আমাৰ Telegram Channelটো আৰু WhatsApp Groupটো Join কৰক

Important Question Answers of Social Science

Variuous Exam Related eBook Download

1. কোনটো বংশৰ ৰাজত্বকালত ভাৰতত পোন প্ৰ্থমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন হয়?

উত্তৰ: গুপ্ত বংশত।

2. চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল?

Read Also  Assam Cricket Association Recruitment 2025: Coaching & Non-Technical Jobs

উত্তৰ: চেলিউকছ।

3. গৌতম বুদ্ধই সৰ্বপ্ৰ্থম ধৰ্মোপদেশমূলক বক্তৃতা ক’ত প্ৰদান কৰিছিল।

উত্তৰ: সাৰনাথ।

4. ভাৰত বুৰঞ্জীত কোনটো যুগক ‘সোণালী যুগ’ আখ্যা দিয়া হয়?

উত্তৰ: গুপ্তযুগক।

5. গুপ্তযুগৰ বিখ্যাত গুহা চিত্ৰৰ নাম কি?

উত্তৰ: অজন্তা গুহা চিত্ৰ।

6. ভাৰতবৰ্ষৰ প্ৰাচীনতম ৰাজবংশটো কি?

উত্তৰ: মৌৰ্যবংশ।

7. সিন্ধু উপত্যকাৰ সভ্যতা ধ্বংস হোৱাৰ প্ৰধান কাৰণ কি আছিল?

উত্তৰ: বানপানী আৰু ধুমুহা।

8. ‘হিন্দ’ শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে?

উত্তৰ: সিন্ধু (নদী)।

9. দেৱনাগৰী লিপিৰ ব্যৱহাৰ কৰা ভাৰতৰ চৰকাৰী ভাষা কেইটা কি কি?

উত্তৰ: বড়ো, ডগ্ৰি, হিন্দী, কংকনী, মাৰাঠী, নেপালী, সংস্কৃত।

10. বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল?

উত্তৰ: দ্বিতীয় চন্দ্ৰগুপ্ত।

11. চীন দেশৰ কোনজন পৰিব্ৰাজকে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল।

উত্তৰ: হিউয়েন চাং।

12. ভাৰতৰ কোনখন প্ৰাচীন বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আৱাসিক আন্ত:ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় হিচাপে বিবেচনা কৰা হয়?

উত্তৰ: নালন্দা বিশ্ববিদ্যালয়।

13. মৌৰ্য সাম্ৰাজ্যৰ প্ৰ্তিষ্ঠাপক কোন?

উত্তৰ: চন্দ্ৰগুপ্ত মৌৰ্যই।

14. পল্লৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ: চিমহা, বিষ্ণু।

15. পাল বংশৰ প্ৰতিষ্ঠাপকৰ নাম কি? পাল ৰজাসকলে ৰাজধানী প্ৰ্তিষ্ঠা কৰা ঠাইখনৰ নাম কি?

উত্তৰ: ৰজা গোপাল আৰু ৰাজধানী মুদগাগিৰিত প্ৰ্তিষ্ঠা কৰিছিল।

16. কোন চনত গৌতম বুদ্ধৰ মৃত্যু হৈছিল?

উত্তৰ: খ্ৰীষ্টপূৰ্ব ৪৮৭।

17. মহামতি আকবৰৰ ৰাজত্বকালত কোনে পাৰ্চী ভাষাক মোগল সাম্ৰাজ্যৰ শাসকীয় ভাষা হিচাপে ঘোষনা কৰিছিল?

উত্তৰ: ৰাজা টডৰমল।

18. ভাৰতত কেতিয়া বিক্ৰমী যুগ আৰম্ভ হয়।

উত্তৰ: খ্ৰীষ্টপূৰ্ব ৫৮।

19. কোন শতিকাত সমুদ্ৰ্গুপ্তই ৰাজত্ব কৰিছিল?

উত্তৰ: চতুৰ্থ শতিকাত

20. অশোকৰ শিলালিপি আৰু তাম্ৰলিপি ভাৰতবৰ্ষৰ ৪৫ খন ঠাইত পোৱা গৈছে। এই শিলালিপিবোৰ কি ভাষাত লিখা হৈছে?

উত্তৰ: প্ৰাকৃত।

21. কোন ৰাজ বংশই শকাব্দৰ প্ৰ্চলন কৰিছিল?

উত্তৰ: কনিষ্ক।

22. কণিষ্ক কোনটো বংশৰ লোক আছিল?

উত্তৰ: কুষাণ।

23. সামৰিক অভিযানকাৰী আৰু বিজেতা হিচাপে খ্যাত গুপ্ত বংশৰ ৰজাজনৰ নাম কি?

Read Also  Assam Cricket Association Recruitment 2025: Coaching & Non-Technical Jobs

উত্তৰ: সমুদ্ৰগুপ্ত।

24. ভাৰতীয় ইতিহাসত কোনজন শাসকক অমিত্ৰঘাত অৰ্থাৎ ‘শত্ৰুনিধক’ হিচাপে জনা যায়?

উত্তৰ: বিন্দুসাৰ।

25. মহেঞ্জোদাৰো ক’ত অৱস্থিত?

উত্তৰ: সিন্ধু প্ৰ্দেশ (পাকিস্তান)

26. গুপ্ত বংশৰ শাসন কালত কোন ধৰ্মই অধিক প্ৰভাৱ বিস্তাৰ কৰিছিল।

উত্তৰ: হিন্দু ধৰ্ম।

27. গুপ্ত বংশৰ শাসনৰ সময়ত কোনটো বিদেশী গোষ্ঠীয়ে ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰ: শোন গোষ্ঠীৰ লোকসকলে।

28. ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় ?

উত্তৰ: সমুদ্ৰগুপ্ত।

29. আলেকজেন্দাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ কোন দেশৰ লোক আছিল?

উত্তৰ: খ্ৰীষ্টপূৰ্ব ৩২৭, মেচিডোনিয়া।

30. শ্ৰেষ্ঠ মৌৰ্য ৰজা হিচাপে কাক স্বীকৃতি দিয়া হৈছিল।

উত্তৰ: চন্দ্ৰগুপ্ত মৌৰ্য।

31. ভাৰতবৰ্ষৰ প্ৰথমজন ঐতিহাসিক সম্ৰাট হিচাপে কোনজন প্ৰাচীন ভাৰতৰ ৰজাক বিবেচনা কৰা হয়?

উত্তৰ: চন্দ্ৰগুপ্ত মৌৰ্য।

32. চাণক্যক চন্দ্ৰগুপ্ত মৌৰ্যৰ ‘গুৰু’ হিচাপে বিবেচনা কৰা হয়। চাণক্যই প্ৰণয়ন কৰা বিখ্যাত গ্ৰ্ন্থখনৰ নাম কি?

উত্তৰ: অৰ্থশাস্ত্ৰ।

33. চন্দ্ৰগুপ্তৰ ৰাজসভা ভ্ৰমণ কৰা গ্ৰীক ৰাষ্ট্ৰদূতজনৰ নাম কি?

উত্তৰ: মেগাস্থেনিছ।

34. অশোকে কেতিয়া কলিংগ আক্ৰমণ কৰিছিল?

উত্তৰ: খ্ৰীষ্টপূৰ্ব ২৬১।

35. কলিংগ যুদ্ধই অশোকক বৌদ্ধ ধৰ্মৰ প্ৰতি অনুপ্ৰাণিত কৰিছিল। কোনজন ব্যক্তিয়ে অশোকক বৌদ্ধ ধৰ্মত অন্তৰ্ভুক্ত কৰিছিল?

উত্তৰ: উপগুপ্ত।

36. গুপ্তবংশৰ শাসনকালত মগধৰ ৰাজধানী কি আছিল?

উত্তৰ: পাটলিপুত্ৰ।

37. হৰপ্পা সভ্যতাৰ আনটো নাম কি?

উত্তৰ: সিন্ধু উপত্যকাৰ সভ্যতা।

38. আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিল?

উত্তৰ:  খ্ৰীষ্টপূৰ্ব ২০০০-১৫০০ৰ মাজত।

39. আৰ্যসকলে প্ৰ্ৱৰ্তন কৰা সমাজৰ চাৰিটা শ্ৰেণী কি কি?

উত্তৰ:  ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ।

40. মগধ সাম্ৰাজ্যৰ প্ৰ্তিষ্ঠাপক কোন?

উত্তৰ: ৰজা বিম্বিসাৰ।

Leave a Comment