SEBA Class 10 Science Question Answer – বিজ্ঞান সমাধান

WhatsApp Channel Follow Now
Telegram Channel Join Now

SEBA Class 10 Science Question Answer – বিজ্ঞান সমাধান: The answer to each chapter is provided in the list so that you can easily browse throughout different chapter SEBA Class 10 Science Question Answer – বিজ্ঞান সমাধান and select needs one.

SEBA Board Class 10 Science textbook is best in terms of content, explanation of concepts and examples. These textbooks help students to develop a strong foundation necessary for scoring well in their board exams. All the concepts are explained in detail and several solved questions are also provided to help students in better understanding of concepts. In addition, there are several unsolved exercises at the end of each chapter to test the knowledge gained by the students. SEBA Board Class 10 Science textbook is divided into 16 chapters. All these chapters are elaborately explained and are designed according to SEBA Board Class 10 Science syllabus.

SEBA Class 10 Science Question Answer – বিজ্ঞান সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 10 Science Question Answer – বিজ্ঞান সমাধান Solutions for All Subject, You can practice these here…

শিক্ষাৰ প্ৰয়ােজনীয়তা Assam Board

Assam Direct Recruitment Guide Book PDF

Assamese Medium: Click Here

English Medium: Click Here

“সকলােৰে বাবে শিক্ষা”— এই আপ্তবাক্যশাৰীয়ে যােৱা তিনিটা দশক ধৰি গুণগত শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দি আহিছে। এই শিক্ষা ব্যৱস্থাই ল’ৰা-ছােৱালীৰ নামভৰ্তিকৰণ, শ্ৰেণীত সংৰক্ষণ আৰু শৈক্ষিক সফলতা আদি দিশ বিবেচনা কৰি আহিছে।

শিক্ষাৰ গুণগতমান উন্নয়নে সর্বশিক্ষা অভিযান আৰু শিক্ষাৰ অধিকাৰ আইনৰ অধীনত অধিক প্ৰসাৰতা লাভ কৰিছে। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত কৰা সকলাে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আৰু আন আন গুৰুত্বপূর্ণ চৰকাৰী

পৰিকল্পনাসমূহেও শিক্ষাৰ গুণগত উন্নয়নক প্রাথমিক লক্ষ্য হিচাপে অন্তর্ভুক্ত কৰিছে। এইদৰে এই শিক্ষা ব্যৱস্থাৰ ভিতৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক শৈক্ষিক অনুষ্ঠানসমূহক এই বিষয়ে অৱগত কৰাৰ প্রয়ােজন এই কাৰণেই যে এই ব্যৱস্থাই প্রশাসক, পৰিকল্পনা তথা আঁচনি প্রস্তুত কৰোতাসকলৰ দ্বাৰা যুক্তিসংগত সিদ্ধান্ত গ্রহণৰ বাবে কাম কৰি আছে।

ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পর্যায়ত হােৱা বিভিন্ন শৈক্ষিক সাফল্যৰ মূল্যায়নৰ জৰীপ (As sessment Survey) হৈছে এই দিশত লােৱা কিছুমান প্ৰাৰম্ভিক প্রচেষ্টা। ইয়াৰােপৰি বিদ্যালয় আৰু সমাজৰ লগত জড়িত বিভিন্ন ব্যক্তিসকলেও শিক্ষাৰ গুণগত মান উন্নয়নত এক বিশেষ ভূমিকা পালন কৰি আহিছে।

গােলকীয় পর্যৱেক্ষণ প্রতিবেদন

গােলকীয় পর্যৱেক্ষণ প্রতিবেদন, ২০১৫ (Global Monitoring Report, GMR-2015) অনুসৰি ভাৰতকে ধৰি আন আন উন্নয়নশীল দেশত শিক্ষাৰ বিশেষভাৱে প্ৰসাৰ ঘটিছে, কিন্তু গুণগত মান উন্নয়নৰ ক্ষেত্ৰত ই এতিয়াও এক চিন্তনীয় বিষয় হৈ ৰৈছে। ভাৰতত বিভিন্ন শৈক্ষিক সাফল্যৰ জৰীপ (achievement survey) co- Annual Status of Education report (ASER) এ সমগ্র দেশজুৰি ছাত্ৰ-ছাত্ৰীৰ কৃতিত্ব প্রদর্শনত প্রতিফলিত হােৱা ব্যাপক বৈসাদৃশ্য সম্পর্কে খতিয়ান দাঙি ধৰিছে, যিটো ৰাষ্ট্ৰীয় মানৱ সম্পদ মন্ত্রণালয়, ২০১৪ ৰ অধীনত National Achievement Survey (NAS-ত তৃতীয় শ্রেণীৰ বাবে কৰা জৰীপত ইতিমধ্যে প্রতিফলিত হৈছে।

যােৱা কিছু বছৰত সৰ্বশিক্ষা অভিযানৰ সম্পৰ্কত যুগুতােৱা যুটীয়া পর্যৱেক্ষণ অভিযানৰ প্রতিবেদন (Reports of joint Review Mission)-ত উল্লেখ কৰা হৈছে যে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলে সময়মতে শিক্ষণ-শিকন ব্যৱস্থা আৰু শিকন সামগ্ৰীৰ যােগান, অধিক শিক্ষক নিয়ােগকৰণ আৰু নিয়মিত পর্যৱেক্ষণ কৰা স্বত্ত্বেও লৰা-ছােৱালীৰ বর্তমান শিকন পর্যায়টো আকাংক্ষিত পর্যায়লৈ আগবঢ়া নাই।

এই প্রতিবেদন অনুসৰি লৰা-ছােৱালীৰ পঠন আৰু সাংখ্যিক তথা গাণিতিক সাম দিশত ই এক বিফলতা, যিটো বর্তমান প্রেক্ষাপটত এক গুৰুত্বপূর্ণ তথা চিন্তনীয় বিষয়। এই দৃষ্টিভংগীৰে চালে দেখা যায় যে বিশেষকৈ সাক্ষৰতা, গণনা আৰু প্ৰয়ােজনীয় জীৱনশৈলীৰ বাবে নির্ধাৰিত শিকনৰ ফলাফল/শিকন লক্ষ্যৰ জৰিয়তে নিৰূপণ কৰা গুণাগুণসমূহ সকলােৱে আহৰণ কৰাটো অতি গুৰুত্বপূর্ণ।

প্রাথমিক শিক্ষাৰ বিশেষ উদ্দেশ্য হিচাপে ন্যূনতম শিকন আৰু গুণগত লক্ষ্যত উপনীত হােৱাটো নিশ্চিত কৰাৰ বাবে নিয়মীয়া শিকন নিৰূপণৰ আৱশ্যকতাই হৈছে দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ মূল বিষয়বস্তু। Global Monitoring Report, 2015 (GMR) আৰু বহনক্ষম উন্নয়ন লক্ষ্যৰ (SDG) পৰামৰ্শাৱলীৰ সৈতেও এই বিষয়ৰ সামঞ্জস্য আছে।

একে সময়তে শৈক্ষিক ব্যৱস্থাপনাৰ লগত জড়িত বিভিন্ন ব্যক্তি, যেনে—অভিভাৱক আৰু স্থানীয় লােকৰ দ্বাৰা সমাজৰ নিম্ন পর্যায়ত (Ground level) এক জাগৰণ সৃষ্টি হ’বলৈ ধৰিছে, য’ত তেওঁলােকৰ অৱদান তথা সহযােগিতাৰ বাবে উপযুক্ত পর্যায়ত যথােপযুক্ত ব্যৱস্থাৱলী গ্ৰহণ কৰিবলৈ শিক্ষা ব্যৱস্থাক সজাগ আৰু দায়বদ্ধ কৰা হৈছে।

প্ৰায়েই দেখা যায় যে কি ধৰণৰ শিকন ব্যৱস্থা আৰু তাৰ মূল্যায়নৰ নীতি কেনে ধৰণৰ, সেই সম্পর্কে শিক্ষকসকল স্পষ্ট নহয়। কিয়নাে সেইবােৰ মূল্যায়ন কৰাৰ নির্দিষ্ট কোনাে নীতি নাই।

প্ৰতিটো শ্ৰেণীৰ শিকনৰ ফলাফলসমূহে শিক্ষণ-শিকন প্রক্রিয়াক বিচৰা ধৰণে আগবঢ়াই নিয়াত কেৱল শিক্ষকসকলকে সহায় নকৰে; বৰং বিদ্যালয়ৰ শিক্ষাৰ লগত জড়িত অন্যান্য ব্যক্তি বিশেষকৈ অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য (SMC), স্থানীয়

ব্যক্তি আৰুৰাজ্যিক বিষয়া,কর্মচাৰীসকলােকে গুণগত শিক্ষা নিশ্চিতকৰণত সজাগ আৰু দায়বদ্ধ কৰে। বিভিন্ন পাঠ্যক্ৰমৰ অন্তৰ্গত বিষয়ৰ শিকনৰ উদ্দেশ্য সফলতাৰে সম্পাদন কৰাৰ ক্ষেত্ৰত বিশদভাৱে ব্যাখ্যা কৰা শিকনৰ ফলাফলে বিদ্যালয় শিক্ষাৰ আওতাৰ ভিতৰত থকা বিভিন্ন ব্যক্তিক সঠিক পথ নির্দেশ কৰাৰ লগতে তেওঁলােকৰ দায়িত্ব আৰু দায়বদ্ধতাও নিশ্চিত কৰিব।

 

SEBA Class 10 Science Question Answer – বিজ্ঞান সমাধান

S.L. No. Contents Link
পাঠ-1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ সমাধান
পাঠ-2 এছিড, ক্ষৰক আৰু লৱণ সমাধান
পাঠ-3 ধাতু আৰু আধাতু সমাধান
পাঠ-4 কাৰ্বন আৰু তাৰ যৌগ সমাধান
পাঠ-5 মৌল পৰ্যাবৃত্ত শ্ৰেনীবিভাজন সমাধান
পাঠ-6 জীৱন প্ৰক্ৰিয়া সমাধান
পাঠ-7 নিয়ন্ত্ৰণ আৰু সমন্বয় সমাধান
পাঠ-8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? সমাধান
পাঠ-9 বংশগতি আৰু ক্ৰমবিকাশ সমাধান
পাঠ-10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ সমাধান
পাঠ-11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী সমাধান
পাঠ-12 বিদ্যুত সমাধান
পাঠ-13 বিদ্যুত প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া সমাধান
পাঠ-14 শক্তিৰ উৎসসমূহ সমাধান
পাঠ-15 আমাৰ পৰিবেশ সমাধান
পাঠ-16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা সমাধান

SEBA Board Class 10 Science Solved Question Papers

2015 PAPER SOLUTION

2016 PAPER SOLUTTION

2017 PAPER SOLUTION

2018 PAPER SOLUTION

2019 PAPER SOLUTION

 

অধ্যায়-১, ৰাসায়নিক বিক্রিয়া আরু সমীকৰণ (Chemical Reaction and equations)

অধ্যায়-২, এছিড, ক্ষারক আরু লৱণ (Acids, Bases and Salts)

অধ্যায়-৩, ধাতু আৰু অধাতু

অধ্যায়-৪, কাৰ্বন আরু তাৰ যৌগ, (Carbon and its compounds)

অধ্যায়-৫ মৌলৰ পৰ্যাবৃত্ত শ্রেনীবিভাজন

পাঠ-৬, জীৱন প্রক্রিয়া

পাঠ-৭, নিয়ন্ত্ৰণ আৰু সমন্বয়

অধ্যায়-৮, জীৱই কেনেকৈ বংশবিস্তার করে?

অধ্যায়-৯, বংশগতি আরু ক্রমবিকাশ

অধ্যায়-১০, পোহৰ- প্রতিফলন আরু প্রতিসৰণ

অধ্যায়-১১, মানুহর চকু আরু বারেবরণীয়া পৃথিৱী     

অধ্যায়-১২, বিদ্যুৎ(Electricity), (Cheking & Updating)


অধ্যায়- 13, বিদ্যুৎ -প্রবাহৰ চুম্বকীয় ক্রিয়া

অধ্যায়-১৪, শক্তির উৎসসমূহ (Sources of Energy)

অধ্যায়-১৫, আমাৰ পৰিৱেশ

অধ্যয়-১৬, প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা

WhatsApp Channel Follow Now
Telegram Channel Join Now

1 thought on “SEBA Class 10 Science Question Answer – বিজ্ঞান সমাধান”

Leave a Comment