Home » GK MCQ Questions in Assamese 2023-General knowledge Question answer in Assamese

GK MCQ Questions in Assamese 2023-General knowledge Question answer in Assamese

by Dhrubajyoti Haloi
WhatsApp Channel Follow Now
Telegram Channel Join Now
YouTube Channel Subscribe

GK MCQ Questions In Assamese-General knowledge Question answer in Assamese

Every day government jobs come out in various departments like Railway, Bank, Police, Army etc. across the country, on which lakhs of youths start preparing long ago. On the other hand, if you want to get ahead of others in these competitive exams, then you need to have a good grip on General Knowledge. Through this blog, I am sharing with you more than 200 questions and answers of General Knowledge (General Knowledge Question in Assamese) asked in these competitive exams. All these important questions are very important for various competitive exams like IAS, RAS, SSC, Railway etc.

You can also attempt GK questions in Assamese for your better preparation. There are a lot of general knowledge questions in Assamese 2023 on this site. After reading the article visit the link given below to read more.

Now you can practice with very useful GK in Assamese : General Knowledge Questions and Answers in Assamese for SSC Exam, Rajasthan Police and many other competitive exams.

Assam Direct Recruitment Guide Book PDF

Assamese Medium: Click Here

English Medium: Click Here

অসম চৰকাৰৰ নতুন পদসমূহ সোনকালেই মুকলি কৰা হব । সকলোৱে যাতে অযথা সময় নষ্ট নকৰি নিজৰ ওপৰত গুৰুত্ব দিয়ে । অনলাইন হোৱাৰ লগে লগে পৰীক্ষাও আৰম্ভ হব । তোমালোকে কেতিয়া আহিব এইটো প্ৰশ্ন নকৰি এতিয়াৰ পৰাই সাজু হোৱা পিছত সময় বহুত কম পাবা । এইবাৰ যেন সকলোৱে একেলগে চাকৰি পায় । সকলোকে শুভেচ্ছা থাকিল আহি থকা নিযুক্তিলৈ….❣️💖

ALL THE BEST….🏃‍♂️✍️⚔️

Join Exam Preparation Paid Telegram Channal Only Rs 50/-

For General Knowledge in Assamese 2023 and GK in Assamese 2023 video tutorials, visit Exambook YouTube channel .

GK questions in Assamese: General Knowledge questions in Assamese

Q ➤ গোহাঁই কমল আলিৰ দৈৰ্ঘ্য কিমান?


Q ➤ অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম কি?


Q ➤ অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষ কোন আছিল?


Q ➤ পৌৰনিগমৰ প্ৰধানজনক কি বোলা হয়?


Q ➤ বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে?


Q ➤ স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?


Q ➤ বিশ্ব যোগ দিৱস ‘ কেতিয়া পালন কৰা হয়?


Q ➤ কাৰ ৰাজত্বকালক অসম বুৰঞ্জীৰ ‘ সোণালী যুগ’ বুলি কোৱা হয়?


Q ➤ অসম পঞ্চায়ত আইন কিমান প্ৰবৰ্তন কৰা হৈছিল?


Q ➤ তেজৰ গোট মৰাৰ বাবে দৰকাৰী ভিটামিন কি?


Q ➤ কোন খন যুদ্ধই ভাৰতত ব্ৰিটিছ শাসনৰ পাতনি মেলাত সহায় কৰিছিল?


Q ➤ কোনে পোন প্ৰথমে অসমীয়া ভাষাক সাহিত্যৰ ভাষা ৰূপে স্বীকৃতি দিয়ে?


Q ➤ অসমত নতুনকৈ গঠিত জিলাখনৰ নাম কি?


Q ➤ পিয়লি ফুকনক ফাঁচী দিয়া হৈছিল-


Q ➤ ICC (international cricket council) ৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?


Q ➤ কম ঘনবসতি থকা ৰাজ্যখন কি?


Q ➤ মণিপুৰৰ ৰাজধানী কি?


Q ➤ অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথম আঞ্চলিক দলটো কি?


Q ➤ বিজ্ঞানী ষ্টিফেন হকিং কোন দেশৰ?


Q ➤ গুৱাহাটী পৌৰনিগম কেতিয়া স্থাপন কৰা হৈছিল?


Q ➤ 2019 চনৰ স্বচতা সমীক্ষা অনুসৰি ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ নগৰ –


Q ➤ পৌৰনিগম সৰ্বোচ্চ সংখ্যা কিমান?


Q ➤ ‘ দশিৰথীৰ খোজ ‘ গ্ৰন্থখন কোনে লিখিছিল?


Q ➤ 2019 চনৰ সমীক্ষা অনুসৰি ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজ্য –


Q ➤ ‘ অসমৰ দ্ৰোণাচাৰ্য ‘ বুলি কাক কোৱা হয়?


Q ➤ ফুটবলৰ কলা মুকুতা বুলি কোন জন খেলুৱৈক কোৱা হয়?


Q ➤ ৰাজস্থানত ফাকুৱা উৎসৱক কি বুলি কোৱা হয়


Q ➤ লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱনৰ আৰম্ভণি হয়


Q ➤ প্রথম অসমীয়া বোলছবি


Q ➤ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্রা কি


Q ➤ লক্ষ্মীনাথ বেজবৰুৱা ৰচিত আত্মজীবনীখনৰ নাম কি


Q ➤ মাৰিয়ানা ট্ৰেনচ কোনখন মহাসাগৰত অৱস্থিত


Q ➤ কাৰ উৎসাহত মাধৱদেৱে ৰাজসূয় কাব্য ৰচনা কৰিছিল


Q ➤ বৰগীত নামকৰণ কোনে কৰিছিল


Q ➤ জোনাকী কাকতখন কিমান চনত প্ৰথমতে ওলাইছিল


Q ➤ পূৰ্বতে Prince of Wales সংগ্ৰাহলয় নামেৰে জনাজাত সংগ্ৰাহলয়টো কত অৱস্থিত


Q ➤ বনকুৱৰী কবিতাটো প্ৰকাশিত হৈছিল


Q ➤ লিচবন কোন দেশৰ ৰাজধানী


Q ➤ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল


Q ➤ কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল


Q ➤ কালিকট নগৰৰ নতুন নাম কি


Q ➤ ইউনিয়ন জেক কি


Q ➤ কোনজন ভাৰতীয় নেতাৰ জন্ম পোৰবন্দৰত হৈছিল


Q ➤ জোনাকী কাকতৰ প্রথম সম্পাদক আছিল


Q ➤ শ্ৰীমন্ত শংকৰদেৱে প্রথম ক’ত ফাকুৱা উৎসৱৰ পাতনি মেলিছিল


Q ➤ ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল


Q ➤ কোচ ৰাজ্যৰ কোন ৰজাৰ অনুপ্ৰেৰণাত মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল


Q ➤ ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিয়োগ কৰে


Q ➤ ৰন্ধন গেছৰ মুখ্য উপাদান কি


Q ➤ অসম কেতিয়া ইংৰাজৰ অধীন হয়


Q ➤ অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল


Q ➤ হাৰিয়ানা হাৰিকেন হিচাপে জনাজাত


Q ➤ কৰ্কটক্ৰান্তি ৰেখা তলত দিয়া কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে


Q ➤ বনকুৱৰী কবিতাটোৰ ৰচক


Q ➤ কোনখন ঠাইক Scotland of the East বুলি জনা যায়


Q ➤ টেবুল টেনিচৰ সৈতে জড়িত


Q ➤ ৰম্যভূমি উপন্যাসৰ ৰচক হল


Q ➤ অসমীয়া নাট্য সাহিত্যৰ জনক কোন


Q ➤ মাধৱদেৱৰ কোনখন নাটক ঝুমুৰা বুলি কোৱা হয়


Q ➤ মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বস্ব বুলি কোৱা হয়


Q ➤ ১৯৩৭ চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল


Q ➤ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ হ্ৰদটো কি


Q ➤ শংকৰদেৱৰ জোৱায়েকৰ নাম কি আছিল


Q ➤ তলৰ কোনখন নগৰ পিংক চিটি হিচাপে জনাজাত


Q ➤ জগদীশ মিশ্ৰই শংকৰদেৱক কত ভাগৱত গ্ৰন্থ খন প্ৰদান কৰিছিল


Q ➤ কোনবিধ কয়লা আটাইতকৈ উত্তম


Q ➤ Sea of Tranquility কত আছে


Q ➤ কলিকাতাত অসমীয়া সাহিত্য চৰা কেতিয়া স্থাপিত হৈছিল


Q ➤ ভক্তিৰত্নাৱলী নামৰ সংস্কৃত গ্ৰন্থখন শংকৰদেৱক কোনে আনি দিছিল


Q ➤ তলৰ কোনখন কিতাপত আলাদিন এটা মুখ্য চৰিত্ৰ


Q ➤ চিহ্নযাত্ৰা ভাওনাখন কেইদিন কেইৰাতি অনুষ্ঠিত হৈছিল


Q ➤ বাণিজ্যিক নাম KIWI কাৰ লগত জড়িত


Q ➤ কোনে কৈছিল, জয় জোৱান জয় কিষাণ জয় বিজ্ঞান


Q ➤


WhatsApp Channel Follow Now
Telegram Channel Join Now
YouTube Channel Subscribe

You may also like

Adblock Detected

Please support us by disabling your AdBlocker extension from your browsers for our website.