📘 ADRE 3.0 eBook – Only ₹99/- Buy Now

Join WhatsApp

Join Now

Join Telegram

Join Now

Join Facebook

Join Now

Download Ebook

Download

By: Dhrubajyoti Haloi

On: November 7, 2025

Follow Us:

🧠 Free Mock Tests for APSC, Assam TET, Assam Police, and ADRE

Access 100% free online mock tests and MCQs for APSC, ADRE, Assam Police, and Assam TET exams. Prepare with subject-wise practice sets on Assam History, Polity, Economy, Pedagogy, and General Knowledge to boost your government exam preparation.

📘 Introduction: Free Mock Tests for Assam Govt Exams

Preparing for Assam Government Exams like APSC, ADRE, Assam TET, or Assam Police Recruitment?
You’re at the right place!

At AllJobAssam.com, we provide Free Mock Tests and Topic-wise MCQs to help aspirants practice effectively and improve their exam performance. These tests are designed according to the latest syllabus and pattern of competitive exams conducted by the Government of Assam and APSC.

Whether you are preparing for Grade III & IV posts, Teacher Eligibility Tests, or Civil Services, these online mock tests will help you evaluate your knowledge, improve accuracy, and build confidence before the real exam.


📚 Available Free Mock Tests

🔹 1. APSC (Assam Public Service Commission)

Our APSC mock tests cover subjects like:

  • General Studies (GS Paper-I & II)
  • Assam History, Geography, and Polity
  • Indian Constitution
  • Current Affairs and GK
    These tests are perfect for APSC Prelims and Mains aspirants looking to strengthen their conceptual understanding.

🔹 2. ADRE (Assam Direct Recruitment Exam)

Join Our WhatsApp Channel

Practice mock tests for ADRE Grade III and Grade IV posts:

  • General Knowledge
  • Logical Reasoning
  • Quantitative Aptitude
  • English and Assamese Grammar
    Based on SEBA and AHSEC syllabus, these MCQs are helpful for upcoming ADRE skill and written exams.
Social Media Channels
WhatsApp Channel Join Now
Telegram Channel Join Now

🔹 3. Assam Police Recruitment

Get ready for Assam Police Constable, SI, and Jail Warder exams with our free practice tests:

  • General Awareness
  • Logical Reasoning
  • Numerical Ability
  • Basic Computer Knowledge
    Each test simulates real exam timing and difficulty level to help you score higher in the written exam.

🔹 4. Assam TET (Teacher Eligibility Test)

If you’re preparing for Lower Primary (LP) or Upper Primary (UP) levels, our Assam TET mock tests include:

  • Child Development & Pedagogy
  • Environmental Studies (EVS)
  • Mathematics
  • Language I (Assamese)
  • Language II (English)
    These are crafted according to NCTE guidelines and SSA Assam syllabus.

💡 Key Features of Our Free Mock Tests

  • ✅ 100% Free and Accessible Anytime
  • 🧾 Based on Latest Syllabus and Exam Pattern
  • 📊 Real-Time Score Analysis and Explanations
  • 📚 Topic-Wise & Subject-Wise MCQs
  • 🔁 Regularly Updated with New Questions
  • 🧠 Boosts Speed, Accuracy, and Confidence
অসম ইতিহাস কুইজ

অসম ইতিহাস কুইজ

প্ৰশ্ন 1: অসমৰ প্ৰথম ঐতিহাসিক ৰজা কোন আছিল?
ক) ভাস্কৰ বৰ্মন
খ) পুষ্য বৰ্মন
গ) মহেন্দ্ৰ বৰ্মন
ঘ) শলাস্তম্ভ
ব্যাখ্যা: পুষ্য বৰ্মন অসমৰ প্ৰথম ঐতিহাসিক ৰজা আছিল।
প্ৰশ্ন 2: কামৰূপত প্ৰথম মুছলমান আক্ৰমণ কিমান চনত হৈছিল?
ক) 1258 খ্ৰীষ্টাব্দ
খ) 1206 খ্ৰীষ্টাব্দ
গ) 1227 খ্ৰীষ্টাব্দ
ঘ) 1226 খ্ৰীষ্টাব্দ
ব্যাখ্যা: কামৰূপত প্ৰথম মুছলমান আক্ৰমণ 1206 খ্ৰীষ্টাব্দত হৈছিল।
প্ৰশ্ন 3: আহোম আৰু মোগল সৈন্যৰ মাজত প্ৰথম যুদ্ধ কিমান চনত হৈছিল?
ক) 1603 খ্ৰীষ্টাব্দ
খ) 1612 খ্ৰীষ্টাব্দ
গ) 1616 খ্ৰীষ্টাব্দ
ঘ) 1618 খ্ৰীষ্টাব্দ
ব্যাখ্যা: আহোম আৰু মোগল সৈন্যৰ মাজত প্ৰথম যুদ্ধ 1616 খ্ৰীষ্টাব্দত হৈছিল।
প্ৰশ্ন 4: অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
ক) চুকাফা
খ) চুহুংমুং
গ) চুদাংফা
ঘ) ৰুদ্ৰ সিংহ
ব্যাখ্যা: চুকাফা অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল।
প্ৰশ্ন 5: ‘স্বৰ্গদেউ’ উপাধি লাভ কৰা প্ৰথমজন আহোম ৰজা কোন আছিল?
ক) প্ৰতাপ সিংহ
খ) চুহুংমুং
গ) চুদাংফা
ঘ) ৰুদ্ৰ সিংহ
ব্যাখ্যা: চুহুংমুং ‘স্বৰ্গদেউ’ উপাধি লাভ কৰা প্ৰথমজন আহোম ৰজা আছিল।
প্ৰশ্ন 6: আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী ক’ত আছিল?
ক) যোৰহাট
খ) ৰংপুৰ
গ) চৰাইদেউ
ঘ) শিৱসাগৰ
ব্যাখ্যা: আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী চৰাইদেউত আছিল।
প্ৰশ্ন 7: গুৱাহাটীৰ উমানন্দ মন্দিৰলৈ মাটি দান কৰা প্ৰথমজন আহোম ৰজা কোন আছিল?
ক) ৰাজেশ্বৰ সিংহ
খ) শিৱ সিংহ
গ) চক্ৰধ্বজ সিংহ
ঘ) গদাধৰ সিংহ
ব্যাখ্যা: গদাধৰ সিংহ গুৱাহাটীৰ উমানন্দ মন্দিৰলৈ মাটি দান কৰা প্ৰথমজন আহোম ৰজা আছিল।
প্ৰশ্ন 8: নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল?
ক) অনিৰুদ্ধদেৱ
খ) শংকৰদেৱ
গ) মাধৱদেৱ
ঘ) দামোদৰদেৱ
ব্যাখ্যা: শংকৰদেৱ নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল।
প্ৰশ্ন 9: অসমত লোকপিয়ল পদ্ধতি প্ৰৱৰ্তন কৰা আহোম ৰজা কোন আছিল?
ক) চুকাফা
খ) প্ৰতাপ সিংহ
গ) ৰুদ্ৰ সিংহ
ঘ) চুহুংমুং
ব্যাখ্যা: প্ৰতাপ সিংহ অসমত লোকপিয়ল পদ্ধতি প্ৰৱৰ্তন কৰা আহোম ৰজা আছিল।
প্ৰশ্ন 10: ‘হস্তীবিদ্যাৰ্ণৱ’ পুথিখনৰ ৰচক কোন আছিল?
ক) দিলোভাৰ
খ) সুকুমাৰ বৰকাইথ
গ) দুৰ্লভনাৰায়ণ
ঘ) ধৰ্মনাৰায়ণ
ব্যাখ্যা: সুকুমাৰ বৰকাইথ ‘হস্তীবিদ্যাৰ্ণৱ’ পুথিখনৰ ৰচক আছিল।
প্ৰশ্ন 11: অসমৰ কামাখ্যা মন্দিৰ কোন উপাসনাৰ স্থান?
ক) শক্তি উপাসনা
খ) বিষ্ণু উপাসনা
গ) শিৱ উপাসনা
ঘ) সূৰ্য উপাসনা
ব্যাখ্যা: কামাখ্যা মন্দিৰ শক্তি উপাসনাৰ স্থান।
প্ৰশ্ন 12: কিমান চনত নৰনাৰায়ণ আৰু চিলাৰায়ে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল?
ক) 1549 খ্ৰীষ্টাব্দ
খ) 1563 খ্ৰীষ্টাব্দ
গ) 1565 খ্ৰীষ্টাব্দ
ঘ) 1570 খ্ৰীষ্টাব্দ
ব্যাখ্যা: নৰনাৰায়ণ আৰু চিলাৰায়ে 1563 খ্ৰীষ্টাব্দত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল।
প্ৰশ্ন 13: ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?
ক) আহোম আৰু ব্ৰিটিছ
খ) ব্ৰহ্মদেশী আৰু আহোম
গ) ব্ৰহ্মদেশী আৰু ব্ৰিটিছ
ঘ) আহোম আৰু চুতীয়া
ব্যাখ্যা: ইয়াণ্ডাবু সন্ধি ব্ৰহ্মদেশী আৰু ব্ৰিটিছৰ মাজত স্বাক্ষৰিত হৈছিল।
প্ৰশ্ন 14: ঠাকুমথা কোন জাতিৰ ৰজা আছিল?
ক) মৰাণ
খ) বৰাহী
গ) চুতীয়া
ঘ) কছাৰী
ব্যাখ্যা: ঠাকুমথা বৰাহী জাতিৰ ৰজা আছিল।
প্ৰশ্ন 15: নীতপাল কোন জাতিৰ ৰজা আছিল?
ক) পাল
খ) ভূঞা
গ) চুতীয়া
ঘ) কছাৰী
ব্যাখ্যা: নীতপাল চুতীয়া জাতিৰ ৰজা আছিল।
প্ৰশ্ন 16: অসমত ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে মাত মতা প্ৰথমজন অসমীয়া পুৰুষ কোন আছিল?
ক) মণিৰাম দেৱান
খ) গমধৰ কোঁৱৰ
গ) পিয়লি ফুকন
ঘ) গদাধৰ কোঁৱৰ
ব্যাখ্যা: গমধৰ কোঁৱৰ অসমত ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে মাত মতা প্ৰথমজন অসমীয়া পুৰুষ আছিল।
প্ৰশ্ন 17: মণিৰাম দেৱানক কিমান চনত ফাঁচী দিয়া হৈছিল?
ক) 1826 খ্ৰীষ্টাব্দ
খ) 1829 খ্ৰীষ্টাব্দ
গ) 1858 খ্ৰীষ্টাব্দ
ঘ) 1857 খ্ৰীষ্টাব্দ
ব্যাখ্যা: মণিৰাম দেৱানক 1858 খ্ৰীষ্টাব্দত ফাঁচী দিয়া হৈছিল।
প্ৰশ্ন 18: ধোদৰ আলি কোনে নিৰ্মাণ কৰিছিল?
ক) গদাধৰ সিংহ
খ) শিৱ সিংহ
গ) ৰুদ্ৰ সিংহ
ঘ) পুৰন্দৰ সিংহ
ব্যাখ্যা: গদাধৰ সিংহই ধোদৰ আলি নিৰ্মাণ কৰিছিল।
প্ৰশ্ন 19: অসমৰ প্ৰথম পৌৰাণিক শাসকৰ নাম কি?
ক) নৰকাসুৰ
খ) মহীৰংগ দানৱ
গ) ঘটক কিৰাত
ঘ) ভগদত্ত
ব্যাখ্যা: মহীৰংগ দানৱ অসমৰ প্ৰথম পৌৰাণিক শাসক আছিল।
প্ৰশ্ন 20: চীনা পৰিব্ৰাজক হিউৱেনছাং কাৰ শাসনকালত অসমলৈ আহিছিল?
ক) ধৰ্মপাল
খ) ভাস্কৰ বৰ্মন
গ) জয়পাল
ঘ) মহেন্দ্ৰ বৰ্মন
ব্যাখ্যা: চীনা পৰিব্ৰাজক হিউৱেনছাং ভাস্কৰ বৰ্মনৰ শাসনকালত অসমলৈ আহিছিল।
প্ৰশ্ন 21: গোঁহাইকমল আলি কোনে নিৰ্মাণ কৰিছিল?
ক) নৰনাৰায়ণ
খ) প্ৰতাপ সিংহ
গ) বৈদ্যদেৱ
ঘ) চক্ৰধ্বজ সিংহ
ব্যাখ্যা: নৰনাৰায়ণে গোঁহাইকমল আলি নিৰ্মাণ কৰিছিল।
প্ৰশ্ন 22: কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?
ক) ৰাঘৱদেৱ
খ) নৰনাৰায়ণ
গ) বিশ্ব সিংহ
ঘ) দুৰ্লভনাৰায়ণ
ব্যাখ্যা: বিশ্ব সিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।
প্ৰশ্ন 23: তলাতল ঘৰ কাৰ দিনত নিৰ্মাণ কৰা হৈছিল?
ক) উদয়াদিত্য সিংহ
খ) কমলেশ্বৰ সিংহ
গ) ৰাজেশ্বৰ সিংহ
ঘ) জয়ধ্বজ সিংহ
ব্যাখ্যা: তলাতল ঘৰ ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল।
প্ৰশ্ন 24: অসমৰ কোনটো জনগোষ্ঠীয়ে “বাথৌ পূজা” কৰে?
ক) মিচিং
খ) কছাৰী
গ) বড়ো
ঘ) ৰাভা
ব্যাখ্যা: বড়ো জনগোষ্ঠীয়ে “বাথৌ পূজা” কৰে।
প্ৰশ্ন 25: বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল?
ক) মাধৱদেৱ
খ) শংকৰদেৱ
গ) দামোদৰদেৱ
ঘ) হৰিদেৱ
ব্যাখ্যা: মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল।
প্ৰশ্ন 26: আউনীআটি সত্ৰ ক’ত অৱস্থিত?
ক) বৰপেটা
খ) লখিমপুৰ
গ) কোচবিহাৰ
ঘ) মাজুলী
ব্যাখ্যা: আউনীআটি সত্ৰ মাজুলীত অৱস্থিত।
প্ৰশ্ন 27: দহপৰ্বতীয়া দুৱাৰ ক’ত অৱস্থিত?
ক) ধুবুৰী
খ) তেজপুৰ
গ) কোচবিহাৰ
ঘ) মাজুলী
ব্যাখ্যা: দহপৰ্বতীয়া দুৱাৰ তেজপুৰত অৱস্থিত।
প্ৰশ্ন 28: কাৰ শাসনকালত কেপ্টেইন ৱেলছ অসমলৈ আহিছিল?
ক) উদয়াদিত্য সিংহ
খ) গৌৰীনাথ সিংহ
গ) চন্দ্ৰকান্ত সিংহ
ঘ) ৰাজেশ্বৰ সিংহ
ব্যাখ্যা: কেপ্টেইন ৱেলছ গৌৰীনাথ সিংহৰ শাসনকালত অসমলৈ আহিছিল।
প্ৰশ্ন 29: গোবিন্দ চন্দ্ৰ ক’ৰ ৰজা আছিল?
ক) মণিপুৰ
খ) কছাৰ
গ) ত্ৰিপুৰা
ঘ) নগালেণ্ড
ব্যাখ্যা: গোবিন্দ চন্দ্ৰ কছাৰৰ ৰজা আছিল।
প্ৰশ্ন 30: প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল?
ক) 1771
খ) 1765
গ) 1769
ঘ) 1763
ব্যাখ্যা: প্ৰথম মোৱামৰীয়া বিদ্ৰোহ 1769 চনত হৈছিল।
প্ৰশ্ন 31: দৰং ৰাজবংশাৱলী কোনে লিখিছিল?
ক) দৈজ নাৰায়ণ
খ) অনন্ত আচাৰ্য
গ) সূৰ্যখৰি দৈবজ্ঞ
ঘ) হৰিচন্দ্ৰ নাৰায়ণ
ব্যাখ্যা: সূৰ্যখৰি দৈবজ্ঞই দৰং ৰাজবংশাৱলী লিখিছিল।
প্ৰশ্ন 32: ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠিওৱা দূতজনৰ নাম কি আছিল?
ক) হংসবেগ
খ) হৰ্ষদেৱ
গ) জয়দেৱ
ঘ) বৈদ্যদেৱ
ব্যাখ্যা: ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ হংসবেগ নামৰ দূত পঠিয়াইছিল।
প্ৰশ্ন 33: সতী সাধনী কোন জাতিৰ আছিল?
ক) চুতীয়া
খ) কছাৰী
গ) ভূঞা
ঘ) হাজং
ব্যাখ্যা: সতী সাধনী চুতীয়া জাতিৰ আছিল।
প্ৰশ্ন 34: আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰা আহোম ৰজাৰ নাম কি আছিল?
ক) চুকাফা
খ) চুদাংফা
গ) চুহুংমুং
ঘ) জয়ধ্বজ সিংহ
ব্যাখ্যা: চুহুংমুঙে আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল।
প্ৰশ্ন 35: ‘ভাষৱতী’ নামৰ গ্ৰন্থখন কোনে লিখিছিল?
ক) সতানন্দ
খ) কবিৰাজ চক্ৰৱৰ্তী
গ) সৰ্বানন্দ দ্বিজ
ঘ) সুকুমাৰ বৰকাইথ
ব্যাখ্যা: সতানন্দে ‘ভাষৱতী’ নামৰ গ্ৰন্থখন লিখিছিল।
প্ৰশ্ন 36: ‘পঞ্চ পীৰ’ দৰগাহ ক’ত অৱস্থিত?
ক) ধুবুৰী
খ) শিৱসাগৰ
গ) তেজপুৰ
ঘ) বঙাইগাঁও
ব্যাখ্যা: ‘পঞ্চ পীৰ’ দৰগাহ ধুবুৰীত অৱস্থিত।
প্ৰশ্ন 37: আহোম ৰাজ্যত মোমাই তামুলীক বৰবৰুৱা হিচাপে কোনে নিযুক্তি দিছিল?
ক) প্ৰতাপ সিংহ
খ) গদাধৰ সিংহ
গ) লক্ষ্মী সিংহ
ঘ) পুৰন্দৰ সিংহ
ব্যাখ্যা: প্ৰতাপ সিংহই মোমাই তামুলীক বৰবৰুৱা হিচাপে নিযুক্তি দিছিল।
প্ৰশ্ন 38: অসমত ‘Waste land Grant Rule’ কোনে প্ৰৱৰ্তন কৰিছিল?
ক) ডেভিদ স্কট
খ) ৰবাৰ্টচন
গ) কেপ্টেইন জেনকিন্স
ঘ) ক্ৰাফ্টক্ৰফ্ট
ব্যাখ্যা: ডেভিদ স্কটে অসমত ‘Waste land Grant Rule’ প্ৰৱৰ্তন কৰিছিল।
প্ৰশ্ন 39: মীৰজুমলাৰ সৈতে অসমলৈ অহা মুছলমান পৰ্যবেক্ষকজন কোন আছিল?
ক) শ্বিহাবুদ্দিন তালিছ
খ) গিয়াচুদ্দিন বৰানী
গ) মিনহাজ – উল- ছিৰাজ
ঘ) কাছিম
ব্যাখ্যা: মীৰজুমলাৰ সৈতে অসমলৈ অহা মুছলমান পৰ্যবেক্ষকজন শ্বিহাবুদ্দিন তালিছ আছিল।
প্ৰশ্ন 40: শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল?
ক) 1669
খ) 1670
গ) 1671
ঘ) 1675
ব্যাখ্যা: শৰাইঘাটৰ যুদ্ধ 1671 চনত হৈছিল।
প্ৰশ্ন 41: নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল?
ক) গদাধৰ সিংহ
খ) ৰুদ্ৰ সিংহ
গ) ৰাজেশ্বৰ সিংহ
ঘ) চন্দ্ৰকান্ত সিংহ
ব্যাখ্যা: ৰুদ্ৰ সিংহই নামদাং শিলৰ সাঁকো নিৰ্মাণ কৰিছিল।
প্ৰশ্ন 42: জয়সাগৰ পুখুৰী কোনে খন্দাইছিল?
ক) জয়ধ্বজ সিংহ
খ) উদয়াদিত্য সিংহ
গ) ৰুদ্ৰ সিংহ
ঘ) গদাধৰ সিংহ
ব্যাখ্যা: ৰুদ্ৰ সিংহই জয়সাগৰ পুখুৰী খন্দাইছিল।
প্ৰশ্ন 43: অসমৰ ইতিহাসত ‘বুঢ়া ৰজা’ নামেৰে কাক জনা গৈছিল?
ক) প্ৰতাপ সিংহ
খ) উদয়াদিত্য সিংহ
গ) ৰুদ্ৰ সিংহ
ঘ) গদাধৰ সিংহ
ব্যাখ্যা: প্ৰতাপ সিংহক অসমৰ ইতিহাসত ‘বুঢ়া ৰজা’ নামেৰে জনা গৈছিল।
প্ৰশ্ন 44: অসম এছোচিয়েশ্যন কিমান চনত গঠন হৈছিল?
ক) 1885
খ) 1903
গ) 1905
ঘ) 1916
ব্যাখ্যা: অসম এছোচিয়েশ্যন 1903 চনত গঠন হৈছিল।
প্ৰশ্ন 45: কটন কলেজ কিমান চনত প্ৰতিষ্ঠা হৈছিল?
ক) 1901
খ) 1904
গ) 1945
ঘ) 1942
ব্যাখ্যা: কটন কলেজ 1901 চনত প্ৰতিষ্ঠা হৈছিল।
প্ৰশ্ন 46: গহপুৰত পুলিচৰ গুলীত নিহত হোৱা মহিলা স্বাধীনতা সংগ্ৰামীগৰাকী কোন আছিল?
ক) গুণেশ্বৰী দেৱী
খ) কনকলতা বৰুৱা
গ) মুক্তেশ্বৰী দেৱী
ঘ) ভোগেশ্বৰী দেৱী
ব্যাখ্যা: গহপুৰত পুলিচৰ গুলীত নিহত হোৱা মহিলা স্বাধীনতা সংগ্ৰামীগৰাকী কনকলতা বৰুৱা আছিল।
প্ৰশ্ন 47: ‘শিংঘৰত উঠা’ অনুষ্ঠানটো কোনে প্ৰৱৰ্তন কৰিছিল?
ক) চুহুংমুং
খ) চুকাফা
গ) চুদাংফা
ঘ) চুক্লেংমুং
ব্যাখ্যা: চুহুংমুঙে ‘শিংঘৰত উঠা’ অনুষ্ঠানটো প্ৰৱৰ্তন কৰিছিল।
প্ৰশ্ন 48: ব্ৰহ্মবৈৱৰ্ত পুৰাণ অসমীয়া ভাষালৈ কোনে অনুবাদ কৰিছিল?
ক) কবিৰাজ চক্ৰৱৰ্তী
খ) ৰাম সৰস্বতী
গ) দ্বিজনাৰায়ণ
ঘ) হৰিচন্দ্ৰ
ব্যাখ্যা: কবিৰাজ চক্ৰৱৰ্তীয়ে ব্ৰহ্মবৈৱৰ্ত পুৰাণ অসমীয়া ভাষালৈ অনুবাদ কৰিছিল।
প্ৰশ্ন 49: ফুলগুৰি ধাৱা কিমান চনত হৈছিল?
ক) 1861
খ) 1865
গ) 1872
ঘ) 1885
ব্যাখ্যা: ফুলগুৰি ধাৱা 1861 চনত হৈছিল।
প্ৰশ্ন 50: মহাত্মা গান্ধীৰ অসম ভ্ৰমণ কিমান চনত হৈছিল?
ক) 1942
খ) 1947
গ) 1885
ঘ) 1921
ব্যাখ্যা: মহাত্মা গান্ধীৰ প্ৰথম অসম ভ্ৰমণ 1921 চনত হৈছিল।
প্ৰশ্ন 51: অসমৰ কোনখন জিলাৰ জনঘনত্ব সৰ্বাধিক?
ক) কামৰূপ (ম)
খ) নগাঁও
গ) বৰপেটা
ঘ) ডিব্ৰুগড়
ব্যাখ্যা: কামৰূপ (ম) জিলাৰ জনঘনত্ব সৰ্বাধিক।
প্ৰশ্ন 52: তলৰ কোনখন ঠাইত বাৰ্ষিক বৰষুণৰ পৰিমাণ অতি কম?
ক) তেজপুৰ
খ) লুমডিং
গ) বৰপেটা
ঘ) ডিব্ৰুগড়
ব্যাখ্যা: লুমডিংত বাৰ্ষিক বৰষুণৰ পৰিমাণ অতি কম।
প্ৰশ্ন 53: অসমত উৎপাদন হোৱা এটা ৰেচম সূতাৰ নাম লিখা।
ক) মুগা
খ) কটন
গ) ৰাবাৰ
ঘ) চাহ
ব্যাখ্যা: মুগা অসমত উৎপাদন হোৱা এটা ৰেচম সূতা।
প্ৰশ্ন 54: অসমত ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন?
ক) বুঢ়ীদিহিং
খ) সোৱণশিৰি
গ) কপিলী
ঘ) মানাহ
ব্যাখ্যা: সোৱণশিৰি অসমত ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈ।
প্ৰশ্ন 55: অসমৰ মাটিকালি কিমান?
ক) 78438 (বৰ্গ কিঃমিঃ)
খ) 78408 (বৰ্গ কিঃমিঃ)
গ) 78338 (বৰ্গ কিঃমিঃ)
ঘ) 78488 (বৰ্গ কিঃমিঃ)
ব্যাখ্যা: অসমৰ মাটিকালি 78438 বৰ্গ কিঃমিঃ।
প্ৰশ্ন 56: মাটিকালিৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলাখন কোনখন?
ক) কাৰ্বি আংলং
খ) শোণিতপুৰ
গ) তিনিচুকীয়া
ঘ) বৰপেটা
ব্যাখ্যা: মাটিকালিৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলাখন কাৰ্বি আংলং।
প্ৰশ্ন 57: অসমৰ কিমান শতাংশ লোক গ্ৰাম্য অঞ্চলত বাস কৰে? (2011 চন)
ক) 75
খ) 81
গ) 86
ঘ) 71
ব্যাখ্যা: 2011 চনৰ লোকপিয়ল অনুসৰি, অসমৰ 86 শতাংশ লোক গ্ৰাম্য অঞ্চলত বাস কৰে।
প্ৰশ্ন 58: ব্ৰিটিছে অসমত প্ৰথম চাহ উৎপাদন কেতিয়া আৰম্ভ কৰিছিল?
ক) 1826
খ) 1838
গ) 1833
ঘ) 1901
ব্যাখ্যা: ব্ৰিটিছে অসমত প্ৰথম চাহ উৎপাদন 1838 চনত আৰম্ভ কৰিছিল।
প্ৰশ্ন 59: অসমৰ কিমান শতাংশ লোক অনুসূচিত জাতিৰ? (2011 চন)
ক) 12.23
খ) 11.23
গ) 07.15
ঘ) 07.01
ব্যাখ্যা: 2011 চনৰ লোকপিয়ল অনুসৰি, অসমৰ 07.15 শতাংশ লোক অনুসূচিত জাতিৰ।
প্ৰশ্ন 60: 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা ঘনত্ব কিমান?
ক) 380
খ) 340
গ) 412
ঘ) 398
ব্যাখ্যা: 2011 চনৰ লোকপিয়ল অনুসৰি, অসমৰ জনসংখ্যা ঘনত্ব 398।
প্ৰশ্ন 61: অসম সত্ৰ সন্মিলন কিমান চনত গঠিত হৈছিল?
ক) 1916
খ) 1926
গ) 1936
ঘ) 1946
ব্যাখ্যা: অসম সত্ৰ সন্মিলন 1926 চনত গঠিত হৈছিল।
প্ৰশ্ন 62: অসমত ৰেল যোগাযোগ কেতিয়া আৰম্ভ হৈছিল?
ক) 1838
খ) 1881
গ) 1885
ঘ) 1848
ব্যাখ্যা: অসমত ৰেল যোগাযোগ 1881 চনত আৰম্ভ হৈছিল।
প্ৰশ্ন 63: অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য কিমান?
ক) 3454 কিঃমিঃ
খ) 2754 কিঃমিঃ
গ) 2866 কিঃমিঃ
ঘ) 3909 কিঃমিঃ
ব্যাখ্যা: অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ দৈৰ্ঘ্য 3909 কিঃমিঃ।
প্ৰশ্ন 64: অসমৰ পাহাৰীয়া অঞ্চলত মূলতঃ কোন পদ্ধতিৰ খেতি কৰা হয়?
ক) বাণিজ্যিক খেতি
খ) মিশ্ৰিত খেতি
গ) স্থানান্তৰিত খেতি
ঘ) সমবায় খেতি
ব্যাখ্যা: অসমৰ পাহাৰীয়া অঞ্চলত মূলতঃ স্থানান্তৰিত খেতি কৰা হয়।
প্ৰশ্ন 65: অসমৰ প্ৰথম তেল শোধনাগাৰ কোনখন?
ক) ডিগবৈ
খ) নুনমতি
গ) বঙাইগাঁও
ঘ) নুমলীগড়
ব্যাখ্যা: ডিগবৈ অসমৰ প্ৰথম তেল শোধনাগাৰ।
প্ৰশ্ন 66: ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা বিভাজক পৰ্বতমালাৰ নাম কি?
ক) এন চি হিলছ
খ) খাচী হিলছ
গ) বৰাইল ৰেঞ্জ
ঘ) গাৰো হিলছ
ব্যাখ্যা: বৰাইল ৰেঞ্জ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা বিভাজক পৰ্বতমালা।
প্ৰশ্ন 67: শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল?
ক) 1449
খ) 1448
গ) 1494
ঘ) 1447
ব্যাখ্যা: শ্ৰীমন্ত শংকৰদেৱৰ জন্ম 1449 চনত হৈছিল।
প্ৰশ্ন 68: গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰটো কোন পাহাৰৰ ওপৰত অৱস্থিত?
ক) চিত্ৰাচল
খ) নীলাচল
গ) কলা পাহাৰ
ঘ) জপৰীগোগ
ব্যাখ্যা: গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰটো চিত্ৰাচল পাহাৰৰ ওপৰত অৱস্থিত।
প্ৰশ্ন 69: অসমত আৱিষ্কাৰ হোৱা প্ৰাচীনতম শিলালিপিৰ উৎস কি?
ক) ডুবি কপাৰ প্লেট
খ) পাৰ্বতীয়া কপাৰ প্লেট
গ) নিধনপুৰ কপাৰ প্লেট
ঘ) উমাচল শিলৰ শিলালিপি
ব্যাখ্যা: উমাচল শিলৰ শিলালিপি অসমত আৱিষ্কাৰ হোৱা প্ৰাচীনতম শিলালিপিৰ উৎস।
প্ৰশ্ন 70: হিউৱেনছাঙৰ বিৱৰণীত কামৰূপৰ লোকসকলে আদৰ কৰা দুবিধ ফলৰ বিশেষ উল্লেখ আছে। সেই দুবিধ কি?
ক) আম আৰু বাদাম
খ) নেমু আৰু নাছপতি
গ) আনাৰস আৰু কল
ঘ) কঁঠাল আৰু নাৰিকল
ব্যাখ্যা: হিউৱেনছাঙৰ বিৱৰণীত কঁঠাল আৰু নাৰিকলৰ উল্লেখ আছে।
প্ৰশ্ন 71: ভাৰতত পেট্ৰ’লিয়াম উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান কিমান?
ক) 1
খ) 2
গ) 3
ঘ) 4
ব্যাখ্যা: ভাৰতত পেট্ৰ’লিয়াম উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান দ্বিতীয়।
প্ৰশ্ন 72: অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম কি?
ক) লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
খ) ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
গ) ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
ঘ) বিষ্ণুৰাম মেধি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
ব্যাখ্যা: লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।
প্ৰশ্ন 73: দ্বিতীয় অসমীয়া চলচ্চিত্ৰখন আছিল?
ক) ইন্দ্ৰমালতী
খ) মনোমতী
গ) ৰূপহী
ঘ) ছিৰাজ
ব্যাখ্যা: দ্বিতীয় অসমীয়া চলচ্চিত্ৰখন ইন্দ্ৰমালতী আছিল।
প্ৰশ্ন 74: গুৱাহাটীৰ পৰা শিলিগুৰী সংযোগী ঘাইপথৰ সংখ্যা কিমান?
ক) 52
খ) 37
গ) 31
ঘ) 36
ব্যাখ্যা: গুৱাহাটীৰ পৰা শিলিগুৰী সংযোগী ঘাইপথৰ সংখ্যা 31।
প্ৰশ্ন 75: অসমৰ আটাইতকৈ ডাঙৰ গাঁওখনৰ নাম কি?
ক) শুৱালকুছি
খ) বৰুৱা-বামুন গাঁও
গ) মৰিগাঁও
ঘ) জাগীৰোড
ব্যাখ্যা: অসমৰ আটাইতকৈ ডাঙৰ গাঁওখনৰ নাম বৰুৱা-বামুন গাঁও।
প্ৰশ্ন 76: মাজুলীৰ মাজেৰে প্ৰবাহিত হোৱা উপনৈখনৰ নাম কি?
ক) টুনি
খ) খেৰকটীয়া সুতি
গ) কপিলী
ঘ) পুঠিমাৰী
ব্যাখ্যা: খেৰকটীয়া সুতি মাজুলীৰ মাজেৰে প্ৰবাহিত হোৱা উপনৈ।
প্ৰশ্ন 77: 2011 চনৰ লোকপিয়ল অনুসৰি, অসমৰ সাক্ষৰতাৰ হাৰ কিমান?
ক) 72.00
খ) 72.19
গ) 72.99
ঘ) 72.09
ব্যাখ্যা: 2011 চনৰ লোকপিয়ল অনুসৰি, অসমৰ সাক্ষৰতাৰ হাৰ 72.19%।
প্ৰশ্ন 78: ধেমাজি জিলাত মূলতঃ কোনটো জনজাতি বাস কৰে?
ক) কাৰ্বি
খ) মিচিং
গ) বড়ো
ঘ) ৰাভা
ব্যাখ্যা: ধেমাজি জিলাত মূলতঃ মিচিং জনজাতি বাস কৰে।
প্ৰশ্ন 79: প্লেবেক গায়ক হিচাপে ড° ভূপেন হাজৰিকাৰ প্ৰথম ছবিখন কি আছিল?
ক) জয়মতী
খ) এৰা বাটৰ সুৰ
গ) ছিৰাজ
ঘ) ইন্দ্ৰমালতী
ব্যাখ্যা: প্লেবেক গায়ক হিচাপে ড° ভূপেন হাজৰিকাৰ প্ৰথম ছবিখন এৰা বাটৰ সুৰ আছিল।
প্ৰশ্ন 80: এছিয়াৰ আটাইতকৈ দীঘল নদী দলংখনৰ নাম কি?
ক) ঢোলা-শদিয়া দলং
খ) গোল্ডেন দলং
গ) বগীবিল দলং
ঘ) কলিয়া ভোমোৰা দলং
ব্যাখ্যা: ঢোলা-শদিয়া দলং এছিয়াৰ আটাইতকৈ দীঘল নদী দলং।
প্ৰশ্ন 81: অসমত কিমানটা ডাকঘৰ আছে?
ক) 4002
খ) 4004
গ) 4010
ঘ) 4007
ব্যাখ্যা: অসমত 4002 টা ডাকঘৰ আছে।
প্ৰশ্ন 82: ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল?
ক) শিৱ সিংহ
খ) ৰুদ্ৰ সিংহ
গ) প্ৰমত্ত সিংহ
ঘ) প্ৰতাপ সিংহ
ব্যাখ্যা: প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিল।
প্ৰশ্ন 83: মানুহে খন্দা ভাৰতৰ আটাইতকৈ ডাঙৰ পুখুৰীটোৰ নাম কি?
ক) শিৱসাগৰ পুখুৰী
খ) গৌৰীসাগৰ পুখুৰী
গ) জয়সাগৰ পুখুৰী
ঘ) দীঘলী পুখুৰী
ব্যাখ্যা: মানুহে খন্দা ভাৰতৰ আটাইতকৈ ডাঙৰ পুখুৰীটোৰ নাম জয়সাগৰ পুখুৰী।
প্ৰশ্ন 84: তিস্তা নদীৰ সৈতে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ কি নামেৰে জনা যায়?
ক) যমুনা
খ) পদ্মা
গ) মেঘনা
ঘ) দিহং
ব্যাখ্যা: তিস্তা নদীৰ সৈতে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ যমুনা নামেৰে জনা যায়।
প্ৰশ্ন 85: কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগৰ নাম কি?
ক) দাম্বাকচু
খ) সিংহাসন
গ) এভাৰেষ্ট
ঘ) নীলগিৰি
ব্যাখ্যা: কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগৰ নাম সিংহাসন।
প্ৰশ্ন 86: কাৰ্বি মালভূমিৰ কোন অংশ ৰেংমা পাহাৰ নামেৰে জনাজাত?
ক) মাজৰ অংশ
খ) পশ্চিম অংশ
গ) পূব অংশ
ঘ) ওপৰৰ এটাও নহয়
ব্যাখ্যা: কাৰ্বি মালভূমিৰ পূব অংশ ৰেংমা পাহাৰ নামেৰে জনাজাত।
প্ৰশ্ন 87: অসমৰ বৰ্ষাৰণ্যৰ স্থান আৰু জিলা কি?
ক) সোনাই ৰূপাই (শোণিতপুৰ)
খ) জয়পুৰ (ডিব্ৰুগড়)
গ) ছেছা (ডিব্ৰুগড়)
ঘ) মানাহ (কোকৰাঝাৰ)
ব্যাখ্যা: জয়পুৰ (ডিব্ৰুগড়) অসমৰ বৰ্ষাৰণ্যৰ স্থান।
প্ৰশ্ন 88: অসমে কোন কোন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে?
ক) নেপাল আৰু বাংলাদেশ
খ) ভূটান, ম্যানমাৰ আৰু বাংলাদেশ
গ) ভূটান আৰু বাংলাদেশ
ঘ) ভূটান, নেপাল আৰু চীন
ব্যাখ্যা: অসমে ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে।
প্ৰশ্ন 89: অসমত কিমানটা ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে?
ক) এটা
খ) দুটা
গ) চাৰিটা
ঘ) পাঁচটা
ব্যাখ্যা: অসমত দুটা ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে (কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান)।
প্ৰশ্ন 90: বৰাক উপত্যকাৰ মাটিকালি কিমান?
ক) 6961 বৰ্গ কিঃমিঃ
খ) 6962 বৰ্গ কিঃমিঃ
গ) 6929 বৰ্গ কিঃমিঃ
ঘ) 6966 বৰ্গ কিঃমিঃ
ব্যাখ্যা: বৰাক উপত্যকাৰ মাটিকালি প্ৰায় 6962 বৰ্গ কিঃমিঃ।
প্ৰশ্ন 91: অসমৰ প্ৰস্তাৱিত চাহ-বাগান সময়ৰ নিৰ্দেশক দ্ৰাঘিমাংশ কিমান হ’ব?
ক) 82.5 ডিগ্ৰী পূব
খ) 90 ডিগ্ৰী পূব
গ) 75 ডিগ্ৰী পূব
ঘ) 105 ডিগ্ৰী পূব
ব্যাখ্যা: অসমৰ প্ৰস্তাৱিত চাহ-বাগান সময়ৰ নিৰ্দেশক দ্ৰাঘিমাংশ 90 ডিগ্ৰী পূব হ’ব।
প্ৰশ্ন 92: অসমৰ পৰা সৰ্বাধিক ৰপ্তানি হোৱা সামগ্ৰী কি?
ক) ৰাবাৰ
খ) চাহ
গ) কফি
ঘ) কুঁহিয়াৰ
ব্যাখ্যা: অসমৰ পৰা সৰ্বাধিক ৰপ্তানি হোৱা সামগ্ৰী চাহ।
প্ৰশ্ন 93: লখিমপুৰ জিলাত বিমানবন্দৰ থকা ঠাইখনৰ নাম কি?
ক) ৰাউৰীয়া
খ) মোহনবাৰী
গ) বৰঝাৰ
ঘ) লীলাবাৰী
ব্যাখ্যা: লখিমপুৰ জিলাত লীলাবাৰী বিমানবন্দৰ অৱস্থিত।
প্ৰশ্ন 94: অসমৰ চৰকাৰী ৰাজ্যিক জন্তু গড় (Rhinoceros unicorns) ৰ IUCN সংৰক্ষণ স্থিতি কি?
ক) Least Concerned (কম চিন্তিত)
খ) Critically Endangered (সংকটজনকভাৱে বিলুপ্তপ্ৰায়)
গ) Vulnerable (সংকটগ্ৰস্ত)
ঘ) Extinct in the Wild (বন্যপ্ৰাণী হিচাপে বিলুপ্ত)
ব্যাখ্যা: গড়ৰ IUCN সংৰক্ষণ স্থিতি Vulnerable (সংকটগ্ৰস্ত)।
প্ৰশ্ন 95: ধুবুৰী জিলাৰ পশ্চিম দিশত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি?
ক) চীন
খ) বাংলাদেশ
গ) ভূটান
ঘ) নেপাল
ব্যাখ্যা: ধুবুৰী জিলাৰ পশ্চিম দিশত বাংলাদেশ অৱস্থিত।
প্ৰশ্ন 96: কফি গৱেষণা কেন্দ্ৰ ক’ত অৱস্থিত?
ক) হাজো
খ) সৰুপথাৰ
গ) তেজপুৰ
ঘ) ডিফু
ব্যাখ্যা: কফি গৱেষণা কেন্দ্ৰ ডিফুত অৱস্থিত।
প্ৰশ্ন 97: পুৰণি কামৰূপক কিমানটা ভাগত বিভক্ত কৰা হৈছিল?
ক) 4
খ) 5
গ) 6
ঘ) 3
ব্যাখ্যা: পুৰণি কামৰূপক ছয়টা ভাগত বিভক্ত কৰা হৈছিল।
প্ৰশ্ন 98: কিমান চনত অসমৰ ৰাজধানী শ্বিলংৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল?
ক) 1972
খ) 1964
গ) 1975
ঘ) 1978
ব্যাখ্যা: 1972 চনত অসমৰ ৰাজধানী শ্বিলংৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল।
প্ৰশ্ন 99: অসমৰ মাজেৰে পাৰ হৈ যোৱা দ্ৰাঘিমাংশ কিমান?
ক) 20° পূব
খ) 92° পূব
গ) 94° পশ্চিম
ঘ) 86° পশ্চিম
ব্যাখ্যা: অসমৰ মাজেৰে প্ৰায় 92° পূব দ্ৰাঘিমাংশ পাৰ হৈ যায়।
প্ৰশ্ন 100: কোন ঠাই জাপি শিল্পৰ বাবে বিখ্যাত?
ক) নলবাৰী
খ) দুলীয়াজান
গ) মাৰ্ঘেৰিটা
ঘ) মূৰিকোনা
ব্যাখ্যা: নলবাৰী জাপি শিল্পৰ বাবে বিখ্যাত।

ৰিপ’ৰ্ট কাৰ্ড

মুঠ প্ৰশ্নৰ চেষ্টা: 0

শুদ্ধ উত্তৰ: 0

ভুল উত্তৰ: 0

শতাংশ: 0%

🧾 Why Practice Mock Tests for Assam Govt Exams?

1️⃣ Real Exam Experience

Each mock test replicates the actual exam environment, helping you manage time and pressure effectively.

2️⃣ Identify Weak Areas

Analyze your performance and focus on subjects that need improvement.

3️⃣ Improve Accuracy and Speed

Consistent practice helps reduce errors and enhance question-solving skills.

4️⃣ Master Previous Year Patterns

Questions are designed from previous years’ papers and expected topics, ensuring you cover everything essential.


🖥️ How to Attempt Free Mock Tests Online?

Follow these simple steps to access your Assam Govt Exam mock tests:

  1. Visit 👉 AllJobAssam.com
  2. Go to the Mock Test section.
  3. Choose your exam — APSC, ADRE, Assam TET, or Assam Police.
  4. Start the test and get instant results with explanations.

No registration fees, no hidden charges — just free quality practice for your success!


🏆 Tips for Effective Preparation

  • 📅 Make a daily study schedule for each subject.
  • 📖 Revise regularly with topic-wise MCQs.
  • 🧮 Practice time-bound mock tests.
  • 💬 Stay updated with Assam Current Affairs and Static GK.
  • 🧘‍♂️ Keep a positive mindset before exams.

FAQs – Free Mock Tests for Assam Govt Exams

Are these mock tests free?

✅ Yes, all mock tests and MCQs are completely free on AllJobAssam.com.

Which exams are covered under these mock tests?

These cover APSC, ADRE, Assam Police, TET, and other Assam Government Exams.

Do these mock tests follow the real exam pattern?

Yes, they are designed as per the latest official syllabus and exam pattern.

How many times can I attempt these tests?

You can practice unlimited times for each subject or topic.

Can I access these mock tests on mobile?

Absolutely! All tests are mobile-friendly and accessible 24×7.

⚠️ Disclaimer

The information and mock tests provided on AllJobAssam.com are for educational and practice purposes only. For official notifications and exam updates, candidates should refer to the respective department or commission websites.

Free Online Mock Tests for Assam Govt Exams – APSC, ADRE, TET, and Police Exams

Dhrubajyoti Haloi

With over 11 years of experience, Dhrubajyoti Haloi specializes in writing about job vacancies in the government sector of India. His articles provide valuable insights and timely updates on job opportunities across various government departments. Haloi's expertise helps job seekers stay informed about the latest recruitment processes, application procedures, and eligibility criteria.

Join WhatsApp

Join Now

Join Telegram

Join Now